• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

পাকিস্তানত প্ৰচণ্ড বিস্ফোৰণ, ক্ষতিগ্ৰস্ত বহুতো দোকান-অট্টালিকা

Nation NE by Nation NE
July 15, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
পাকিস্তানত প্ৰচণ্ড বিস্ফোৰণ, ক্ষতিগ্ৰস্ত বহুতো দোকান-অট্টালিকা
Share on FacebookShare on TwitterWhatsApp

সোমবাৰে ৰাতিপুৱা পাকিস্তানৰ বান্নু চহৰত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। ফলত চহৰখনৰ বহুতো অট্টালিকা, দোকান আদিৰ বিস্তৰ ক্ষতিসাধন হয়। এই আকস্মিক বিস্ফোৰণৰ ফলত পাকিস্তানৰ  সাধাৰণ জনসাধাৰণৰ মাজত এক শংকাৰ পৰিবেশে বিৰাজ কৰে।

বিস্ফোৰণটো সোমবাৰে পুৱতি নিশা পাকিস্তানৰ বান্নু চহৰৰ সেনানিবাসৰ সন্মুখত সংঘটিত হয়। জৈশ-ফুৰচান-ই-মুহম্মদ নামৰ এজন লোকে বান্নু সেনানিবাসত সংঘটিত এই বিস্ফোৰণৰ দ্বায়িত্ব স্বীকাৰ কৰে। তেওঁ পাকিস্তানৰ তালিবানী নেতা গুল বাহাদুৰৰ গোটৰ লগত জড়িত।

খবৰ অনুসৰি, এই বিস্ফোৰণ পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ বান্নু চহৰৰ সেনানিবাসৰ কোহাটি গেটত সংঘটিত হয়। য’ত বিস্ফোৰণকাৰীয়ে নিজৰ ব্য়ক্তিগত বাহন এখনত বোমা ৰাখি বিস্ফোৰণ সংঘটিত কৰে।

পাকিস্তানৰ এই বান্নু চহৰক নিৰাপত্তাৰ ক্ষেত্ৰত এক সংবেদনশীল অঞ্চল হিচাপে গণ্য় কৰা হয়। এই অঞ্চলটো তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি)ৰ এক দূৰ্গ হিচাপে গণ্য় কৰা হয়। ইয়াৰ আগতেও, তাত সামৰিক সেনানিবাসৰ ওপৰত বহুতো আক্ৰমণ হৈ আহিছে। পাকিস্তানী সেনাই সন্ত্ৰাসবাদীক নিৰ্মূল কৰাত নিয়োজিত হৈ থকাৰ সময়তে সন্ত্ৰাসবাদী সংগঠনসমূহে দেশখনত এনেধৰণৰ ঘটনা সংঘটিত কৰে।

জানিবপৰা মতে, বৰ্তমানেও এই অঞ্চলটোত প্ৰচণ্ড গুলীবৰ্ষণ হৈ আছে।

Tags: ExplosionPakistanTaliban

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025