• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, June 7, 2026
28 °c
Guwahati
27 ° Tue
28 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেতিয়াৰ পৰা মুকলি হ’ব ৱাকফ উমিদ পৰ্টেল? জানক কি হয় ইয়াৰ নিয়মাবলী…

Nation NE by Nation NE
June 3, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
উচ্চতম ন্যায়ালয়ত আজি মুখ্য ন্যায়াধীশৰ নেতৃত্বত ৩ জনীয়া বিচাৰপীঠে ৱাকফ সংশোধনী আইনৰ শুনানি  গোচৰৰ শুনানি গ্ৰহণ
Share on FacebookShare on TwitterWhatsApp

ৱাকফৰ সম্পত্তি সন্দৰ্ভত মোদী চৰকাৰে লৈছে এক ডাঙৰ সিদ্ধান্ত। সূত্ৰ অনুসৰি অহা ৬ জুনৰ পৰা ৱাকফ উমিদ পৰ্টেল মুকলি কৰা হ’ব।

এক প্ৰতিবেদনে সূত্ৰৰ উদ্ধৃতি দি দাবী কৰিছে যে, মোদী চৰকাৰে এতিয়া পঞ্জীয়ন প্ৰক্ৰিয়াটো আগুৱাই নিয়াৰ সিদ্ধান্ত লৈছে। এনে পৰিস্থিতিত এতিয়া যদি কোনো ৱাকফৰ সম্পত্তি পঞ্জীয়ন নহয়, তেন্তে সেয়া বিতৰ্কিত বুলি গণ্য কৰা হ’ব আৰু বিষয়টো ৱাকফ ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰা হ’ব।

যদি কোনো কাৰিকৰী বা আন কোনো ডাঙৰ সমস্যাৰ বাবে পঞ্জীয়নত পলম হয়, তেন্তে কিছু অতিৰিক্ত সময় দিব হ’ব। সূত্ৰ অনুসৰি উমিদ পৰ্টেলৰ সম্পূৰ্ণ নাম হৈছে সংহত ৱাকফ ব্যৱস্থাপনা, সৱলীকৰণ, দক্ষতা আৰু উন্নয়ন আইন আৰু ইয়াক আৰম্ভ কৰা হৈছে ৱাকফৰ সম্পত্তিৰ পৰিচালনা আৰু স্বচ্ছতাক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে।

সূত্ৰসমূহে জনোৱা অনুসৰি, সমগ্ৰ দেশৰ ৱাকফৰ সম্পত্তিসমূহ এই পৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰা হ’ব আৰু নিৰ্বাচন আয়োগৰ তথ্যৰ সহায়ত সম্পত্তিসমূহ চিনাক্ত কৰা হ’ব।

জানো আহক ৱাকফ সন্দৰ্ভত নতুন নিয়মাৱলীসমূহ-

  • এতিয়া প্ৰতিটো ৱাকফৰ সম্পত্তি জিঅ’ টেগ কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু ইয়াৰ সম্পূৰ্ণ তথ্য ছাইটত ঘোষণা কৰিব লাগিব। ইয়াৰ বাহিৰেও মহিলাৰ নামত পঞ্জীয়ন কৰা সম্পত্তি বা মহিলা উত্তৰাধিকাৰী হোৱা সম্পত্তিক ৱাকফ ঘোষণা কৰিব নোৱাৰিব।
  • ৱাকফৰ সম্পত্তি পঞ্জীয়নৰ দায়িত্ব মুতাৱাল্লী (মেনেজাৰ)ৰ হ’ব। ৰাজ্যিক ৱাকফ ব’ৰ্ডৰ জৰিয়তে সম্পত্তিৰ পঞ্জীয়ন কৰা হ’ব আৰু ইয়াৰ বাবে ব’ৰ্ডে কাৰিকৰী সহায় আগবঢ়াব।

উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে আবেদনকাৰীসকলক জনাইছিল যে সংসদে গৃহীত কৰা আইনখনত সাংবিধানিকতাৰ অনুমান আছে। এনে ক্ষেত্ৰত স্পষ্ট গোচৰ নোলোৱালৈকে আদালতে হস্তক্ষেপ কৰিব নোৱাৰে। ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে এইটোও স্পষ্ট কৰি দিছিল যে ৱাকফৰ সম্পত্তিৰ বাধ্যতামূলক পঞ্জীয়নৰ প্ৰয়োজনীয়তা ১৯২৩ চনৰ পৰা চলি আহিছে।

Tags: muslimPropertyWAQF

Related Posts

‘ভাৰতত LPGৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন’, এইক্ষেত্ৰত কি ক’লে চৰকাৰে?
Top News

‘ভাৰতত LPGৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন’, এইক্ষেত্ৰত কি ক’লে চৰকাৰে?

June 7, 2026
৬০০০ টকাৰে আৰম্ভ কৰিছিল চাকৰি, বৰ্তমান লকাৰত পাহাৰসদৃশ টকা, ৫টাকৈ ৰাজপ্ৰসাদ, ১৩ ঠাইত মাটি…
Top News

৬০০০ টকাৰে আৰম্ভ কৰিছিল চাকৰি, বৰ্তমান লকাৰত পাহাৰসদৃশ টকা, ৫টাকৈ ৰাজপ্ৰসাদ, ১৩ ঠাইত মাটি…

June 7, 2026
বন্ধ হ’ব খান ছাৰৰ কোচিং চেণ্টাৰ! প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গুৰুতৰ গাফিলতিৰ অভিযোগ চৰকাৰৰ…
Top News

বন্ধ হ’ব খান ছাৰৰ কোচিং চেণ্টাৰ! প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গুৰুতৰ গাফিলতিৰ অভিযোগ চৰকাৰৰ…

June 7, 2026
অভিষেক, কল্যাণ বেনাৰ্জীৰ পিছত এইবাৰ মদন মিত্ৰৰ পাল, গাড়ীলৈ লক্ষ্য কৰি আক্রমণ ক্ষুব্ধ লোকৰ…
Top News

অভিষেক, কল্যাণ বেনাৰ্জীৰ পিছত এইবাৰ মদন মিত্ৰৰ পাল, গাড়ীলৈ লক্ষ্য কৰি আক্রমণ ক্ষুব্ধ লোকৰ…

June 7, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

June 7, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

June 7, 2026

শীৰ্ষ সংবাদ

‘ভাৰতত LPGৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন’, এইক্ষেত্ৰত কি ক’লে চৰকাৰে?

৬০০০ টকাৰে আৰম্ভ কৰিছিল চাকৰি, বৰ্তমান লকাৰত পাহাৰসদৃশ টকা, ৫টাকৈ ৰাজপ্ৰসাদ, ১৩ ঠাইত মাটি…

বন্ধ হ’ব খান ছাৰৰ কোচিং চেণ্টাৰ! প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গুৰুতৰ গাফিলতিৰ অভিযোগ চৰকাৰৰ…

অভিষেক, কল্যাণ বেনাৰ্জীৰ পিছত এইবাৰ মদন মিত্ৰৰ পাল, গাড়ীলৈ লক্ষ্য কৰি আক্রমণ ক্ষুব্ধ লোকৰ…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025