• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, June 12, 2025
32 °c
Guwahati
32 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    যদি আপুনিও মেট্ৰিক বা হায়াৰ চেকেণ্ডাৰী পৰীক্ষা পাছ কৰিছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ! প্ৰতিমাহে আপুনি লাভ কৰিব ১০০০ৰ পৰা ১৫০০ টকা পৰ্যন্ত…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    একাউণ্টত কেতিয়া সোমাব অৰুণোদয় আঁচনিৰ ধন? হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ

    ৰাজা কাণ্ড সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে প্ৰকাশ কৰিলে কেতবোৰ চাঞ্চল্যকৰ তথ্য

    চিৰাঙত জিলা আয়ুক্তৰ উপস্থিতিত বিস্তৃত তৈল খেজুৰ ৰোপন কাৰ্যসূচী

    BTC নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নহয় বুলি স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    গংগাৰ তীৰত উদ্ধাৰ ৰশ্মিতা হোজাইৰ মৃতদেহ; তদন্ত বিচাৰি অমিত শ্বাহলৈ স্মাৰক পত্ৰ দল-সংগঠনৰ

    তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে জানো আহক…

    তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে জানো আহক…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      বিদ্যালয়ৰ ভিতৰত ভয়ংকৰ গুলীচালনা; কেইবাজনৰো মৃত্যু

      Nation NE by Nation NE
      June 10, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      বিদ্যালয়ৰ ভিতৰত ভয়ংকৰ গুলীচালনা; কেইবাজনৰো মৃত্যু
      Share on FacebookShare on TwitterWhatsApp

      বিদেশী ৰাষ্ট্ৰ অষ্ট্ৰিয়াত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। দেশখনৰ এখন বিদ্যালয়ত অস্ত্ৰধাৰী দুৰ্বৃত্তই প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীচালনা কৰাত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। এই ঘটনাত পাঁচজন লোকৰ মৃত্যু হোৱাৰ কথা নিশ্চিত কৰিছে। অৱশ্যে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে প্ৰশাসনে।

      ইফালে স্থানীয় সংবাদ মাধ্যমে জনোৱা অনুসৰি, এই ঘটনাত কেইবাগৰাকীও শিশু আৰু শিক্ষক-শিক্ষয়িত্ৰী আহত হৈছে।

      জানিব পৰা অনুসৰি বৰ্তমান আৰক্ষীয়ে বিদ্যালয়খন ঘেৰাও কৰি লৈ তন্ন তন্নকৈ তালাচী অভিযান চলাই আছে। মঙলবাৰে পুৱা সংঘটিত এই গুলীচালনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

      এই ভয়ংকৰ কাণ্ড সংঘটিত কৰা দুৰ্বৃত্তই বিদ্যালয়খনৰ শৌচালয়ত নিজকে গুলীয়াই হত্যা কৰে। কি কাৰণত এই গুলীচালনা সংঘটিত কৰিছে সেই কথা এতিয়ালৈ জানিব পৰা হোৱা নাই।

      Tags: AustriaSchoolShooting

      Related Posts

      আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত হোৱা লোকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা টাটা গ্ৰুপৰ
      Top News

      June 12, 2025
      আহমেদাবাদ দুৰ্ঘটনা; বিমানখনত থকা ২৪২ গৰাকী যাত্ৰীৰে মৃত্যু

      নিয়ন্ত্ৰণ হেৰুৱাই চিকিৎসকৰ হোষ্টেলত পৰিল বিমান; গাৰ নোম শিয়ৰি উঠা ফটো

      অৱসৰৰ ইংগিত নেকি? ৰাছিদ খানৰ সিদ্ধান্তত ক্ৰিকেট জগতত চাঞ্চল্য

      আহমেদাবাদলৈ ৰাওনা গৃহমন্ত্ৰী অমিত শ্বাহ; বিমানখনত আছিল ১৬৯ গৰাকী ভাৰতীয়, ৫৩ গৰাকী ব্ৰিটিছ নাগৰিক

      আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা, বিমানখনত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী!

      শীৰ্ষ সংবাদ

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist