• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

প্ৰসংগ: জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ সুৰংগ; অচিৰেই কৰা হ’ব লেজাৰ স্কেন

Nation NE by Nation NE
July 19, 2024
in ৰাষ্ট্ৰীয়
0 0
প্ৰসংগ: জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ সুৰংগ; অচিৰেই কৰা হ’ব লেজাৰ স্কেন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

পুৰীৰ ৰত্ন ভাণ্ডাৰত থকা সুৰংগ সন্দৰ্ভত কিমান সত্যতা আছে। সেই সন্দৰ্ভত অচিৰেই অৱসান ঘটিব উৎকন্ঠাৰ। কিয়নো পুৰীৰ বিখ্যাত দ্বাদশ শতিকাৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰত লেজাৰ স্কেন কৰা হ’ব। ইয়াৰ বাবে এএছআই অৰ্থাৎ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা হৈছে।

উল্লেখ্য যে, জগন্নাথ মন্দিৰৰ এটা গোপন সুৰংগ আৰু ৰত্ন ভাণ্ডাৰ আছে বুলি অনুমান কৰা হৈছে। য’ত মূল্যৱান গহনা থকাৰ সম্ভাৱনা কৰিছে একাংশ লোকে। পুৰীৰ গজপতি মহাৰাজা দিবিয়া সিং দেৱে কৈছিল যে, এএছআইয়ে অনুসন্ধানৰ বাবে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰে। কোৱা হৈছে যে, মন্দিৰ প্ৰশাসনৰ পুংখানুপুংখ অনুসন্ধানৰ পিছত ৰত্ন ভাণ্ডাৰৰ বাহিৰ আৰু ভিতৰৰ কোঠা দুয়োটা মেৰামতিৰ বাবে এএছআইক হস্তান্তৰ কৰা হ’ব।

ইফালে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত নিৰীক্ষণ সমিতিৰ মুৰব্বী, ওড়িশা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিশ্বনাথ ৰথে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ন্যায়াধীশ বিশ্বনাথ ৰথে, আন ১০ জন সদস্যৰ সৈতে ৰত্ন ভাণ্ডাৰৰ ভিতৰৰ কোঠাত সাত ঘণ্টাতকৈ অধিক সময় অতিবাহিত কৰিছিল। তেওঁলোকে কয় যে, ৰত্ন ভাণ্ডাৰত কোনো গোপন সুৰংগ নাই। “আমাৰ পৰিদৰ্শনত আমি কোনো সুৰংগসদৃশ বৈশিষ্ট্যৰ প্ৰমাণ পোৱা নাছিলো।” তেওঁ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমক বিষয়টোৰ ওপৰত ভুল তথ্য প্ৰচাৰ নকৰিবলৈ আহ্বান জনায়।

আনহাতে, সমিতিৰ সদস্য আৰু সেৱক দুৰ্গা দাসমোহপাত্ৰই কয়, “আমি প্ৰভুৰ কোষাগাৰৰ ভিতৰত কোনো গোপন কক্ষ বা সুৰংগ বিচাৰি পোৱা নাছিলো। ৰত্ন ভাণ্ডাৰ প্ৰায় ২০ ফুট ওখ আৰু ১৪ ফুট দীঘল। তেওঁলোকে পৰিদৰ্শনৰ সময়ত কিছুমান সৰু-সুৰা ত্ৰুটিও লক্ষ্য কৰিছিল। বহুতো সৰু শিল ছাদৰ পৰা খহি পৰিছিল আৰু দেৱালত ফাট আছিল।

Tags: Jagannath TemplePuriTunnel

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 28, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025