• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
24 °c
Guwahati
23 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ওড়িশাত ফুৰিবলৈ যোৱা যুৱক-যুৱতীৰ সৈতে ভয়ানক কাণ্ড

Nation NE by Nation NE
June 17, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ওড়িশাত ফুৰিবলৈ যোৱা যুৱক-যুৱতীৰ সৈতে ভয়ানক কাণ্ড
Share on FacebookShare on TwitterWhatsApp

ওড়িশাৰ গোপালপুৰত এক ভয়ানক ঘটনাৰ সন্মুখীন হৈছে এহাল যুৱক-যুৱতী। গোপালপুৰ বিলত এগৰাকী যুৱতীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ। কেৱল সেয়াই নহয়, পুৰুষ বন্ধুকো মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে,  দেওবাৰে ওড়িশাৰ ৰাজা মহোৎসৱত অংশ ল’বলৈ তাই এজন পুৰুষ বন্ধুৰ সৈতে গোপালপুৰলৈ গৈছিল। ২০ বছৰীয়া যুৱতীগৰাকী আৰু তেওঁৰ বন্ধুৱে উৎসৱৰ মূল অনুষ্ঠানৰ পিছত বিলৰ নিৰ্জন অংশত ফুৰিবলৈ গৈছিল।

অভিযোগ অনুসৰি, সেই ঠাইলৈ আহি এদল অচিনাকি যুৱকে তেওঁলোকক খেদি পঠিয়ায়। সেই গ্ৰুপটোত ১০ জনকৈ লোক আছিল। তেওঁলোকে দুয়োকে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে। যুৱতীগৰাকীৰ বন্ধুৱে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰাত এই ১০ জন যুৱকে যুৱতীগৰাকীৰ নিৰ্মম কাণ্ড সংঘটিত কৰে।

বেৰহামপুৰৰ আৰক্ষী অধীক্ষক বিবেক সৰৱণাই জানিবলৈ দিয়া মতে, এই কাণ্ডত ইতিমধ্যে এফআইআৰ ৰুজু হৈছে। যুৱতীগৰাকী আৰু তেওঁৰ বন্ধুৰ অভিযোগৰ ভিত্তিত ৭জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পলাতক তিনিজন লোকৰ সন্ধান বৰ্তমান অব্যাহত আছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে অভিযুক্তসকল স্থানীয় বাসিন্দা নহয়, পৰ্যটকহে। আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে আটকাধীন লোকসকলক জেৰা কৰি বাকীসকলৰ সন্ধান উলিয়াবলৈ চেষ্টা চলোৱা হৈছে। একে সময়তে সৰৱণাই কয় যে, অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ বিশেষ দল গঠন কৰা হৈছে। অতি সোনকালে দোষীক গ্ৰেপ্তাৰ কৰা হ’ব।

আনহাতে, ভুক্তভোগী যুৱতীগৰাকী আৰু তেওঁৰ বন্ধুক এম কে চি জি মেডিকেলত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, ভুক্তভোগীৰ শাৰীৰিক পৰীক্ষা কৰা হ’ব। এই ঘটনাই পৰ্যটকৰ মাজত আতংক বিয়পি পৰিছে। কাৰণ পুৰীৰ লগতে ওড়িশাৰ এই সাগৰীয় বিলখন পৰ্যটকৰ মাজত অতি জনপ্ৰিয়। তাত এনে ঘটনা সংঘটিত হোৱাটো সঁচাকৈয়ে আংশকাৰ কাৰণ।

Tags: CaseIndiaOdisha

Related Posts

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস
Top News

April 29, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026
পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

শীৰ্ষ সংবাদ

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025