• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

ইজৰাইল-ইৰাণৰ যুদ্ধত প্ৰৱেশ আমেৰিকাৰ; তিনিটা পাৰমাণৱিক ঘাটিত আক্ৰমণ

Nation NE by Nation NE
June 22, 2025
in BIG BREAKING, Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইজৰাইল-ইৰাণৰ যুদ্ধত প্ৰৱেশ আমেৰিকাৰ; তিনিটা পাৰমাণৱিক ঘাটিত আক্ৰমণ
Share on FacebookShare on TwitterWhatsApp

ইৰাণ আৰু ইজৰাইলৰ যুদ্ধত প্ৰত্যক্ষ প্ৰৱেশ ঘটিল আমেৰিকাৰ। দীৰ্ঘদিনৰ হুংকাৰৰ পিছত এইবাৰ আমেৰিকাই ইৰাণৰ তিনিটাকৈ পাৰমাণৱিক ঘাটিত আক্ৰমণ সংঘটিত কৰিছে। আমেৰিকাই আক্ৰমণ কৰা স্থান কেইটা হৈছে ফোৰ্ডো, নন্তাজ আৰু এস্ফাহান।

ইৰাণৰ ওপৰত কৰা এই আক্ৰমণৰ সবিশেষ তথ্য সদৰি কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমি ইৰাণৰ তিনিটাকৈ পাৰমাণৱিক ঘাটিত সফলতাৰে আক্ৰমণ কৰিছো। আক্ৰমণ সংঘটিত কৰি প্ৰতিখন বিমান ইৰাণৰ পৰা উভতি আহিছে। এতিয়া শান্তিৰ সময়! ছ’চিয়েল প্লেটফৰ্ম ট্ৰুথৰ জৰিয়তে এই তথ্য প্ৰদান কৰে।

ইফালে কিছু সময় পিছতেই এই আক্ৰমণ সন্দৰ্ভত দেশবাসীক সম্বোধন কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

আনহাতে ইৰাণৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ আক্ৰমণৰ পিছত ইৰাণৰ চৰকাৰী টিভি (আই আৰ আই বি)ত এজন বিশেষজ্ঞই কয় যে এতিয়া এই অঞ্চলৰ প্ৰতিজন আমেৰিকান নাগৰিক আৰু জোৱান আমাৰ লক্ষ্য। বিশেষজ্ঞগৰাকীয়ে লগতে কয়, ‘আপোনালোকে আৰম্ভ কৰিছে, এতিয়া আমি শেষ কৰিম।’

উল্লেখ্য যে ইজৰাইল আৰু ইৰাণৰ মাজত আৰম্ভ হোৱা যুদ্ধই ধাৰণ কৰিছে ভয়াৱহ ৰূপ। ইৰাণে দাবী কৰা অনুসৰি যুদ্ধ আৰম্ভ হোৱাৰ পিছৰ পৰা এতিয়ালৈকে ৪০০ৰো অধিক লোক নিহত হৈছে।

Tags: IranIsraelUSWar

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025