• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সহ্য কৰা নহ’ব, ইয়াৰ বিৰুদ্ধে সকলো দেশ একত্ৰিত হ’ব লাগে : অজিত ডোভাল

Nation NE by Nation NE
June 24, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
সহ্য কৰা নহ’ব, ইয়াৰ বিৰুদ্ধে সকলো দেশ একত্ৰিত হ’ব লাগে : অজিত ডোভাল
Share on FacebookShare on TwitterWhatsApp

মঙলবাৰে ছাংহাই সহযোগিতা সংস্থা (এছ চি অ’)ৰ বৈঠকত সন্ত্ৰাসবাদ বন্ধ কৰাৰ বাবে এক শক্তিশালী বাৰ্তা প্ৰদান কৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে। তেওঁ সন্ত্ৰাসবাদক প্ৰচাৰ কৰা, ইয়াৰ সংগঠক আৰু ইয়াৰ বাবে ধন আগবঢ়োৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। এই বক্তব্য মূলতঃ পাকিস্তানে সমৰ্থিত সন্ত্ৰাসবাদৰ বিৰুদ্ধে বুলি বিবেচনা কৰা হৈছে।

ভাষণ প্ৰসংগত ডোভালে কয় যে ৰাষ্ট্ৰসংঘই নিষিদ্ধ কৰা লস্কৰ-ই-তৈবা, জৈছ-ই-মহম্মদ, আল কায়দা, আইছিছৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ পৰা ভাৰতে অহৰহ ভাবুকিৰ সন্মুখীন হৈ আহিছে।

তেওঁ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰে, য’ত লস্কৰ-ই-তৈবাৰ সংগঠন টি আৰ এফে ২৬ জন ভাৰতীয় আৰু এজন নেপালী নাগৰিকক হত্যা কৰাৰ লগতে বহু লোকক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছিল।

এই আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতে চলোৱা অপাৰেশ্যন সিন্দূৰক ডোভালে এক নিখুঁত আৰু সংযত কাৰ্য্য বুলি অভিহিত কৰে।

তেওঁ সন্ত্ৰাসবাদী সংগঠন আৰু তেওঁলোকৰ সমৰ্থকসকলৰ বিৰুদ্ধে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিবলৈ সকলো দেশক আহ্বান জনায়। ডোভালে লগতে কয় যে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদকে ধৰি যিকোনো সন্ত্ৰাসবাদী কাৰ্য্য মানৱতাৰ বিৰুদ্ধে অপৰাধ।

তেওঁ এছ চি অ’ দেশসমূহক সন্ত্ৰাসবাদী, তেওঁলোকৰ সংগঠক, পুঁজিদাতা আৰু সমৰ্থকক শাস্তি প্ৰদানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়। লগতে সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে যুঁজিবলৈ এক ঐক্যবদ্ধ তথ্য অভিযান চলোৱাৰ কথাও উল্লেখ কৰে।

ডোভালে স্পষ্ট কৰি দিলে যে সন্ত্ৰাসবাদ সহ্য কৰা নহ’ব। পহলগাম আক্ৰমণৰ পিছত ভাৰতে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ বিচাৰে যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলো দেশ একত্ৰিত হওক আৰু ইয়াৰ বাবে দায়ীসকলক শাস্তি দিয়া উচিত।

Tags: Ajit DovalNSATerrorism

Related Posts

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Top News

March 13, 2026
আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026

শীৰ্ষ সংবাদ

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025