• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

‘দোকান বন্ধ কৰিব লাগিব মাস্কে…’, এলন মাস্কক প্ৰত্যুত্তৰ ড’নাল্ড ট্ৰাম্পৰ

Nation NE by Nation NE
July 1, 2025
in BIG BREAKING, Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
‘দোকান বন্ধ কৰিব লাগিব মাস্কে…’, এলন মাস্কক প্ৰত্যুত্তৰ ড’নাল্ড ট্ৰাম্পৰ
Share on FacebookShare on TwitterWhatsApp

বিশ্বৰ ধনাঢ্য ব্যক্তি এলন মাস্ক আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত পুনৰ এবাৰ উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে এক্সযোগে এটা পোষ্ট শ্বেয়াৰ কৰি মাস্কক ভাবুকি দিছে যে ‘এলন মাস্কে দোকান বন্ধ কৰি আফ্ৰিকালৈ উভতি যাব লাগিব’।

এলন মাস্ক আৰু ড’নাল্ড ট্ৰাম্পৰ মাজত বাক যুদ্ধ চলি থকাৰ মাজতে One Big, Beautiful Billৰ বাবেও অব্যাহত আছে ভোটদান। এই বিধেয়কখনক লৈয়ে দুয়োৰে মাজত সম্পৰ্কৰ অধিক অৱনতি ঘটিছিল।

উল্লেখ্য যে এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি আহিছে এলন মাস্কে। এই বিধেয়কখনত বৈদ্যুতিক বাহনক দিয়া কৰ ক্ৰেডিট নিৰ্মূল কৰাৰ ব্যৱস্থা আছে, যিটো টেছলাৰ বাবে বিপজ্জনক বুলি আশংকা কৰা হৈছে।

ট্ৰুথযোগে ট্ৰাম্পে কয়, ‘মোক ৰাষ্ট্ৰপতি হোৱাত সহায় কৰাৰ আগতে মাস্কে জানিছিল যে মই বৈদ্যুতিক বাহনৰ প্ৰচাৰ কৰা নীতিৰ বিৰোধী। সকলোকে ইলেক্ট্ৰিক গাড়ী ক্ৰিয় কৰিবলৈ ক’ব নোৱাৰি। মাস্কে হয়তো মানৱ ইতিহাসৰ আটাইতকৈ ডাঙৰ ৰাজসাহায্য লাভ কৰিব পাৰে, কিন্তু ৰাজসাহায্যৰ অবিহনে তেওঁ দোকান বন্ধ কৰি দক্ষিণ আফ্ৰিকালৈ উভতি যাব লাগিব। বৈদ্যুতিক গাড়ী আৰু ৰকেট লঞ্চাৰৰ উৎপাদন বন্ধ কৰি আমি বহুত ধন ৰাহি কৰিব পাৰো।’

One Big, Beautiful Bill গৃহীত হ’লে এলন মাস্কে এটা নতুন ৰাজনৈতিক দল গঠন কৰিব বুলি হুংকাৰ প্ৰদান কৰাৰ পিছতেই ড’নাল্ড ট্ৰাম্পে ট্ৰুথযোগে মাস্কক এই সকীয়নি প্ৰদান কৰিছে।

মাস্কে এই বিধেয়কৰ বিৰোধিতা কৰি মত পোষণ কৰিছিল যে যদিহে এই বিধেয়কখন গৃহীত হয় তেন্তে দেশে অত্যধিক ঋণৰ বোজা সহিব লাগিব। ঋণ ৫ ট্ৰিলিয়নলৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি আমেৰিকাবাসীয়ে মূল্য বৃদ্ধিৰ সন্মুখীন হ’ব বুলিও মাস্কে মন্তব্য কৰে।

উল্লেখ্য যে, শেহতীয়াকৈ ট্ৰাম্প-মাস্কৰ মাজৰ সম্পৰ্কৰ এই অৱনতিয়ে আমেৰিকাৰ আৰ্থ-সামাজিক তথা ৰাজনৈতিক দিশত এক নেতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি বিশ্লষকসকলে ধাৰণা কৰিছে।

Tags: Donald trumpElon MuskUS

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025