• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
22 °c
Guwahati
23 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বৰ্তমানৰ জনপ্ৰিয় পৰ্যটনস্থলী মালদ্বীপ পূৰ্বতে আছিল নেকি বৌদ্ধ ৰাষ্ট্ৰ? কি কয় পুৰাত্তত্ববিদে…

Nation NE by Nation NE
July 27, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বৰ্তমানৰ জনপ্ৰিয় পৰ্যটনস্থলী মালদ্বীপ পূৰ্বতে আছিল নেকি বৌদ্ধ ৰাষ্ট্ৰ? কি কয় পুৰাত্তত্ববিদে…
Share on FacebookShare on TwitterWhatsApp

আজিৰ দিনত সুন্দৰ সাগৰীয় সীমা আৰু বিলাসী ৰিজৰ্টৰ বাবে পৰিচিত এখন সৰু দ্বীপ ৰাষ্ট্ৰ হৈছে মালদ্বীপ। এসময়ত বৌদ্ধ ধৰ্মৰ আধিপত্য আছিল যদিও প্ৰায় ৯০০ বছৰ পূৰ্বে এক ঐতিহাসিক পৰিৱৰ্তনে এই দেশৰ ধৰ্মীয়, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশ চিৰদিনৰ বাবে সলনি কৰি পেলায়।

প্ৰতি বছৰে ৰবী উল আখিৰৰ দ্বিতীয় তাৰিখত মালদ্বীপত ইছলাম ধৰ্ম গ্ৰহণৰ বাৰ্ষিকী পালন কৰা হয়। ই কেৱল ধৰ্মান্তৰকৰণ নহয়, ই এক নতুন যুগ আছিল, যিয়ে মালদ্বীপক নতুন ৰূপ দিছিল।

খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত বৌদ্ধ ধৰ্মী লোক মালদ্বীপলৈ আহিছিল আৰু ইয়াত যুগ যুগ ধৰি বৌদ্ধ ধৰ্ময়েই মালদ্বীপৰ ধৰ্মীয় পৰিচয় হৈ আছিল বুলি পুৰাত্তত্ববিদসকলে কয়। আজিও মালদ্বীপৰ কিছুমান দ্বীপত বৌদ্ধ স্তুপ আৰু মঠৰ অৱশিষ্ট আছে, যিবোৰে সেই যুগৰ ঐতিহ্যক প্ৰতিফলিত কৰে।

দ্বাদশ শতিকাত আবু আল বাৰাকত ইউছুফ আল-বৰবাৰী নামৰ ইছলামিক পণ্ডিত এজনে মালদ্বীপত উপস্থিত হয়। একাংশ সূত্ৰৰ মতে তেওঁ উত্তৰ আফ্ৰিকাৰ আছিল, আন কিছুমানে তেওঁক ছোমালিয়া বা ইৰাণৰ বুলি বিশ্বাস কৰে। তেওঁ তেতিয়াৰ মালদ্বীপৰ ৰজা ধোৱেমীক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। ৰজাই ধৰ্মান্তৰিত হৈ চুলতান মহম্মদ আল-আদিল নামেৰে বিখ্যাত হয়। ইয়াৰ পিছত ক্ৰমান্বয়ে সমগ্ৰ দেশতে ইছলামৰ প্ৰসাৰ ঘটিছিল।

ইছলাম গ্ৰহণ কৰাৰ পিছত মালদ্বীপৰ সংস্কৃতি, সমাজ আৰু শাসন ব্যৱস্থাৰ গভীৰ পৰিৱৰ্তন ঘটিছিল। ধৰ্মীয় শিক্ষা, শিল্প, জীৱনশৈলী আৰু ৰীতি-নীতি সমাজত শিপাই গ’ল। শ্বৰীয়ত আইনক ন্যায় ব্যৱস্থাৰ ভিত্তি হিচাপে গঢ়ি তোলা হৈছিল, যিটো এতিয়াও দেশৰ আইনী ব্যৱস্থাত অন্তৰ্ভুক্ত হৈ আছে। যুগ যুগ ধৰি মালদ্বীপ ইছলামিক চুলতান ৰাজ্য হৈয়েই থাকিল। ১৯৬৮ চনত মালদ্বীপ গণৰাজ্যত পৰিণত হয় যদিও আজিও ইছলাম দেশৰ ৰাজ্যিক ধৰ্ম।

আজি নিজৰ ধৰ্মীয় আৰু সাংস্কৃতিক মূল্যবোধ ৰক্ষা কৰাৰ সমান্তৰালকৈ মালদ্বীপ বিশ্বৰ সন্মুখত আধুনিক পৰ্যটনস্থলী হিচাপেও আত্মপ্ৰকাশ কৰিছে। ইয়াত মছজিদ কেৱল পূজাস্থলী নহয়, সামাজিক আৰু সাংস্কৃতিক জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ।

আজি মালদ্বীপ মুছলমান পৰ্যটকৰ মাজত জনপ্ৰিয় পৰ্যটন স্থানত পৰিণত হৈছে। ইয়াত হালাল খাদ্য, ব্যক্তিগত পৰিয়ালৰ ভিলা, স্পা আৰু নামজৰ সুবিধা সহজেই উপলব্ধ। পৰম্পৰাগত ইছলামিক জীৱনশৈলীৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে চৰকাৰে।

Tags: BuddhistIslamMaldives

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025