• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
23 °c
Guwahati
22 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কলকাতা নাইট ৰাইডাৰ্ছৰ মুখ্য প্ৰশিক্ষকক পদৰ পৰা অপসাৰণ

Nation NE by Nation NE
July 29, 2025
in Top News, ক্ৰীড়া
0 0
কলকাতা নাইট ৰাইডাৰ্ছৰ মুখ্য প্ৰশিক্ষকক পদৰ পৰা অপসাৰণ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

২০২৫ বৰ্ষৰ আই পি এল ছিজনত সাধাৰণ প্ৰদৰ্শন আগবঢ়োৱা কে কে আৰ অৰ্থাত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখ্য প্ৰশিক্ষক চন্দ্ৰকান্ত পণ্ডিতক পদৰ পৰা অপসাৰণ কৰিছে। ফ্ৰঞ্চাইজিটোৱে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই কথা ৰাজহুৱা কৰে।

উল্লেখ্য যে বিগত তিনিটা ছিজনত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখ্য প্ৰশিক্ষকৰ ভূমিকা পালন কৰি আহিছিল চন্দ্ৰকান্ত পণ্ডিতে। তেওঁৰ প্ৰশিক্ষণতে দলটোৱে ২০২৪ চনত আই পি এলৰ খিতাপ দখল কৰিছিল কে কে আৰে।

চলিত বছৰ অৰ্থাৎ ২০২৫ চনত কে কে আৰে অজিংক্য ৰাহানেক অধিনায়ক হিচাপে দায়িত্ব প্ৰদান কৰিছিল যদিও দলটোৱে অষ্টম স্থানেৰে ছিজনটো সমাপ্ত কৰিছিল। দলটোৱে ১৪খন খেলৰ ভিতৰত মাত্ৰ ৫খন খেলত জয়লাভ কৰাৰ বিপৰীতে ৭খন খেলত পৰাস্ত হৈছিল। দলটোৱে লাভ কৰিছিল মাত্ৰ ১২ পইণ্ট।

দলৰ প্ৰদৰ্শনৰ ভিত্তিত চন্দ্ৰকান্ত পণ্ডিতক অপসাৰণ কৰা হৈছে নে আন কিবা কাৰণ আছে সেয়া এতিয়া লক্ষ্যণীয় হ’ব। লগতে দলটোৱে কাক নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে সেয়াও সময়লৈ অপেক্ষা কৰিব লাগিব।

Tags: Chandrakant PanditIPLKKRKolkata Knight Riders

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025