• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
23 °c
Guwahati
22 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন

Nation NE by Nation NE
August 7, 2025
in Top News, BIG BREAKING, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Share on FacebookShare on TwitterWhatsApp

অতি শীঘ্ৰে ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। ৰাছিয়া ভ্ৰমণলৈ যোৱা ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে বৃহস্পতিবাৰে এই কথা জানিব দিয়ে। অৱশ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণৰ তাৰিখ ঘোষণা কৰা নাই।

ইণ্টাৰফেক্স নিউজ এজেন্সিয়ে দাবী কৰা অনুসৰি ৰাষ্ট্ৰপতি পুটিনে চলিত মাহৰ শেষৰফালে ভাৰতলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।

ডোভালে কয় যে দীৰ্ঘসময়ৰ পৰা ভাৰত আৰু ৰাছিয়াৰ মাজত সু-সম্পৰ্ক আছে। আমি এই সম্পৰ্কবোৰক অতি গুৰুত্ব দিও। আমাৰ মাজত উচ্চ পৰ্যায়ৰ সম্পৰ্ক আছে। তেওঁ লগতে পুটিনৰ ভাৰত ভ্ৰমণক লৈ যথেষ্ট উৎসাহী বুলিও উল্লেখ কৰে।

উল্লেখ্য যে, শুল্ক যুদ্ধক লৈ ভাৰত আৰু আমেৰিকাৰ মাজত বৃদ্ধি পোৱা সংঘাতৰ সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে একপক্ষীয়ভাৱে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে।

ৰাছিয়াৰ সৈতে সু-সম্পৰ্ক বজাই ৰখা আৰু তেল ক্ৰয় কৰাক লৈ ক্ষুন্ন হৈয়েই ট্ৰাম্পে মোদীৰ ভাৰতৰ বিৰুদ্ধে ৫০ শতাংশ শুল্ক আৰোপ কৰি ভাৰতক প্ৰচণ্ড আঘাত দিছে।

ট্ৰাম্পে একপ্ৰকাৰ সকীয়নি প্ৰদান কৰি কৈছিল যে যদি ৰাছিয়াই ইউক্ৰেইনৰ সৈতে যুদ্ধ বন্ধ নকৰে তেন্তে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা সকলো দেশৰ ওপৰত ছেকেণ্ডাৰী শুল্ক আৰোপ কৰিব। কেৱল এয়াই নহয় ট্ৰাম্পে ভাৰতক অতিৰিক্তভাৱে পেণাল্টি লগোৱাৰো হুংকাৰ প্ৰদান কৰিছিল।

Tags: Ajit DovalIndiaRussiaVladimir Putin

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025