• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, October 26, 2025
25 °c
Guwahati
25 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আধাৰ, পান অথবা ভোটাৰ কাৰ্ডে ভাৰতৰ নাগৰিক বুলি প্ৰমাণ নকৰে : বোম্বে উচ্চ ন্যায়ালয়

Nation NE by Nation NE
August 12, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
আধাৰ, পান অথবা ভোটাৰ কাৰ্ডে ভাৰতৰ নাগৰিক বুলি প্ৰমাণ নকৰে : বোম্বে উচ্চ ন্যায়ালয়
Share on FacebookShare on TwitterWhatsApp

কেৱল আধাৰ কাৰ্ড, পান কাৰ্ড অথবা ভোটাৰ আইডিৰ দৰে প্ৰমাণ পত্ৰ নিজৰ ওচৰত ৰাখিলে ভাৰতৰ নাগৰিক বুলি প্ৰমাণ নহয়। মঙলবাৰে বোম্বে উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰে।

বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা এজন লোকৰ জামিন আবেদন নাকচ কৰি এই মন্তব্য কৰে বোম্বে উচ্চ ন্যায়ালয়ে।

জামিন আবেদন দাখিল কৰা ব্যক্তিজনৰ বিৰুদ্ধে জাল আৰু ভুৱা নথি-পত্ৰৰ ভিত্তিত ভাৰতত এটা দশকৰো অধিক সময় থকাৰ অভিযোগ।

ন্যায়াধীশ অমিত বোৰকাৰৰ বিচাৰপীঠে কয় যে নাগৰিকত্ব আইনৰ বিধানে কোনে ভাৰতৰ নাগৰিক হ’ব পাৰে আৰু কেনেকৈ নাগৰিকত্ব লাভ কৰিব পাৰে সেইটো নিৰ্ধাৰণ কৰে আৰু আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি কাৰ্ডৰ দৰে নথি-পত্ৰ কেৱল চিনাক্তকৰণৰ বাবে বা সেৱা লাভৰ বাবেহে।

অভিযুক্ত বাংলাদেশী নাগৰিক বাবু আব্দুল ৰৌফ চৰ্দাৰক জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে আদালতে। এই ব্যক্তিজনে বৈধ পাছপ’ৰ্ট বা ভ্ৰমণ নথি-পত্ৰ অবিহনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। অ

অভিযোগ অনুসৰি বাংলদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা এই লোকজনে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি, ভাৰতীয় পাছপ’ৰ্ট আদি নথি-পত্ৰ জালিয়াতিৰে লাভ কৰিছিল।

উচ্চ ন্যায়ালয়ে কয় যে কেৱল আধাৰ কাৰ্ড, পান কাৰ্ড বা ভোটাৰ আইডি কাৰ্ডৰ দৰে নথি-পত্ৰ থাকিলেই এজন ব্যক্তি ভাৰতৰ নাগৰিক নহয়। এই নথিসমূহ চিনাক্তকৰণৰ বাবে বা সেৱা লাভৰ বাবে, কিন্তু ইয়াৰ দ্বাৰা নাগৰিকত্ব আইনত উল্লেখ কৰা নাগৰিকত্বৰ মৌলিক আইনী প্ৰয়োজনীয়তাসমূহ নাইকিয়া নহয়।

Tags: AADHARBombay High CourtPan CardVoter Id

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

October 25, 2025
পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025