• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
22 °c
Guwahati
23 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

স্বাধীনতা দিৱসৰ পূৰ্বে পুৰীৰ জগন্নাথ মন্দিৰত সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি

Nation NE by Nation NE
August 13, 2025
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
স্বাধীনতা দিৱসৰ পূৰ্বে পুৰীৰ জগন্নাথ মন্দিৰত সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ওড়িশাৰ পুৰীস্থিত জগন্নাথ মন্দিৰত সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি প্ৰদান কৰাৰ এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। মন্দিৰৰ সমীপৰ দেৱালত ধমকভৰা বাৰ্তা লাভ কৰাৰ পিছতে মন্দিৰ চৌহদত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মন্দিৰৰ সুৰক্ষাও বৃদ্ধি কৰে।

পুৰী আৰক্ষীয়ে জানিব দিয়া অনুসৰি, বুধবাৰে পৰিক্ৰমা মাৰ্গৰ বালিছাহী প্ৰৱেশদ্বাৰৰ সমীপৰ বুঢ়ী মা ঠাকুৰাণী মন্দিৰৰ দেৱালত কোনো দুষ্ট চক্ৰই লিখিছিল এক ভাবুকি বাৰ্তা। বাৰ্তাটোত শ্ৰীজগন্নাথ মন্দিৰত সন্ত্ৰাসবাদী আক্ৰমণৰ সতৰ্কবাণী দিয়া হৈছে। ইংৰাজী আৰু ওড়িয়া ভাষাত এই ধমকভৰা বাৰ্তাটো লিখা হৈছিল।

আনহাতে মন্দিৰৰ সমীপত থকা আন আন সৰু সৰু মন্দিৰ সমূহৰ দেৱালতো এইধৰণৰ ভাবুকিভৰা বাৰ্তা লিখা হৈছে। মেছেজটোত লিখা আছিল, ‘Terrorists will attack and destroy the Jagannath temple’ অৰ্থাৎ সন্ত্ৰাসবাদীয়ে জগন্নাথ মন্দিৰত আক্ৰমণ কৰি ধ্বংস কৰিব।

ধমকভৰা এই বাৰ্তাটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামো উল্লেখ কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰি দেৱালত কেইবাটাও মোবাইল ফোন নম্বৰ লিখিছে য’ত সেই নম্বৰসমূহত ফোন কৰিবলৈ আহ্বান জনোৱা হৈছে।

Tags: Independence dayJagannath TempleOdishaPuri

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025