• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, August 17, 2025
31 °c
Guwahati
27 ° Mon
28 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    সেই দিন আৰু নাই… বড়ো জাতিৰ উত্তৰণত নতুন দিগন্ত

    এইবাৰ বিশ্বনাথত সাজু বুলড’জাৰ; কাইলৈ ৩০৭টা পৰিয়ালত চলিব উচ্ছেদ

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

    নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ দেহাৱসান; প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ

    স্বাধীনতা দিৱসৰ আনন্দৰ মাজতেই ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা; এজনৰ থিতাতে মৃত্যু

    কেনে যাব আজিৰ দিনটো… জানো আহক আজিৰ ৰাশিফল

    জিলা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীবাসীক দিলে নতুন বতৰা

    ভাৰত-বাংলদেশ সীমান্তৰ পৰা ৯ জন সন্দেহজনক ৰহিংগিয়াক আটক অসম আৰক্ষীৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আমেৰিকাৰ পৰা নিজ জনমভূমিলৈ উভতিল মহাকাশচাৰী শুভাংশু শুক্লা

      Nation NE by Nation NE
      August 17, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      আমেৰিকাৰ পৰা নিজ জনমভূমিলৈ উভতিল মহাকাশচাৰী শুভাংশু শুক্লা
      Share on FacebookShare on TwitterWhatsApp

      নিজ জন্ম ভূমিলৈ উভতি আহিল আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS) লৈ যোৱা প্ৰথম ভাৰতীয় গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা। ১৫ জুলাইত মহকাশ কেন্দ্ৰৰ পৰা উভতি অহাৰ পিছত ১৭ আগষ্ট তথা দেওবাৰে পুৱা দিল্লীত আহি উপস্থিত হয় মহাকাশচাৰীগৰাকী।

      দিল্লী বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে হাজাৰ-হাজাৰ লোকে জাতীয় পতাকাৰ লগতে ঢোল-নাগাৰাৰে দেশৰ দ্বিতীয়গৰাকী মহাকাশচাৰীজনক আদৰণি জনায়। তেওঁক আদৰিবলৈ বিমান বন্দৰত উপস্থিত থাকে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং।

      উল্লেখ্য যে, ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই ২৫ জুনত এক্সিয়াম মিছন ৪ৰ অধীনত ISS লৈ ৰাওনা হৈছিল। ইয়াৰ লগে লগে তেওঁ মহাকাশত ভৰি দিয়া প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। মহাকাশত বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি তেওঁ ২৫ জুলাইত পৃথিৱীত ভৰি দিছিল।

      শুক্লাই বিগত এবছৰ ধৰি আমেৰিকাৰ নাছা, এক্সিয়াম আৰু স্পেচএক্সৰ সুবিধাসমূহত প্ৰশিক্ষণ লৈ আছিল।

      ভাৰতলৈ উভতি অহাৰ সময়ত শুক্লাই ইনষ্টাগ্ৰামত এখন ছবি শ্বেয়াৰ কৰি লিখিছে যে তেওঁ মিশ্ৰিত আৱেগৰ মাজেৰে পাৰ হৈ গৈছে। তেওঁ লিখিছে, ‘আমেৰিকাত লগ পোৱা বন্ধু-বান্ধৱী আৰু পৰিয়ালক এৰি অহাটো দুখৰ কথা, কিন্তু ভাৰতলৈ উভতি আহি মোৰ পৰিয়াল আৰু দেশবাসীক লগ পোৱাটো আনন্দ আৰু সুখ। মোৰ কমাণ্ডাৰ পেগী হুইটছনে কোৱাৰ দৰে – মহাকাশ ভ্ৰমণত পৰিৱৰ্তন একমাত্ৰ স্থায়ী বস্তু, জীৱনতো একেই কথা।’

      তেওঁ হিন্দী ছবি ‘স্বদেশ’ ‘ইউ হি চলা চল ৰহী’ গীতটোৰ পংক্তিৰে পোষ্টটোৰ সামৰণি মাৰে।

      Tags: #DelhiIndiaIndian AstronautShubhanshu Shukla

      Related Posts

      বাবৰ আজম-ৰিজৱানৰ টি-২০ কেৰিয়াৰ শেষ! এছিয়া কাপৰ দলত নাপালে স্থান…
      Top News

      বাবৰ আজম-ৰিজৱানৰ টি-২০ কেৰিয়াৰ শেষ! এছিয়া কাপৰ দলত নাপালে স্থান…

      August 17, 2025
      জেলেনস্কিৰ চাঞ্চল্যকৰ দাবী; ৰাছিয়াৰ হৈ যুঁজ দিছে এইকেইখন দেশৰ সেনাই
      Top News

      যুদ্ধ বিৰতিৰ বাবে সন্মত নহয় ৰাছিয়া, অধিক জটিল হ’ব পৰিস্থিতি : জেলেনস্কিয়ে

      August 17, 2025
      জম্মু-কাশ্মীৰত পুনৰ ডাৱৰ বিস্ফোৰণ; ৪ জন লোকৰ সৈতে শোকাৱহ ঘটনা
      Top News

      জম্মু-কাশ্মীৰত পুনৰ ডাৱৰ বিস্ফোৰণ; ৪ জন লোকৰ সৈতে শোকাৱহ ঘটনা

      August 17, 2025
      ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি
      Top News

      আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

      August 17, 2025
      সেই দিন আৰু নাই… বড়ো জাতিৰ উত্তৰণত নতুন দিগন্ত
      Top News

      সেই দিন আৰু নাই… বড়ো জাতিৰ উত্তৰণত নতুন দিগন্ত

      August 16, 2025
      প্লাষ্টিক সামগ্ৰী নিৰ্মাণ কৰা কাৰখানাত ভয়ংকৰ জুই; এটা পৰিয়ালৰে ৪জন সদস্যসহ ৫জনৰ মৃত্যু

      শীৰ্ষ সংবাদ

      বাবৰ আজম-ৰিজৱানৰ টি-২০ কেৰিয়াৰ শেষ! এছিয়া কাপৰ দলত নাপালে স্থান…

      যুদ্ধ বিৰতিৰ বাবে সন্মত নহয় ৰাছিয়া, অধিক জটিল হ’ব পৰিস্থিতি : জেলেনস্কিয়ে

      জম্মু-কাশ্মীৰত পুনৰ ডাৱৰ বিস্ফোৰণ; ৪ জন লোকৰ সৈতে শোকাৱহ ঘটনা

      আমেৰিকাৰ পৰা নিজ জনমভূমিলৈ উভতিল মহাকাশচাৰী শুভাংশু শুক্লা

      আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

      সেই দিন আৰু নাই… বড়ো জাতিৰ উত্তৰণত নতুন দিগন্ত

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist