• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাবৰ আজম-ৰিজৱানৰ টি-২০ কেৰিয়াৰ শেষ! এছিয়া কাপৰ দলত নাপালে স্থান…

Nation NE by Nation NE
August 17, 2025
in Top News, ক্ৰীড়া
0 0
বাবৰ আজম-ৰিজৱানৰ টি-২০ কেৰিয়াৰ শেষ! এছিয়া কাপৰ দলত নাপালে স্থান…
Share on FacebookShare on TwitterWhatsApp

ছেপ্তেম্বৰ মাহৰ পৰা আৰম্ভ হ’বলগীয়া এছিয়া কাপৰ বাবে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নিজৰ ১৭ জনীয়া দলটো ঘোষণা কৰিছে। এই প্ৰতিযোগিতাখনৰ বাবে ছলমান আলী আঘাক অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে।

সবাটোকৈ আশ্বৰ্যকৰ কথাটো হ’ল যে পাকিস্তানৰ ছিনিয়ৰ খেলুৱৈ বাবৰ আজম আৰু মহম্মদ ৰিজৱানে এছিয়া কাপ ২০২৫ৰ বাবে দলত সুযোগ লাভ নকৰিলে। এই দুয়োজন খেলুৱৈয়ে দীৰ্ঘদিন ধৰি পাকিস্তানী টি-২০ দলৰ পৰা আঁতৰি আছিল।

বেয়া ফৰ্মৰ বাবেই এই ছিনিয়ৰ ক্ৰিকেটাৰ দুগৰাকীক দলত স্থান দিয়া হোৱা নাই বুলি চৰ্চা লাভ কৰিছে। দুয়োজনে শেষবাৰৰ বাবে ২০২৪ চনত আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচত অংশ লৈছিল।

পাকিস্তানৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ তালিকাত প্ৰথম আৰু দ্বিতীয় স্থানত থকা বাবৰ আৰু ৰিজৱানৰ দৰে অনুভৱী ক্ৰিকেটাৰক দলত স্থান নিদিয়া কাৰ্যত পাকিস্তানৰ অধিকাংশ ক্ৰিকেট অনুৰাগীয়ে ক্ষোভ প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে।

এছিয়া কাপৰ বাবে ঘোষণা কৰা ১৭ জনীয়া দলটো-

ছলমান আলী আঘা (অধিনায়ক), আবৰাৰ আহমদ, ফহীম আছৰফ, ফখৰ জামান, হাৰিছ ৰউফ, হাছান আলী, হাছান নাৱাজ, হুছেইন তলত, খুশ্বদিল শ্বাহ, মহম্মদ হাৰিছ (উইকেটকীপাৰ), মহম্মদ নাৱাজ, মহম্মদ ৱাছিম জুনিয়ৰ, চাহিবজাদা ফাৰহান, ছইম আয়ুব, ছলমান মিৰ্জা, শ্বাহীন শ্বাহ আফ্ৰিদী আৰু ছুফয়ান মৌকিম।

Tags: asia cupPakistan

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025