• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ; পঢ়ক আমাৰ ৰাশিফল

Nation NE by Nation NE
August 19, 2025
in Top News, অসম
0 0
কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল
Share on FacebookShare on TwitterWhatsApp

মেষ- আজি আপুনি উৎসাহ আৰু সুখেৰে কাম কৰিব পাৰিব। কিছুমান ডাঙৰ কাম সম্পূৰ্ণ কৰিলে সুখ বৃদ্ধি পাব। অনাকাংক্ষিত উপহাৰ লাভ কৰিব।শুভ ৰং-হালধীয়া, শুভ নম্বৰ-৮।

বৃষ- কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ’ব পাৰে। কৰ্মসংস্থাপন বৃদ্ধি পাব। সামাজিক কাম কৰাৰ সুযোগ পাব পাৰে। শুভ ৰং-গুলপীয়া, শুভ নম্বৰ-৪।

মিথুন- নেতিবাচকতা বৃদ্ধি পাব। ব্যৱসায়ত ভালবান হ’ব।লেনদেনত সাৱধান হওক। পৰিয়ালৰ লোকৰ সৈতে মতানৈক্য আৰু তৰ্ক-বিতৰ্ক হ’ব পাৰে।শুভ ৰং-ৰঙা শুভ নম্বৰ-২।

কৰ্কট- সৃষ্টিশীল কামত সফল হ’ব। ব্যৱসায়ত ব্যস্ততা থাকিব। চাকৰিত প্ৰভাৱ বাঢ়িব। পৰিয়ালক লৈ চিন্তা-চৰ্চা বৃদ্ধি হ’ব পাৰে। আজি আপোনাৰ ভাগ্য অনুকূল হ’ব।শুভ ৰং-সেউজীয়া, শুভ নম্বৰ-৭।

সিংহ- স্বাস্থ্য দুৰ্বল হৈ থাকিব।  চিন্তা আৰু উত্তেজনা হ্ৰাস পাব। লেনদেনত খৰখেদা আৰু অসাৱধানতা অৱলম্বন নকৰিব। ব্যৱসায়ক কিছু আৰ্থিক লোকচান হ’ব পাৰে। শুভ ৰং-ৰঙা, শুভ নম্বৰ-২।

কন্যা- প্ৰেমৰ সম্পৰ্কত সামঞ্জস্যতা থাকিব। সকলো কাম সময়মতে সম্পূৰ্ণ হ’ব। বিনিয়োগ শুভ হ’ব। আয় বাঢ়িব। ব্যৱসায়ত লাভ হ’ব।শুভ ৰং-নীলা, শুভ নম্বৰ-৪।

তুলা- আজি ভাগ্য আপোনাৰ অনুকূল হ’ব। কৰ্মসংস্থাপন বৃদ্ধি পাব। আয় বাঢ়িব। চাকৰিত প্ৰভাৱ বাঢ়িব। ভাই-ভনীৰ সহযোগিতাই সুখ বৃদ্ধি কৰিব। বিপদজনক কাম-কাজ পৰিহাৰ কৰক।শুভ ৰং-হালধীয়া, শুভ নম্বৰ-৯।

বৃশ্চিক- প্ৰতিদ্বন্দ্বিতা বাঢ়িব। বন্ধু-বান্ধবীৰ পৰা সাৱধানে থাকিব। ক্লান্তি আৰু দুৰ্বলতা থাকিব। স্থায়ী সম্পত্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। শুভ ৰং-ৰঙা, শুভ নম্বৰ-৮।

ধনু- শত্ৰুৱে ক্ষতি কৰিব পাৰে। শাৰীৰিকভাৱে সুস্থ হৈ থাকিব। ব্যৱসায়ত আকাংক্ষিত ফল লাভ কৰিব। আয় বৃদ্ধি হ’ব। মূল্যৱান বস্তুবোৰ সুৰক্ষিতভাৱে ৰাখক। সাংবাদিক-সাহিত্যিকসকল কিছু সাৱধানতা অৱলম্বন কৰক। শুভ ৰং-নীলা, শুভ নম্বৰ-৬।

মকৰ- ব্যৱসায়ত স্থিতি লাভজনক হ’ব। আয়ৰ নিশ্চয়তা থাকিব। কৰ্মস্থানত সুফল লাভ কৰিব। শুভ ৰং-বগা, শুভ নম্বৰ-৫।

কুম্ভ- ব্যৱসায় বৃদ্ধি হ’ব। পৰিয়ালৰ সমৰ্থন লাভ কৰিব। ভ্ৰমণৰ সুযোগ লাভ কৰিব। প্ৰতিটো ফালৰ পৰাই আপুনি সফলতা লাভ কৰিব। সুখ বাঢ়িব। ব্যস্ততাৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে।শুভ ৰং-নীলা, শুভ নম্বৰ-১।

মীন- অৰ্থনৈতিকভাৱে সবল হৈ থাকিব। কিবা ভাল খবৰে আপোনাক আনন্দিত কৰিব। আত্মসন্মান অটুট থাকিব। শুভ ৰং-নীলা, শুভ নম্বৰ-৩।

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?
Top News

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

April 29, 2026
নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস
Top News

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

April 29, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 29, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025