• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিশ্বকাপ ২০২৭ লৈ কিয় কেপ্তেইন হৈ থাকিব লাগে ৰোহিত শৰ্মা? প্ৰাক্তন ক্ৰিকেটাৰে ক’লে ইয়াৰ আঁৰৰ কাহিনী…

Nation NE by Nation NE
August 19, 2025
in Top News, ক্ৰীড়া
0 0
বিশ্বকাপ ২০২৭ লৈ কিয় কেপ্তেইন হৈ থাকিব লাগে ৰোহিত শৰ্মা? প্ৰাক্তন ক্ৰিকেটাৰে ক’লে ইয়াৰ আঁৰৰ কাহিনী…
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় এদিনীয়া দলৰ অধিনায়ক ৰোহিত শৰ্মাক লৈ এক ডাঙৰ বক্তব্য দিলে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ অম্বতি ৰায়ুডুৱে। ২০২৭ চনলৈ হিটমেন ৰোহিত শৰ্মাই এদিনীয়া বিশ্বকাপ খেলিব লাগে বুলি মন্তব্য কৰি অম্বতি ৰায়ুডুৱে ইয়াৰ আঁৰৰ কাৰণো দাঙি ধৰিছে।

এক প’ডকাষ্টত অম্বতি ৰায়ুডুৱে কয় যে, ২০২৭ চনৰ বিশ্বকাপ কোনে জয় কৰিব, ইয়াকে লৈ সকলো অপেক্ষাৰত। যদি ৰোহিত শৰ্মাৰ অধিনায়কত্বই এই কাম কৰিব পাৰে, তেন্তে ২০২৭ চনলৈকে তেওঁৰ অধিনায়কত্ব অব্যাহত ৰাখিব লাগে। এদিনীয়াত ৰোহিতৰ ঠাইত কোনেও ল’ব নোৱাৰে, তেওঁৰ অধিনায়কত্ব, তেওঁৰ বেটিং আৰু খেলুৱৈৰ প্ৰতি তেওঁৰ আত্মবিশ্বাস, এই সকলোবোৰ অতি গুৰুত্বপূৰ্ণ – ৰোহিতে অধিনায়কত্ব হ’ব লাগে।

ভাৰতৰ হৈ এই পৰ্যন্ত দুবাৰকৈ আই চি চিৰ ট্ৰফী লাভ কৰিছে ৰোহিত শৰ্মাই। তেওঁৰ অধিনায়কত্বত ২০২৪ চনৰ টি-২০ বিশ্বকাপ আৰু ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছে ভাৰতে। অৱশ্যে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাস্ত হৈছিল টীম ইণ্ডিয়া। ৰোহিত শৰ্মাৰ অধিনায়কত্বত ডব্লিউ টি চিৰ আন এখন ফাইনেলত ভাৰতে পৰাস্ত হৈছে যদিও দুটা ট্ৰফী জয় কৰাটোও নিজৰ বাবেই এক ডাঙৰ কথা।

টি-২০ বিশ্বকাপ ২০২৪ৰ পিছত টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আৰু ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে টেষ্ট ক্ৰিকেটক বিদায় দিলে ধুমুহাময় অ’পেনাৰ ৰোহিত শৰ্মাই। এনে পৰিস্থিতিত ২০২৭ চনৰ এদিনীয়া বিশ্বকাপলৈকে তেওঁ নিজকে কেনেকৈ ফিট কৰি ৰাখিব পাৰিব সেই লৈ প্ৰশ্ন উত্থাপন হৈছে, কাৰণ একেটা ফৰ্মেটতে কাৰোবাৰ বাবে জীয়াই থকাটো কঠিন। ৰোহিত শৰ্মা আৰু বিৰাট কোহলী দুয়োজনে টি-২০ আৰু টেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। অৱশ্যে দুয়োকে এদিনীয়া ক্ৰিকেট খেলা দেখা যাব।

Tags: #cricketSportsworld cup

Related Posts

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?
Top News

March 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

শীৰ্ষ সংবাদ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025