• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
23 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ICC এদিনীয়া ৰেংকিঙৰ পৰা নোহোৱা হ’ল বিৰাট-ৰোহিতৰ নাম; শীৰ্ষ ৫ত একমাত্ৰ শুভমন

Nation NE by Nation NE
August 20, 2025
in Top News, ক্ৰীড়া
0 0
ICC এদিনীয়া ৰেংকিঙৰ পৰা নোহোৱা হ’ল বিৰাট-ৰোহিতৰ নাম; শীৰ্ষ ৫ত একমাত্ৰ শুভমন
Share on FacebookShare on TwitterWhatsApp

হঠাতে আই চি চি ৰেংকিঙৰ পৰা নাম নোহোৱা হ’ল ভাৰতীয় ক্ৰিকেটৰ দুই তাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ। এদিনীয়া ৰেংকিঙত নাম নাই দুয়োজন বেটাৰৰ। কেৱল শীৰ্ষ ১০ ৰ পৰাই নহয় শীৰ্ষ ১০০ ৰ পৰাও নোহোৱা হৈছে ক্ৰিকেটাৰ দুগৰাকীৰ নাম।

যোৱা সপ্তাহত আইচিচিয়ে এদিনীয়া ৰেংকিং প্ৰকাশ কৰাৰ সময়ত ভাৰতৰ এদিনীয়া অধিনায়ক ৰোহিত শৰ্মাই পাকিস্তানৰ বাবৰ আজমক অতিক্ৰম কৰি দ্বিতীয় স্থান লাভ কৰে। এতিয়া হঠাৎ আইচিচিৰ এদিনীয়া ৰেংকিঙৰ পৰা ৰোহিত আৰু বিৰাটৰ নাম আঁতৰাই দিয়া হৈছে।

উল্লেখ্য যে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই টি-২০ আন্তঃৰাষ্ট্ৰীয় আৰু টেষ্টৰ পৰা অৱসৰ লৈছে, কিন্তু দুয়োজনে এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ৰ পৰা এই পৰ্যন্ত অৱসৰ ঘোষণা কৰা নাই। অৱশ্যে বহুতে ৰেংকিঙৰ পৰা বিৰাট আৰু ৰোহিতৰ নাম আঁতৰোৱাটো কাৰিকৰী দোষ হ’ব পাৰে বুলি আশংকা কৰিছে।

বেটছমেনৰ বাবে আইচিচিৰ এদিনীয়া ৰেংকিঙত প্ৰথম স্থানত আছে ভাৰতৰ শুভমন গিল। গিলৰ ৰেটিং পইণ্ট আছে ৭৮৪। দ্বিতীয় স্থানত পাকিস্তানৰ বাবৰ আজম, তিনি নম্বৰত নিউজিলেণ্ডৰ ডেৰিল মিচেল, চতুৰ্থ স্থানত শ্ৰীলংকাৰ আছলংকা আৰু পঞ্চম স্থানত আছে আয়াৰলেণ্ডৰ হেৰী ট্ৰেক্টৰ। ৭০৪ ৰেটিং পইণ্টেৰে ছয় নম্বৰত আছে ভাৰতৰ শ্ৰেয়াছ আয়াৰ।

দক্ষিণ আফ্ৰিকাৰ স্পিনাৰ কেশৱ মহাৰাজ এদিনীয়াত শীৰ্ষ বলাৰ হিচাপে পৰিগণিত হৈছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত কেশৱ মহাৰাজে ৫টা উইকেট দখল কৰে। কেশৱ মহাৰাজে দুটা স্থান আগবাঢ়ি ৬৮৭ পইণ্টেৰে প্ৰথম স্থান দখল কৰিছে।

শ্ৰীলংকাৰ মহেশ তীক্ষাণা আৰু ভাৰতৰ কুলদীপ যাদৱে এটাকৈ স্থান হেৰুৱাইছে। তীক্ষাণা দ্বিতীয় স্থানলৈ অৱনমিত হোৱাৰ বিপৰীতে কুলদীপৰ শেহতীয়া ৰেংকিং তৃতীয়।

Tags: ICCODI RankingsRohit SharmaShubman GillVirat Kohli

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025