• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
22 °c
Guwahati
23 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE by Nation NE
August 27, 2025
in Top News, অসম
0 0
কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল
Share on FacebookShare on TwitterWhatsApp

মেষ- কৰ্মক্ষেত্ৰত প্ৰতিদ্বন্দ্বিতা বাঢ়িব। ক্লান্তি আৰু দুৰ্বলতা থাকিব। স্থায়ী সম্পত্তি বৃদ্ধি পাব। শুভ ৰং-হালধীয়া।

বৃষ- শত্ৰুপক্ষই ক্ষতি কৰাৰ সম্ভাৱনা আছে। বিতৰ্কক উৎসাহিত নকৰিব। স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। ব্যৱসায়ত আকাংক্ষিত লাভ থাকিব। আয় থাকিব। মূল্যৱান বস্তুবোৰ সুৰক্ষিতভাৱে ৰাখক। শুভ ৰং-শুভ্ৰ।

মিথুন- অপ্ৰয়োজনীয় খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য দুৰ্বল হৈ থাকিব। চিন্তা আৰু উত্তেজনা থাকিব। লেনদেনত খৰখেদা আৰু অসাৱধানতা অৱলম্বন নকৰিব। আৰ্থিক লোকচান হ’ব পাৰে।শুভ ৰং-ৰঙা।

কৰ্কট- ব্যৱসায়ৰ সৈতে জড়িত লোকসকল উপকৃত হ’ব। লাভৰ সুযোগ আহিব। প্ৰতিটো ফালৰ পৰাই আপুনি সফলতা লাভ কৰিব। সুখ বাঢ়িব। ব্যস্ততাৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। শুভ ৰং-নীলা।

সিংহ- সৃষ্টিশীল কামত সফল হ’ব। ব্যৱসায়ত ব্যস্ততা থাকিব। চাকৰিত প্ৰভাৱ বাঢ়িব। পৰিয়ালক লৈ চিন্তা-চৰ্চা বৃদ্ধি হ’ব পাৰে। আজি আপোনাৰ ভাগ্য অনুকূল হ’ব। শুভ ৰং-সেউজীয়া।

কন্যা- আজি ভাগ্য আপোনাৰ অনুকূল হ’ব। কৰ্মসংস্থাপন বৃদ্ধি পাব। আয় বাঢ়িব। চাকৰিত প্ৰভাৱ বাঢ়িব। ভাই-ভনীৰ সহযোগিতাই সুখ বৃদ্ধি কৰিব। বিপদজনক কাম-কাজ পৰিহাৰ কৰক। শুভ ৰং-হালধীয়া।

তুলা- কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ’ব পাৰে। নতুন কৰ্মসংস্থাপনৰ বাবে যোগাযোগ হ’ব পাৰে। সামাজিক কাম কৰাৰ সুযোগ পাব পাৰে। শুভ ৰং-গুলপীয়া।

বৃশ্চিক- বিপদজনক কাম-কাজ পৰিহাৰ কৰক। কিবা ভাল খবৰ পাব পাৰে। আত্মসন্মান অটুট থাকিব। শুভ ৰং-বগা।

ধনু- প্ৰেমৰ সম্পৰ্কত সামঞ্জস্যতা থাকিব। সকলো কাম সময়মতে সম্পূৰ্ণ হ’ব। বিনিয়োগ শুভ হ’ব। আয় বাঢ়িব। ব্যৱসায়ত লাভ হ’ব। শুভ ৰং-নীলা।

মকৰ- নেতিবাচকতা বৃদ্ধি পাব। ব্যৱসায়ত লাভবান হ’ব। লেনদেনত সাৱধান হওক। পৰিয়ালৰ লোকৰ সৈতে মতানৈক্য আৰু তৰ্ক-বিতৰ্ক হ’ব পাৰে। শুভ ৰং-কমলা।

কুম্ভ- ব্যৱসায়ত স্থিতি লাভজনক হ’ব। নতুন বন্ধুত্ব গঢ় লৈ উঠিব পাৰে। শৰীৰে কিছু আমনি কৰিব পাৰে। আয়ৰ নিশ্চয়তা থাকিব। শুভ ৰং- সেউজীয়া।

মীন- আজি আপুনি উৎসাহ আৰু সুখেৰে কাম কৰিব পাৰিব। কিছুমান ডাঙৰ কাম সম্পূৰ্ণ কৰিলে সুখ বৃদ্ধি পাব। অনাকাংক্ষিত উপহাৰ লাভ কৰিব। শুভ ৰং-হালধীয়া।

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025