• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ফটকা কাৰখানাত বিস্ফোৰণ, ২ জন লোক নিহতৰ লগতে আহত বহু

Nation NE by Nation NE
August 31, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ফটকা কাৰখানাত বিস্ফোৰণ, ২ জন লোক নিহতৰ লগতে আহত বহু
Share on FacebookShare on TwitterWhatsApp

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত ৩১ আগষ্টৰ পুৱা সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। লক্ষ্ণৌৰ গুডাম্বা থানা এলেকাৰ বেহতা বজাৰ অঞ্চলৰ এটা ঘৰত চলি থকা এটা অবৈধ আতচবাঁজী কাৰখানাত সংঘটিত হয় এক বৃহৎ বিস্ফোৰণ।

এই দুৰ্ঘটনাত ইতিমধ্যে ২ জন লোকৰ প্ৰাণহানি হোৱাৰ খবৰ পোৱা গৈছে আৰু বহু লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। বিস্ফোৰণটো ইমানেই জোৰেৰে হৈছিল যে ১ কিলোমিটাৰ দূৰলৈকে ইয়াৰ শব্দ শুনা গৈছিল, যাৰ ফলত চাৰিওফালৰ অঞ্চলত আতংকৰ সৃষ্টি হয়।

এই দুৰ্ঘটনা সন্দৰ্ভত লক্ষ্ণৌৰ ডি এম বিশাক জীয়ে কয় যে,  আৰক্ষীৰ দল, জৰুৰীকালীন সঁহাৰি, এছ ডি আৰ এফৰ দল সেই স্থানত উপস্থিত হৈছে। দুজন লোকৰ মৃত্যু হৈছে আৰু ৫জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। বিস্ফোৰণৰ কাৰণ আৰু অন্যান্য বিষয় জানিবলৈ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ইয়াত উপস্থিত হৈছে।

ডি এম গৰাকীয়ে জানিবলৈ দিয়া মতে আহত তিনিজনক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়াৰ বিপৰীতে গুৰুতৰভাৱে আহত দুজনক উন্নত চিকিৎসাৰ বাবে কে জি এম ইউলৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু এছডিআৰএফ। যিটো অট্টালিকাত বিস্ফোৰণ সংঘটিত হৈছিল সেই অট্টালিকাটো সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে ইয়াৰ আশে-পাশে থকা অট্টালিকাসমূহো ক্ষতিগ্ৰস্ত হৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ লগতে আৰক্ষীৰ দলে বিস্ফোৰণৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে। বিডিডিৰ দল আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলে বিস্ফোৰণৰ কাৰণ জানিবলৈ প্ৰমাণ সংগ্ৰহ কৰি আছে।

Tags: BlastbombLucknow

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025