• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিৰ্বাচন আয়োগৰ ডাঙৰ সিদ্ধান্ত; এতিয়াৰে পৰা EVMত থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো

Nation NE by Nation NE
September 17, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
নিৰ্বাচন আয়োগৰ ডাঙৰ সিদ্ধান্ত; এতিয়াৰে পৰা EVMত থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বিহাৰত ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণক লৈ চলি থকা বিতৰ্কৰ মাজতে বুধবাৰে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে নিৰ্বাচন আয়োগে। এতিয়াৰে পৰা ইভিএমত প্ৰাৰ্থীৰ নাম আৰু নিৰ্বাচনী চিহ্নৰ লগতে থাকিব প্ৰাৰ্থীগৰাকীৰ ৰঙীণ ফটোগ্ৰাফ। বিহাৰ বিধানসভা নিৰ্বাচনৰ পৰাই প্ৰযোজ্য হ’ব এই নিয়ম।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, বহু সময়ত একে নামৰ প্ৰাৰ্থীয়ে ভোটাৰৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰে। সেয়ে এই বিভ্ৰান্তি আঁতৰাবলৈ নিৰ্বাচন আযোগে এতিয়াৰে পৰা ইভিএমত প্ৰাৰ্থীৰ ৰঙীণ ফটো সংলগ্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে, এই বিশেষ পদক্ষেপৰ উপৰি নিৰ্বাচন আয়োগে শীঘ্ৰে সমগ্ৰ ভাৰততে বিশেষ ভোটাৰ তালিকা পুনৰীক্ষণ (SIR)ৰ তাৰিখ নিৰ্ধাৰণ কৰিব। বছৰৰ শেষৰ পূৰ্বে ৰাজ্যসমূহৰ ভোটাৰ তালিকা পুনৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

এই সন্দৰ্ভত বুধবাৰে ইচিআইয়ে কয় যে বেছিভাগ ৰাজ্যতে আধাতকৈ অধিক ভোটাৰে কোনো নথি-পত্ৰ দাখিল কৰাৰ প্ৰয়োজন নহ’ব, কিয়নো তেওঁলোকৰ নাম শেষৰ এছআইআৰৰ পিছত প্ৰস্তুত কৰা ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ’ব।

Tags: Ballot PaperElection CommissionEVM

Related Posts

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?
Top News

March 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

শীৰ্ষ সংবাদ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025