• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
22 °c
Guwahati
23 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অনাথ ইচিকাৰ পৰিচয় হ’ল চুইডেন; অভিযন্তা পিতৃ-শিক্ষয়িত্ৰী মাতৃয়ে তুলি ল’লে যোৰহাটৰ কণমানিক

Nation NE by Nation NE
July 30, 2024
in Top News, অসম
0 0
অনাথ ইচিকাৰ পৰিচয় হ’ল চুইডেন; অভিযন্তা পিতৃ-শিক্ষয়িত্ৰী মাতৃয়ে তুলি ল’লে যোৰহাটৰ কণমানিক
Share on FacebookShare on TwitterWhatsApp

চুইডেনৰ নাগৰিকত্ব লাভ কৰিলে যোৰহাটৰ ইচিকাই। আঢ়ৈ বছৰীয়া ইচিকাৰ চিনাকী হ’ল চুইডেন। কিয়নো চুইডেনৰ দম্পত্তিয়ে তুলি ল’লে কণমানি ইচিকাক।

বিদেশী ৰাষ্ট্ৰ চুইডেনৰ কাৰ্ল ইনজেমা মেঠিয়াচ পাৰচেন আৰু ইভা মাৰিয়ানি গতচক নামৰ এটা দম্পতীয়ে নিজ সন্তান হিচাপে গ্ৰহণ কৰিলে ইচিকাক। পেছাত কাৰ্ল ইনজেমা মেথিয়াচ পাৰচেন অভিযন্তা আৰু তেওঁৰ পত্নী হৈছে শিক্ষয়ত্ৰী।

যোৰহাটৰ আৱৰ্ত ভৱনত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু প্ৰশাসনৰ বিষয়ববীয়াৰ উপস্থিতত আয়োজিত এক বিশেষ অনুষ্ঠানত সংগঠনটোৱে দম্পতীটোক ইচিকাক হস্তান্তৰ কৰে। ইফালে, সন্তানটিক গ্ৰহণ কৰি আনন্দিত হৈ পৰে বিদেশী দম্পত্তিটোৱে।

উল্লেখ্য যে, ইচিকাক এগৰাকী অবিবাহিত মাতৃয়ে শিশু কল্যাণ সমিতিক মাত্ৰ জন্মৰ ৯ দিনতে চমজাই দিছিল। স্বৰাজ নামৰ স্বেচ্ছাসেৱী সংস্থাৰ তত্বাৱধানত থকা কণমানি জনীৰ আঢ়ৈ বছৰ হোৱাৰ পিছত মঙলবাৰে সম্পূৰ্ণ নীতি-নিয়মেৰে দম্পতিটোক চমজাই দিয়া হয়।

Tags: #AssamJorhatpositivenewssweden

Related Posts

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026

শীৰ্ষ সংবাদ

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025