• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাতিল কৰা হ’ব মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ আইন; কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে মুছলমান সমাজৰ প্ৰতিবাদ

Nation NE by Nation NE
July 31, 2024
in Top News, অসম
0 0
বাতিল কৰা হ’ব মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ আইন; কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে মুছলমান সমাজৰ প্ৰতিবাদ
Share on FacebookShare on TwitterWhatsApp

চৰকাৰে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বাতিলৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ৰাজ্যজুৰি মুছলমান সম্প্ৰদায়ৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। এই আইনখন বাতিল নকৰিবলৈ দাবী উত্থাপন কৰিছে মুছলমান সম্প্ৰদায়ৰ সচেতনলোকসকলে।

কাছাৰৰ সোনাইত চৰকাৰৰ এই সিন্ধান্তৰ বিৰোধিতাৰে এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিছে সোনাই অঞ্চলৰ মুছলমান সমাজৰ সচেতন লোকসকলে । প্ৰতিবাদকাৰীসকলে ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।

প্ৰতিবাদকাৰীসকলে কয়, ১৯৩৫ চনৰ পৰা মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ আইন সমগ্ৰ দেশত চলি আহিছে। কিন্তু ৰাজ্য চৰকাৰে হঠাৎ এই আইন বাতিলৰ সিদ্ধান্তক তেওঁলোকে সহজভাৱে ল’ব পৰা নাই। চৰকাৰে এই আইনখন বাতিল কৰি মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত দিবলৈ অনুৰোধ জনাইছে প্ৰতিবাদকাৰীসকলে।

উল্লেখ্য যে, ১৮ জুলাইত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন কেবিনেটে মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে, আগন্তুক বিধানসভা অধিবেশনত এই আইন বাতিল কৰিবলৈ বিধেয়ক অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

Tags: #Assam#CacharAssam GovtMuslim marrige

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025