• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

DELETE বা DISABLE কৰিব নোৱাৰিব এই এপ! চৰকাৰৰ নতুন নিৰ্দেশনা

Nation NE by Nation NE
December 2, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
DELETE বা DISABLE কৰিব নোৱাৰিব এই এপ! চৰকাৰৰ নতুন নিৰ্দেশনা
Share on FacebookShare on TwitterWhatsApp

ভাৰতত মোবাইলৰ সুৰক্ষা শক্তিশালী কৰাৰ লগতে অনলাইন জালিয়াতি ৰোধৰ বাবে দূৰসংযোগ বিভাগে জাৰি কৰিছে এক নতুন নিৰ্দেশনা। এই নিৰ্দেশনাৰ অধীনত ভাৰতত নিৰ্মিত বা বহিঃৰাজ্যৰ পৰা আমদানি কৰা প্ৰতিটো নতুন স্মাৰ্টফোন এতিয়া সঞ্চাৰ সাথী এপৰ সৈতে প্ৰি-ইনষ্টল কৰা হ’ব। সকলো মোবাইল নিৰ্মাতা আৰু আমদানিকাৰকক এই নিৰ্দেশনা অনতিপলমে কাৰ্যকৰী কৰিবলৈ কোৱা হৈছে।

সঞ্চাৰ সাথী এপটোৱে মোবাইল ব্যৱহাৰকাৰীক সুৰক্ষা প্ৰদান কৰে। যদি কোনো ফোন হেৰাই যায় বা চুৰি হয়, তেন্তে মিনিটৰ ভিতৰতে ৰিপৰ্ট আৰু ব্লক কৰা হ’ব পাৰে। ইয়াৰ উপৰিও ই মোবাইল ফোনত ভুৱা লিংক, স্পেম কল, সন্দেহজনক বাৰ্তা, আৰু চলি থকা সংযোগসমূহ নিৰীক্ষণ কৰাত সহায় কৰে। এপটোৰ বিশেষ বৈশিষ্ট্য হ’ল ব্যৱহাৰকাৰীয়ে আৰু IMEI নম্বৰ মনত ৰখাৰ অসুবিধাৰ সন্মুখীন হ’ব নালাগে।

এই এপটোৱে সমগ্ৰ দেশৰ লাখ লাখ লোকক মোবাইল সুৰক্ষা সেৱা আগবঢ়াইছে। লাখ লাখ ফোন ব্লক কৰি বৃহৎ সংখ্যক চুৰি হোৱা মোবাইল ফোনৰ স্থানৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে। ইতিমধ্যে লাখ লাখ ব্যৱহাৰকাৰীয়ে এই প্লেটফৰ্মত নিজৰ নামত চলি থকা মোবাইল সংযোগ পৰীক্ষা কৰি বহু প্ৰৱঞ্চনামূলক কাৰ্যকলাপ ৰোধ কৰিছে। প্লে ষ্ট’ৰ আৰু এপ ষ্ট’ৰত ইয়াৰ ডাউনলোড ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, যিয়ে ইয়াৰ নিৰ্ভৰযোগ্যতা আৰু জনপ্ৰিয়তাক প্ৰতিফলিত কৰিছে।

চৰকাৰে স্পষ্ট কৰি দিছে যে এতিয়া নিৰ্মিত সকলো মোবাইল ফোনত সঞ্চাৰ সাথী প্ৰি-ইনষ্টল কৰিব লাগিব, আৰু এই এপটো ফোনটোৰ পৰা আঁতৰাই বা নিষ্ক্ৰিয় কৰিব নোৱাৰিব। আনকি পুৰণি ষ্টক ফোনসমূহতো চফটৱেৰ আপডেটৰ জৰিয়তে এই এপটো অন্তৰ্ভুক্ত কৰিব লাগিব। এপল, চেমচাং, অ’প’, ভিভ’, আৰু ছাইঅ’মিৰ দৰে কোম্পানীয়ে ৯০ দিনৰ ভিতৰত এই আদেশ মানি চলি ১২০ দিনৰ ভিতৰত চৰকাৰক প্ৰতিবেদন দাখিল কৰিব লাগিব।

Tags: AppCentral GovermentMOBILE

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025