• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হিন্দু পৰিয়ালত অত্যাচাৰ চলোৱা আক্ৰমণকাৰীৰ তথ্য দিয়াজনলৈ পুৰস্কাৰ, বাংলাদেশ আৰক্ষীৰ ডাঙৰ ঘোষণা

Nation NE by Nation NE
December 26, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
হিন্দু পৰিয়ালত অত্যাচাৰ চলোৱা আক্ৰমণকাৰীৰ তথ্য দিয়াজনলৈ পুৰস্কাৰ, বাংলাদেশ আৰক্ষীৰ ডাঙৰ ঘোষণা
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ বন্দৰগাহ চহৰৰ চট্টগ্ৰামৰ সমীপত থকা এটা হিন্দু পৰিয়ালত অত্যাচাৰ চলোৱা আক্ৰমণকাৰীৰ তথ্য দিয়াৰ সন্দৰ্ভত বাংলাদেশ আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰিছে। বাংলাদেশৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশত মব লিঞ্চিং এক বৃহৎ সংকট হিচাপে আত্মপ্ৰকাশ কৰিছে।

২৫ ডিচেম্বৰত বাংলাদেশৰ এখন বাতৰি কাকতে প্ৰকাশ কৰা অনুসৰি, ৰাওজান অঞ্চলৰ সুখ শীল আৰু অনিল শীলৰ জ্বলি যোৱা গৃহ পৰিদৰ্শন কৰি চট্টগ্ৰাম ৰেঞ্জৰ আৰক্ষী অধীক্ষক আহছান হাবিবে এই পুৰস্কাৰৰ ঘোষণা কৰে। অৱশ্যে এই পুৰস্কাৰৰ পৰিমাণ তেওঁ প্ৰকাশ কৰা নাই।

প্ৰতিবেদন অনুসৰি, ২৩ ডিচেম্বৰত অজ্ঞাত দুষ্কৃতিকাৰীয়ে গৃহটোত অগ্নি কৰিছিল যদিও তাত থকা লোকসকলে কোনো আঘাত নোহোৱাকৈয়ে পলায়ন কৰে। পৰিয়ালৰ লোকে জনোৱা মতে, পুৱাৰ ভাগত জুইৰ উত্তাপত সাৰ পাই উঠিছিল যদিও প্ৰথম অৱস্থাত বাহিৰৰ পৰা দুৱাৰত তলা লগোৱাৰ বাবে বাহিৰলৈ ওলাই আহিব পৰা নাছিল। টিনপাত আৰু বাঁহৰ বেৰ কাটি জ্বলি থকা ঘৰটোৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় দুয়োটা পৰিয়ালৰ ৮ জনকৈ সদস্য।

এক প্ৰতিবেদন অনুসৰি যোৱা সপ্তাহত একেটা অঞ্চলতে হিন্দু পৰিয়ালৰ ঘৰক লক্ষ্য কৰি অগ্নিসংযোগৰ কেইবাটাও ঘটনা সংঘটিত হৈছিল। আৰক্ষীয়ে জনোৱা মতে, ৫জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে অঞ্চলটোৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে বিশেষ নিৰাপত্তাৰক্ষীৰ দল গঠন কৰা হৈছে। প্ৰতিবেদন অনুসৰি বিগত ৫ দিনত ৰাওজানৰ তিনিটা ভিন্ন অঞ্চলত ৭টা হিন্দু পৰিয়ালৰ গৃহ জ্বলাই দিয়া হৈছে।

ৰাওজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সাজিদুল ইছলামে জনোৱা মতে, আৰক্ষীৰ অভিযানত এতিয়ালৈকে ৫জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বাকী থকা কেইজনৰ সন্ধান অব্যাহত আছে। আন্তঃধৰ্মীয় সম্প্ৰীতি নিশ্চিত কৰাৰ বাবে আৰু এনে জঘন্য অপৰাধৰ দোষীৰ বিৰুদ্ধে সামাজিক সতৰ্কতা বজাই ৰাখিবলৈ আৰক্ষীয়ে স্থানীয় প্ৰভাৱশালী লোকসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰে।

Tags: BangladeshHinduprize

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025