• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 23, 2026
28 °c
Guwahati
29 ° Fri
24 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
April 19, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

জুবিন গাৰ্গৰ গান বিকৃত কৰাৰ ফল পালে মৰ্মিতা মিত্ৰই। জিলাই জিলাই বাতিল কৰা হৈছে মৰ্মিতা মিত্ৰৰ বিহুৰ অনুষ্ঠান। কেইবাটাও দল-সংগঠনে দাখিল কৰিছে এজাহাৰ। গুৱাহাটীৰ দিছপুৰ থানাত মৰ্মিতাৰ বিৰুদ্ধে দাখিল কৰা হৈছে দুখনকৈ এজাহাৰ। বিহুত যাতে মৰ্মিতাই কোনো অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰিছে একাংশই। গোলাঘাট, শিৱসাগৰ, উত্তৰ গুৱাহাটী, টিহু, গুৱাহাটী, কাজিৰঙা, তিনিচুকীয়া, ৰঙিয়াত বাতিল মৰ্মিতাৰ সাংস্কৃতিক অনুষ্ঠান।

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড-২০২৬ৰ খিতাপ জয় গোৱাৰ সাধৱী সতীশ চেইলৰ। ভূৱনেশ্বৰৰ KIIT বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৬১তম ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২৬ৰ খিতাপ দখল কৰে সাধৱী সতীশ চেইলে। এই প্ৰতিযোগিতাত মহাৰাষ্ট্ৰৰ ৰাজনন্দিনী পাৱাৰ প্ৰথম ৰানাৰ-আপ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শ্ৰী অদ্বেতা দ্বিতীয় ৰানাৰ-আপ হিচাপে নিৰ্বাচিত হয়।

ভুৱা ভোটাৰ নাইকিয়া কৰিবলৈ কঠোৰ হৈছে উচ্চতম ন্যায়ালয়। ভোটকেন্দ্ৰত ৰিগিং বন্ধ কৰিবলৈ আহি আছে কঠোৰ আইন। ভোটদানৰ পূৰ্বে বায়োমেট্ৰিকযোগে ভোটাৰক চিনাক্তকৰণৰ বাবে আৱেদন ন্যায়াধীশ অশ্বিনী কুমাৰ উপাধ্যায়ে।নিৰ্বাচন চলি থকা ৫ ৰাজ্যত বায়োমেট্ৰিকৰ জৰিয়তে ভোটাৰৰ চিনাক্তকৰণৰ বাবে দাবী আৱেদনত কৰা হৈছে।

হৰমুজত ভাৰতৰ ২খন তেলৰ টেংকাৰক লক্ষ্য কৰি গুলীচালনা ইৰানৰ। ইৰাকৰ পৰা তেল কঢ়িয়াই অনা অৰ্ণৱ আৰু ছানমাৰ হেৰাল্ডক লক্ষ্য কৰি গুলীচালনা সংঘটিত হয়।এই ঘটনাৰ পিছতে দিল্লীৰ পৰা ইৰানৰ ৰাষ্ট্ৰদূতক চমন জাৰি কৰা হয়। ইফালে  ভাৰতত থকা ইৰানৰ প্ৰতিনিধি ডা০ আব্দুল মজিদ হকীম ইলাহীয়ে কয় যে, ভাৰত আৰু ইৰানৰ সম্পৰ্ক ৫০০০ বছৰ পুৰণি, ইৰানে কেতিয়াও যুদ্ধ বিচৰা নাই।আলোচনাৰ মাধ্যমেৰে দুয়োখন দেশে সমস্যাৰ সমাধান কৰিব বুলি মন্তব্য কৰে তেওঁ।

Tags: Latest newsmorning newsnews update

Related Posts

ভোটদানৰ সময়ত হুমায়ুন কবীৰ আৰু টিএমচি কৰ্মীৰ মাজত সংঘৰ্ষ, নিৰ্বাচনী হিংসাত নিক্ষেপ খাৰুৱা বোমা
Top News

April 23, 2026
বিধানসভা নিৰ্বাচন ২০২৬ঃ পশ্চিমবংগ-তামিলনাডুত ভোটদানৰ হাৰ ১৮%

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 23, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 23, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 23, 2026
ইছলামবাদ শান্তি আলোচনা ২.০: কাম কৰা নাই ট্ৰাম্পৰ ভাবুকিয়ে! ইৰাণে ক’লে- ‘এই প্ৰতিবেদন সম্পূৰ্ণ অসত্য’

April 22, 2026

শীৰ্ষ সংবাদ

ভোটদানৰ সময়ত হুমায়ুন কবীৰ আৰু টিএমচি কৰ্মীৰ মাজত সংঘৰ্ষ, নিৰ্বাচনী হিংসাত নিক্ষেপ খাৰুৱা বোমা

বিধানসভা নিৰ্বাচন ২০২৬ঃ পশ্চিমবংগ-তামিলনাডুত ভোটদানৰ হাৰ ১৮%

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

ইছলামবাদ শান্তি আলোচনা ২.০: কাম কৰা নাই ট্ৰাম্পৰ ভাবুকিয়ে! ইৰাণে ক’লে- ‘এই প্ৰতিবেদন সম্পূৰ্ণ অসত্য’

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025