• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 23, 2026
28 °c
Guwahati
29 ° Fri
24 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভোটদানৰ সময়ত হুমায়ুন কবীৰ আৰু টিএমচি কৰ্মীৰ মাজত সংঘৰ্ষ, নিৰ্বাচনী হিংসাত নিক্ষেপ খাৰুৱা বোমা

Nation NE by Nation NE
April 23, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
ভোটদানৰ সময়ত হুমায়ুন কবীৰ আৰু টিএমচি কৰ্মীৰ মাজত সংঘৰ্ষ, নিৰ্বাচনী হিংসাত নিক্ষেপ খাৰুৱা বোমা
Share on FacebookShare on TwitterWhatsApp

পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাত ভোটদানৰ সময়ত তীব্ৰ অশান্তিৰ সৃষ্টি হয়। তৃণমূল কংগ্ৰেছৰ ত্যাগ কৰা হুমায়ুন কবীৰ আৰু টিএমচিৰ কাৰ্যকৰ্তাৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। হুমায়ুন কবীৰৰ বিৰুদ্ধে টিএমচিৰ কাৰ্যকৰ্তাই তীব্ৰ শ্লোগান দিয়ে। ইমানেই নহয় সেই ঠাইত নিয়োজিত নিৰাপত্তাৰক্ষীৰ সৈতেও উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় প্ৰতিবাদকাৰীৰ।

মুৰ্ছিদাবাদৰ নৌদাত টিএমচিৰ ব্লকৰ সভাপতিগৰাকীয়ে হুমায়ুন কবীৰৰ সৈতে তীব্ৰ কাজিয়াত লিপ্ত হয়। টিএমচিৰ ব্লকৰ সভাপতি আৰু কবীৰৰ মাজত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। কবীৰ আম জনতা উন্নয়ন পাৰ্টিৰ প্ৰাৰ্থী আৰু ইয়াৰ পূৰ্বে তেওঁ টিএমচিৰ পৰা পদত্যাগ কৰিছিল।

হুমায়ুন কবীৰে পৰিৱেশ বিঘ্নিত কৰাৰ অভিযোগ উত্থাপন কৰি টিএমচিৰ সমৰ্থকসকলে তেওঁৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে।তথাপিও নিৰাপত্তাৰক্ষীৰ উপস্থিতিয়ে পৰিস্থিত্ নিয়ন্ত্ৰণত সহায় কৰে। টিএমচিৰ কৰ্মীসকলে হুমায়ুন কবীৰক বিজেপিৰ এজেণ্ট আখ্যা দিয়ে। ৰেজিনগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা হুমায়ুন কবীৰে নিজৰ সমষ্টিৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি টিএমচি সমৰ্থকৰ প্ৰতিবাদৰ সন্মুখীন হৈছে।

ৰাজ্যৰ সৰু-বৰ প্ৰতিটো ঘটনাৰ বাবে মমতা বেনাৰ্জীক পোনপটীয়াকৈ লক্ষ্য কৰি অহা হুমায়ুন কবীৰে টিএমচিৰ সমৰ্থকৰ আক্ৰমণৰ সন্মুখীন হৈ আহিছে। মুৰ্ছিদাবাদৰ নাওদা বিধানসভা সমষ্টিত এটা খাৰুৱা বোমা নিক্ষেপ কৰাত একাংশ লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ভোটদানৰ মাজতে বিভিন্ন দলৰ সমৰ্থকসকলে ৰাজপথলৈ ওলাই আহিছে, আৰু তেওঁলোকক ছত্ৰভংগ দিবলৈ নিৰাপত্তাৰক্ষীয়ে কাম কৰি আছে।

মুৰ্ছিদাবাদক অতি স্পৰ্শকাতৰ জিলা বুলি গণ্য কৰা হয়, আৰু এই ক্ষেত্ৰত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। এই উত্তেজনাৰ মাজতে অৰ্ধসামৰিক বাহিনীৰ আন এটা কোম্পানী মোতায়েন কৰা হৈছে।

মুৰ্ছিদাবাদৰ বাবৰি মছজিদৰ আৰ্হিত নতুন মছজিদ নিৰ্মাণৰ বাবে বিতৰ্কিত প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতে ২০২৫ চনৰ ডিচেম্বৰ মাহত টিএমচিয়ে দলৰ পৰা নিলম্বন কৰিছিল। হুমায়ুন কবীৰৰ এই বক্তব্যক সাম্প্ৰদায়িক সম্প্ৰীতি ভংগ আৰু দলীয় অনুশাসন উলংঘা বুলি গণ্য কৰা হয়। টিএমচিয়ে তেওঁক নিলম্বন কৰে, তাৰ পিছত তেওঁ নিজাকৈ দল গঠন কৰে।

Tags: BengalElectionVote

Related Posts

মধুমেহ ৰোগীয়ে হওঁক এলাৰ্ট! জানক আপোনাৰ চকুক কিদৰে অচল কৰে এই ৰোগে…
Top News

মধুমেহ ৰোগীয়ে হওঁক এলাৰ্ট! জানক আপোনাৰ চকুক কিদৰে অচল কৰে এই ৰোগে…

April 23, 2026
ইছলামিক উ*গ্ৰ*প*ন্থীয়ে আক্ৰমণ চলাই প্ৰাণ ল’লে ১১ জনৰ, কেইবাটাও গৃহত অ*গ্নি সংযোগ

বিধানসভা নিৰ্বাচন ২০২৬ঃ পশ্চিমবংগ-তামিলনাডুত ভোটদানৰ হাৰ ১৮%

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 23, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 23, 2026

শীৰ্ষ সংবাদ

মধুমেহ ৰোগীয়ে হওঁক এলাৰ্ট! জানক আপোনাৰ চকুক কিদৰে অচল কৰে এই ৰোগে…

ইছলামিক উ*গ্ৰ*প*ন্থীয়ে আক্ৰমণ চলাই প্ৰাণ ল’লে ১১ জনৰ, কেইবাটাও গৃহত অ*গ্নি সংযোগ

ভোটদানৰ সময়ত হুমায়ুন কবীৰ আৰু টিএমচি কৰ্মীৰ মাজত সংঘৰ্ষ, নিৰ্বাচনী হিংসাত নিক্ষেপ খাৰুৱা বোমা

বিধানসভা নিৰ্বাচন ২০২৬ঃ পশ্চিমবংগ-তামিলনাডুত ভোটদানৰ হাৰ ১৮%

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025