• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 23, 2026
28 °c
Guwahati
29 ° Fri
24 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিধানসভা নিৰ্বাচন ২০২৬ঃ পশ্চিমবংগ-তামিলনাডুত ভোটদানৰ হাৰ ১৮%

Nation NE by Nation NE
April 23, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
বিধানসভা নিৰ্বাচন ২০২৬ঃ পশ্চিমবংগ-তামিলনাডুত ভোটদানৰ হাৰ ১৮%
Share on FacebookShare on TwitterWhatsApp

আজি পশ্চিমবংগৰ ১৫২খন বিধানসভা আৰু তামিলনাডুৰ ২৩৪খন বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ চলি আছে। বংগত দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। প্ৰথম পৰ্যায়ত ১৫২ খন আসনৰ বাবে ভোটগ্ৰহণ চলি আছে।

ইফালে তামিলনাডুত সকলো আসনৰ বাবে একক পৰ্যায়ত ভোটদান চলি আছে। দুয়োখন ৰাজ্যতে বিজেপিয়ে ক্ষমতালৈ অহাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে। ইফালে, পশ্চিম বংগত ক্ষমতা ধৰি ৰখাটো মমতা বেনাৰ্জীৰ টিএমচিৰ বাবে এক উল্লেখযোগ্য প্ৰত্যাহ্বান যেন হৈছে। তামিলনাডুতো এম কে ষ্টেলিনৰ বাবে পুনৰ ক্ষমতা দখল কৰাটো কঠিন হ’ব।

দুয়োখন ৰাজ্যতে পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ সন্ধিয়া ৬ বজালৈকে চলিব। পুৱা ৯ বজালৈকে পশ্চিম বংগত ১৮.৭৬% আৰু তামিলনাডুত ১৭.৬৯% ভোটদানৰ হাৰ। বতৰ বিজ্ঞান বিভাগে পশ্চিম বংগ আৰু সমগ্ৰ উত্তৰ আৰু মধ্য ভাৰতৰ বাবে গৰমৰ ঢৌৰ সতৰ্কবাণী জাৰি কৰিছে। ফলস্বৰূপে অধিকাংশ ভোটাৰে পুৱা আৰু গধূলি ভোটদান কৰাৰ আশা কৰা হৈছে। দুপৰীয়াৰ তীব্ৰ উত্তাপত ভোটদানৰ হাৰ হ্ৰাস পাব পাৰে। তামিলনাডু বিধানসভা নিৰ্বাচনত ৪০২৩ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৫ কোটি ৭৩ লাখৰো অধিক ভোটাৰে।

পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলক ২৩ এপ্ৰিলৰ পুৱা ৬ বজাৰ পৰা ভোটদান শেষলৈকে সমষ্টিৰ পৰা ওলাই নাযাবলৈ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। ৰাজ্যৰ ১৬খন জিলাৰ ১৫২খন বিধানসভা আসনত বৃহস্পতিবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। মুঠ ১৪৭৮ গৰাকী প্ৰাৰ্থীয়ে খেলপথাৰত নামিছে। প্ৰায় ৪৪,৩৭৬টা ভোটগ্ৰহণ কেন্দ্ৰত ৩.৬ কোটিৰো অধিক ভোটাৰে ভোটদান কৰিব। ইয়াৰ ভিতৰত আছে ১ কোটি ৮৪ লাখ পুৰুষ, ১ কোটি ৭৫ লাখ মহিলা, ৪৬৫ জন তৃতীয় লিংগৰ ভোটাৰ।

এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে, গাইডলাইন অনুসৰি ভোটদানৰ সময়ছোৱাত প্ৰাৰ্থীসকলে নিজৰ সমষ্টিত থাকিব লাগে আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পৰা যিকোনো কামত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব লাগে। তেওঁ কয় যে সকলো প্ৰাৰ্থীয়ে যাতে নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় আৰু ভোটাৰসকলে কোনো ভয় বা বাধা নোহোৱাকৈ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হয়। ২৯ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৪ মে’ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

Tags: Assembly ElectionseatVote

Related Posts

মধুমেহ ৰোগীয়ে হওঁক এলাৰ্ট! জানক আপোনাৰ চকুক কিদৰে অচল কৰে এই ৰোগে…
Top News

মধুমেহ ৰোগীয়ে হওঁক এলাৰ্ট! জানক আপোনাৰ চকুক কিদৰে অচল কৰে এই ৰোগে…

April 23, 2026
ইছলামিক উ*গ্ৰ*প*ন্থীয়ে আক্ৰমণ চলাই প্ৰাণ ল’লে ১১ জনৰ, কেইবাটাও গৃহত অ*গ্নি সংযোগ
Top News

ইছলামিক উ*গ্ৰ*প*ন্থীয়ে আক্ৰমণ চলাই প্ৰাণ ল’লে ১১ জনৰ, কেইবাটাও গৃহত অ*গ্নি সংযোগ

April 23, 2026
ভোটদানৰ সময়ত হুমায়ুন কবীৰ আৰু টিএমচি কৰ্মীৰ মাজত সংঘৰ্ষ, নিৰ্বাচনী হিংসাত নিক্ষেপ খাৰুৱা বোমা
Top News

ভোটদানৰ সময়ত হুমায়ুন কবীৰ আৰু টিএমচি কৰ্মীৰ মাজত সংঘৰ্ষ, নিৰ্বাচনী হিংসাত নিক্ষেপ খাৰুৱা বোমা

April 23, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 23, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 23, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 23, 2026

শীৰ্ষ সংবাদ

মধুমেহ ৰোগীয়ে হওঁক এলাৰ্ট! জানক আপোনাৰ চকুক কিদৰে অচল কৰে এই ৰোগে…

ইছলামিক উ*গ্ৰ*প*ন্থীয়ে আক্ৰমণ চলাই প্ৰাণ ল’লে ১১ জনৰ, কেইবাটাও গৃহত অ*গ্নি সংযোগ

ভোটদানৰ সময়ত হুমায়ুন কবীৰ আৰু টিএমচি কৰ্মীৰ মাজত সংঘৰ্ষ, নিৰ্বাচনী হিংসাত নিক্ষেপ খাৰুৱা বোমা

বিধানসভা নিৰ্বাচন ২০২৬ঃ পশ্চিমবংগ-তামিলনাডুত ভোটদানৰ হাৰ ১৮%

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025