• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 22, 2026
27 °c
Guwahati
28 ° Thu
30 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইছলামবাদ শান্তি আলোচনা ২.০: কাম কৰা নাই ট্ৰাম্পৰ ভাবুকিয়ে! ইৰাণে ক’লে- ‘এই প্ৰতিবেদন সম্পূৰ্ণ অসত্য’

Nation NE by Nation NE
April 22, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইছলামবাদ শান্তি আলোচনা ২.০: কাম কৰা নাই ট্ৰাম্পৰ ভাবুকিয়ে! ইৰাণে ক’লে- ‘এই প্ৰতিবেদন সম্পূৰ্ণ অসত্য’
Share on FacebookShare on TwitterWhatsApp

ইছলামবাদ ২.০ৰ আলোচনাক লৈ এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। প্ৰথমে ২১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া শান্তি আলোচনাৰ বৈঠকখন পিছুৱাই দিয়াৰ জল্পনা-কল্পনা কৰা হৈছে। কিন্তু ইৰাণৰ পৰা পৰস্পৰ বিৰোধী সংকেত ওলাইছে।

একাংশ সাংসদে আমেৰিকাৰ সৈতে হোৱা আলোচনাৰ বাতৰিক সম্পূৰ্ণ মিছা বুলি উল্লেখ কৰিছে। ইফালে, যুদ্ধবিৰতি শেষ হ’লে ইৰাণত বোমা বিস্ফোৰণ কৰা হ’ব বুলি সকীয়াই দি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে।

অৱশ্যে ট্ৰাম্পে লগতে উল্লেখ কৰে যে, যদি ইৰাণে ইছলামবাদত আলোচনালৈ আহে আৰু এই আলোচনাত সফল হয়, তেন্তে তেওঁ ইৰাণৰ নেতাসকলৰ সৈতেও সাক্ষাৎ কৰিব পাৰে।

ইফালে সমগ্ৰ বিষয়টোত এতিয়ালৈকে মধ্যস্থতাকাৰী ভূমিকা গ্ৰহণৰ চেষ্টা কৰা পাকিস্তানে এতিয়া মুকলিকৈ চীনৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে। পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ইছাকদাৰৰ সৈতে হোৱা বৈঠকত জিয়াং জাইডঙে আমেৰিকা-ইৰাণৰ শান্তি প্ৰচেষ্টাত পাকিস্তানৰ ভূমিকাক প্ৰশংসা কৰে। দুয়োখন দেশে চীন-পাকিস্তানৰ “চিৰসেউজ” অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

আনহাতে ইউৰোপেও সক্ৰিয় স্থিতি গ্ৰহণ কৰা যেন অনুভূত হয়। জাৰ্মানীৰ বৈদেশিক মন্ত্ৰী জোহান ৱাডেফুলে ইৰাণক ইছলামবাদৰ আলোচনাৰ প্ৰস্তাৱ গ্ৰহণ কৰি জনসাধাৰণৰ স্বাৰ্থত কূটনৈতিক পথ বাছি ল’বলৈ আহ্বান জনাইছে। ব্ৰাছেলছত ইউৰোপীয় বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ পূৰ্বে তেওঁ কয় যে, এই সুযোগ হেৰুৱালে ইৰাণৰ বাবে ই ক্ষতিকাৰক হৈ উঠিব পাৰে।

এই উত্তেজনাৰ মাজতে ইৰাণৰ ভিতৰৰ পৰিস্থিতিও উদ্বেগজনক হৈয়ে আছে। ইণ্টাৰনেট নিৰীক্ষণ সংস্থা নেটব্লকছৰ তথ্য অনুসৰি বিগত ৫৩ দিন ধৰি দেশত ব্যাপক ইণ্টাৰনেট নিষেধাজ্ঞাৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰে “স্তৰীয় ব্যৱস্থা” ৰূপায়ণ কৰিছে, যাৰ ফলত সীমিত সংখ্যক ব্যক্তি আৰু প্ৰতিষ্ঠানেহে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰে, আনহাতে সাধাৰণ জনতা বিশ্বব্যাপী ইণ্টাৰনেটৰ পৰা প্ৰায় সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।

ইয়াৰ ফলত স্বাভাৱিক জীৱনত ব্যাঘাত জন্মোৱাই নহয় ব্যৱসায় আৰু অৰ্থনীতিতো ভয়াৱহ প্ৰভাৱ পৰিছে। কূটনৈতিক প্ৰচেষ্টা অব্যাহত থকাৰ সময়তে ভাবুকি, অনাস্থা আৰু আভ্যন্তৰীণ হেঁচাই অঞ্চলটোক আৰু অধিক অস্থিৰ কৰি তুলিছে।

Tags: IranIslamabadWar

Related Posts

‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে
Top News

‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

April 22, 2026
ছাত্ৰৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দি তীব্ৰ উত্তাপৰ মাজতে বিদ্যালয়সমূহলৈ নতুন নিৰ্দেশনা জাৰি

ম’হ যুঁজ খেল বন্ধ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 22, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 22, 2026

শীৰ্ষ সংবাদ

ইছলামবাদ শান্তি আলোচনা ২.০: কাম কৰা নাই ট্ৰাম্পৰ ভাবুকিয়ে! ইৰাণে ক’লে- ‘এই প্ৰতিবেদন সম্পূৰ্ণ অসত্য’

‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

ছাত্ৰৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দি তীব্ৰ উত্তাপৰ মাজতে বিদ্যালয়সমূহলৈ নতুন নিৰ্দেশনা জাৰি

ম’হ যুঁজ খেল বন্ধ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025