• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 20, 2026
30 °c
Guwahati
29 ° Thu
28 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

    নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
May 20, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • আজি দেশজুৰি বন্ধ থাকিব সকলো ফাৰ্মাচী। ২৪ ঘন্টীয়া ধৰ্মঘটৰ বাবে অচল থাকিব ঔষধৰ দোকান। ধৰ্মঘটৰ বাবে দেশজুৰি বন্ধ থাকিব ১৫ লাখ ফাৰ্মাচী। অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অৱ কেমিষ্টছ এণ্ড ড্ৰাগিষ্টছৰ ধৰ্মঘটৰ আহ্বান। ই-ফাৰ্মাচী অৰ্থাৎ অনলাইন ঔষধ ব্যৱসায়ৰ নিয়মসমূহৰ ত্ৰুটি দূৰ কৰাৰ দাবীত এই প্ৰতিবাদ। কোনো নিয়ম অবিহনে অনলাইনত ঔষধ বিক্ৰীৰ বিৰোধিতা। অনলাইন ব্যৱসায়ৰ বাবে ফাৰ্মাচীসমূহ প্ৰভাৱিত হোৱাৰ অভিযোগত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
  • পেঞ্চনক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নতুন নিৰ্দেশনা। এতিয়াৰে পৰা সময়মতেই হ’ব লাগিব পেঞ্চনৰ কাম। পেঞ্চনৰ কাম নিষ্পত্তি নকৰা কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা। চৰকাৰী কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা অসম চৰকাৰৰ। নিৰ্ধাৰিত সময়সীমাত পেঞ্চন কেছ নিষ্পত্তি কৰাৰ নিৰ্দেশ। ২০০৩ চনৰ SOP আৰু সময়সীমা উলংঘা কৰি পেঞ্চনৰ কামত পলম কৰা কাৰ্যালয়ৰ মুৰব্বীক জৰিমনা বিহা হ’ব। বিলম্ব হোৱা পেঞ্চনৰ কেছসমূহৰ এখন তালিকা কৃতজ্ঞতা প’ৰ্টেলৰ জৰিয়তে মাহিলী ভিত্তিত প্ৰস্তুত কৰা হ’ব।
  • পেট্ৰ’ল-ডিজেলৰ দাম ১৩-১৭ টকা পৰ্যন্ত বৃদ্ধিৰ সম্ভাৱনা। দেশত আকৌ বৃদ্ধি পাব পাৰে পেট্ৰ’ল-ডিজেলৰ দাম। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে প্ৰভাৱিত হৈছে তৈল কোম্পানীসমূহ। প্ৰতিমাহে ৩০ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন তৈল কোম্পানীসমূহ। ৩-৪ টকা বৃদ্ধিয়ে তৈল কোম্পানীসমূহৰ লোকচান কমাব নোৱাৰে। প্ৰতিলিটাৰ ডিজেলত ১১.৪০ টকা লোকচান তৈল কোম্পানীসমূহৰ। পেট্ৰ’লত ১৪.৩০ টকা লোকচানৰ সন্মুখীন তৈল কোম্পানীসমূহ।
  • আফ্ৰিকাৰ দেশসমূহত ইব’লা ভাইৰাছৰ সংক্রমণ বৃদ্ধি পোৱাৰ মাজতে ভাৰত চৰকাৰো সজাগ হৈ পৰিছে ৷ কংগো আৰু উগাণ্ডাত ইব’লাৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সমগ্ৰ দেশতে চোৰাংচোৱাগিৰি আৰু প্ৰস্তুতিৰ ব্যৱস্থা তীব্ৰতৰ কৰি তুলিছে। চৰকাৰে স্পষ্ট কৰি দিছে যে বৰ্তমান ভাৰতত ইব’লাৰ কোনো ৰোগী ধৰা পৰা নাই যদিও সতৰ্কতামূলক ব্যৱস্থা হিচাপে স্বাস্থ্য ব্যৱস্থাক সতৰ্ক অৱস্থাত ৰখা হৈছে।
Tags: Latest newsmorning newsnews update

Related Posts

WHO ৰ সতৰ্কবাণীঃ ক’ৰোনাৰ দৰে ভাবুকি কঢ়িয়াই আনিব পাৰে নেকি হান্টাভাইৰাছে? লক্ষণসমূহৰ বিষয়ে সবিশেষ…
Top News

ইব’লা ভাইৰাছক সতৰ্ক ভাৰত, উৰাবাতৰিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান স্বাস্থ্য মন্ত্ৰালয়ৰ

May 20, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 20, 2026
ভাৰতীয় নাগৰিকত্বৰ নিয়ম কটকটীয়া, সমৰ্পণ কৰিব লাগিব নেকি পাকিস্তান-বাংলাদেশৰ পাছপ’ৰ্ট?
Top News

ভাৰতীয় নাগৰিকত্বৰ নিয়ম কটকটীয়া, সমৰ্পণ কৰিব লাগিব নেকি পাকিস্তান-বাংলাদেশৰ পাছপ’ৰ্ট?

May 19, 2026
আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ
Top News

ট্ৰাম্পৰ স্থিতিৰ ডাঙৰ পৰিৱৰ্তন! ইৰাণৰ পৰা জব্দ কৰা ধনৰ ২৫% মুকলি কৰিবলৈ সাজু নেকি আমেৰিকা?

May 19, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 19, 2026

শীৰ্ষ সংবাদ

ইব’লা ভাইৰাছক সতৰ্ক ভাৰত, উৰাবাতৰিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান স্বাস্থ্য মন্ত্ৰালয়ৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ভাৰতীয় নাগৰিকত্বৰ নিয়ম কটকটীয়া, সমৰ্পণ কৰিব লাগিব নেকি পাকিস্তান-বাংলাদেশৰ পাছপ’ৰ্ট?

ট্ৰাম্পৰ স্থিতিৰ ডাঙৰ পৰিৱৰ্তন! ইৰাণৰ পৰা জব্দ কৰা ধনৰ ২৫% মুকলি কৰিবলৈ সাজু নেকি আমেৰিকা?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025