• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
23 °c
Guwahati
22 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুনৰ হেলিকপ্টাৰ দুৰ্ঘটনা, ৫জনে হেৰুৱালে প্ৰাণ

Nation NE by Nation NE
August 7, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
পুনৰ হেলিকপ্টাৰ দুৰ্ঘটনা, ৫জনে হেৰুৱালে প্ৰাণ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বুধবাৰে নেপালৰ সূৰ্য্যচৌৰত এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছে। এই হেলিকপ্টাৰ দুৰ্ঘটনাটোত চাৰিজন চীনা নাগৰিক আৰু এজন পাইলটৰ মৃত্যু হয়।

হেলিকপ্টাৰখনে দুপৰীয়া ১:৫৪ বজাত উৰা মাৰিছিল আৰু ইয়াৰ ঠিক তিনি মিনিট পিছতে হেলিকপ্টাৰখনে বিমান পৰিবহণ নিয়ন্ত্ৰণৰ সৈতে সংযোগ বিচ্ছিন্ন হয়।

‘মাই ৰিপাব্লিকা’ কাকতৰ বাতৰি অনুসৰি নুৱাকোটৰ শিৱপুৰী গ্ৰাম্য পৌৰসভাৰ সাত নম্বৰ ৱাৰ্ডৰ দুৰ্ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ৫টা মৃতদেহ উদ্ধাৰ কৰিছে।

দুৰ্ঘটনাৰ সময়ত কাঠমাণ্ডুৰ পৰা ৰাছুৱালৈ গৈ আছিল ‘এয়াৰ ডাইনেষ্টী হেলিকপ্টাৰ, ৯এন-এজেডি’। দুপৰীয়া ১:৫৪ বজাত কাঠমাণ্ডুৰ পৰা উৰা মাৰিছিল যদিও উৰণৰ তিনি মিনিটৰ পিছতে হেলিকপ্টাৰখনে যোগাযোগ হেৰুৱাই পেলায়।

আৰক্ষী বিষয়াৰ উদ্ধৃতি দি বাতৰি কাকতখনে কয় যে দুৰ্ঘটনাস্থলীৰ পৰা দুজন পুৰুষ, এগৰাকী মহিলা আৰু পাইলটৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াত কোৱা হৈছে যে ইয়াৰে এটা মৃতদেহ বেয়াকৈ জ্বলি যোৱাৰ বাবে এতিয়াও চিনাক্ত হোৱা নাই।

উল্লেখ্য যে, যোৱা মাহ অৰ্থাত ২৪ জুলাইত নেপালৰ ৰাজধানী কাঠমাণ্ডুত এনে এক বিমান দুৰ্ঘটনা সংঘটিত হৈছিল য’ত ১৮ জন লোকৰ মৃত্যু হৈছিল।

Tags: #NepalHelicopterHelicopter Crash

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025