• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, June 2, 2026
29 °c
Guwahati
29 ° Thu
28 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ক্ষমতা হেৰুৱালে, এইবাৰ হেৰুৱাব নেকি দল? বংগত তীব্ৰতৰ “মহাৰাষ্ট্ৰ মডেল”ৰ আলোচনা…

Nation NE by Nation NE
June 2, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
ক্ষমতা হেৰুৱালে, এইবাৰ হেৰুৱাব নেকি দল? বংগত তীব্ৰতৰ “মহাৰাষ্ট্ৰ মডেল”ৰ আলোচনা…
Share on FacebookShare on TwitterWhatsApp

মহাৰাষ্ট্ৰৰ অবিভক্ত শিৱসেনাৰ কি হৈছিল সেয়া আমি সকলোৱে জানো। এতিয়া পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ ১মাহৰ ভিতৰতে বংগতো আৰম্ভ হৈছে একেটা “মহাৰাষ্ট্ৰ মডেল”ৰ আলোচনা।

আচলতে অলপতে তৃণমূল কংগ্ৰেছৰ এখন বৈঠক আহ্বান কৰা হৈছিল। মমতা বেনাৰ্জীৰ বাসগৃহত অনুষ্ঠিত হোৱা পূৰ্ব পৰিকল্পিত এই বৈঠকত অধিকাংশ বিধায়কেই উপস্থিত নাথাকে। ইয়াৰ ফলত তৃণমূল কংগ্ৰেছতো বিভাজন হ’বলৈ ওলাইছে নেকি, সেই লৈ প্ৰশ্নৰ উত্থাপন হৈছে।

মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীৰ অবিহনে নতুন তৃণমূল কংগ্ৰেছৰ উত্থান ঘটিব পাৰে বুলি পশ্চিম বংগৰ ৰাজনীতিত ক্ৰমাৎ হুলস্থুলৰ সৃষ্টি হৈছে। এই দলৰ নাম পূৰ্বৰ নামৰ লগত সামঞ্জস্য থকাও হ’ব পাৰে অথবা “প্ৰকৃত” তৃণমূল কংগ্ৰেছও হ’ব পাৰে। ইফালে আকৌ স্বাক্ষৰ বিতৰ্কক লৈ দলৰ বিৰুদ্ধে মাত মতা তৃণমূলৰ ২গৰাকী বিধায়ক- ঋতব্ৰত বন্দোপাধ্যায় আৰু সন্দিপন সাহাক বহিষ্কাৰ কৰা হৈছিল। ইয়াৰ পিছতে দলটোৰ মাজত বিদ্ৰোহ তীব্ৰতৰ হৈ পৰিছিল।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, “মহাৰাষ্ট্ৰ মডেল”ৰ পুনৰাবৃত্তি হ’ব নেকি বংগত? ২০২২ চনত শিৱসেনাৰ ভিতৰত হোৱা বিভাজনৰ দৰে বিভাজনৰ সন্মুখীন হ’বনে তৃণমূল? ২জনকৈ বিধায়কক বহিষ্কাৰ কৰাৰ ফলত ইয়াৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পাইছে। প্ৰায় ৫০ জন বিধায়কে তৃণমূল এৰি যাব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। লগতে কোৱা হৈছে যে, ইতিমধ্যে একাংশ সাংসদে এই বিষয়ত আলোচনা আৰম্ভ কৰিছে।

মমতা বেনাৰ্জীৰ বাসগৃহত প্ৰায়বোৰ বিধায়ক অনুপস্থিতিৰ কাৰণ বুজাবলৈ অসংখ্য প্ৰচেষ্টা চলোৱাৰ সময়তে এই ক্ষোভ স্পষ্ট হৈ পৰিছে। একাংশ বিধায়কে দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে মুকলিকৈ মাত মাতিবলৈ আৰম্ভ কৰিছে। ইফালে আকৌ একাংশক দল বিৰোধী কাৰ্যকলাপৰ অভিযোগত বহিষ্কাৰ কৰা হৈছে। ইয়াৰ ফলত পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ উঠিছে।

এই পৰিস্থিতিৰ বাবে মমতা বেনাৰ্জীয়ে নিজৰ দল আৰু বিৰোধী দলৰ ভিতৰৰ এটা ফৈদক দোষাৰোপ কৰিছে। তৃণমূলৰ বিধায়ক-সাংসদক ভয়-ভীতি আৰু উৎকোচৰ জৰিয়তে বিজেপিয়ে নিজৰ পক্ষলৈ আকৰ্ষণ কৰিবলৈ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰে ছানীয়ে। আৰক্ষীৰ অপব্যৱহাৰ কৰা হৈছে আৰু তেওঁৰ দলৰ কিছুমান নেতাই “দেশদ্ৰোহী”ৰ দৰে আচৰণ কৰা বুলিও অভিযোগ উত্থাপন হৈছে। শনিবাৰে কালিঘাটত অনুষ্ঠিত হোৱা বৈঠকত তৃণমূলৰ ৮০জন বিধায়কৰ ভিতৰত কমেও ৬০জন অনুপস্থিত থাকে।

Tags: Mamata BanerjeeTMCWest Bengal

Related Posts

কোটি টকাৰ এটা কল অন্তৰ্ধান! সংগ্ৰহালয়ৰ পৰা চুৰি এক বিখ্যাত শিল্পকৰ্ম, আৰক্ষীৰ তদন্ত আৰম্ভ
Top News

কোটি টকাৰ এটা কল অন্তৰ্ধান! সংগ্ৰহালয়ৰ পৰা চুৰি এক বিখ্যাত শিল্পকৰ্ম, আৰক্ষীৰ তদন্ত আৰম্ভ

June 2, 2026
ফিল্মী ষ্টাইলত আটক টিএমচিৰ প্ৰাক্তন বিধায়ক! উত্তৰ প্ৰদেশত ফৰ্চুনাৰ গাড়ীৰে পলায়ন কৰা এইগৰাকী বিধায়কক আটক বংগ আৰক্ষীৰ
Top News

ফিল্মী ষ্টাইলত আটক টিএমচিৰ প্ৰাক্তন বিধায়ক! উত্তৰ প্ৰদেশত ফৰ্চুনাৰ গাড়ীৰে পলায়ন কৰা এইগৰাকী বিধায়কক আটক বংগ আৰক্ষীৰ

June 2, 2026
হঠাতে গৰু বা ম’হলৈ ৰূপান্তৰিত হৈ পৰে মানুহ, আকৌ মানৱ শৰীৰ হৈ পৰে শিলৰ দৰে কঠিন, কিন্তু ইয়াৰ কাৰণ কি?
Top News

হঠাতে গৰু বা ম’হলৈ ৰূপান্তৰিত হৈ পৰে মানুহ, আকৌ মানৱ শৰীৰ হৈ পৰে শিলৰ দৰে কঠিন, কিন্তু ইয়াৰ কাৰণ কি?

June 2, 2026
১৬ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া! মেটাৰ লগতে বহু প্ৰযুক্তি কোম্পানীৰ চিন্তা বৃদ্ধি…
Top News

১৬ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া! মেটাৰ লগতে বহু প্ৰযুক্তি কোম্পানীৰ চিন্তা বৃদ্ধি…

June 2, 2026
গেছ-বিজুলীৰ প্ৰয়োজন শেষ! পানী আৰু ইথানলেৰে চলিব চৌকা, কেন্দ্ৰৰ ডাঙৰ ঘোষণা
Top News

গেছ-বিজুলীৰ প্ৰয়োজন শেষ! পানী আৰু ইথানলেৰে চলিব চৌকা, কেন্দ্ৰৰ ডাঙৰ ঘোষণা

June 2, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

June 2, 2026

শীৰ্ষ সংবাদ

কোটি টকাৰ এটা কল অন্তৰ্ধান! সংগ্ৰহালয়ৰ পৰা চুৰি এক বিখ্যাত শিল্পকৰ্ম, আৰক্ষীৰ তদন্ত আৰম্ভ

ফিল্মী ষ্টাইলত আটক টিএমচিৰ প্ৰাক্তন বিধায়ক! উত্তৰ প্ৰদেশত ফৰ্চুনাৰ গাড়ীৰে পলায়ন কৰা এইগৰাকী বিধায়কক আটক বংগ আৰক্ষীৰ

হঠাতে গৰু বা ম’হলৈ ৰূপান্তৰিত হৈ পৰে মানুহ, আকৌ মানৱ শৰীৰ হৈ পৰে শিলৰ দৰে কঠিন, কিন্তু ইয়াৰ কাৰণ কি?

ক্ষমতা হেৰুৱালে, এইবাৰ হেৰুৱাব নেকি দল? বংগত তীব্ৰতৰ “মহাৰাষ্ট্ৰ মডেল”ৰ আলোচনা…

১৬ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া! মেটাৰ লগতে বহু প্ৰযুক্তি কোম্পানীৰ চিন্তা বৃদ্ধি…

গেছ-বিজুলীৰ প্ৰয়োজন শেষ! পানী আৰু ইথানলেৰে চলিব চৌকা, কেন্দ্ৰৰ ডাঙৰ ঘোষণা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025