• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, June 3, 2026
29 °c
Guwahati
28 ° Thu
28 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
June 3, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ তৎপৰতা। নাম সলনি হ’ব বৰাকৰ বদৰপুৰৰ। বদৰপুৰৰ পৰিৱৰ্তে হ’ব সিদ্ধেশ্বৰ। বদৰপুৰ পৌৰসভা হ’ব সিদ্ধেশ্বৰ পৌৰসভা।কাটিগড়ৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই বদৰপুৰ পৌৰসভা আৰু কাটিগড়ৰ গাঁও পঞ্চায়তসমূহ একত্ৰিত কৰি ‘সিদ্ধেশ্বৰ ধাম পৌৰসভা’ গঠন কৰিবলৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অনুমোদন জনায়।
বিলাসীপাৰাৰ সূৰ্যখাতাত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা। বলেৰ’ পিকআপ বাহন আৰু বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন।থিতাতে নিহত বাইক আৰোহী পিণ্টু ৰায়।নিহত পিণ্টু ৰায়ৰ ঘৰ গৌৰীপুৰত। দুৰ্ঘটনাৰ পিছতেই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ উত্তেজিত ৰাইজৰ। অঞ্চলটোৰ পথচোৱাত গতিৰোধক দিয়াৰ দাবী উত্তেজিতৰ।
আজি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডি কে শিৱকুমাৰে। ৰাজ্যপাল থাৱাৰ চান্দ গেহলটে বিয়লি ৪ বজাত লোক ভৱনত শিৱকুমাৰক শপত গ্ৰহণ কৰাব। কংগ্ৰেছ হাইকমাণ্ডৰ নিৰ্দেশত সিদ্ধাৰামাইয়াৰ পদত্যাগৰ পিছতেই মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰিব শিৱকুমাৰে। শনিবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছ বিধানসভা দলৰ নেতা নিৰ্বাচিত হয় শিৱকুমাৰ।
পশ্চিম বংগত চলি থকা স্বাক্ষৰ বিতৰ্কৰ মাজতে টিএমচিৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে বিধানসভাৰ অধ্যক্ষ ৰথিন্দ্ৰ বসুলৈ এখন পত্ৰ লিখিছিল। শোভাণ্ডেব চট্টোপাধ্যায়ক বিৰোধী দলৰ নেতা হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্তক তেওঁ পুনৰবাৰ উল্লেখ কৰে। এই পত্ৰখনে পুনৰবাৰ টিএমচিৰ ভিতৰত মতানৈক্যৰ জল্পনা-কল্পনাৰ ইন্ধন যোগাইছে। টিএমচিৰ দুই বিধায়ক ৰীতাব্ৰত বেনাৰ্জী আৰু সন্দীপন সাহাক দলৰ পৰা বহিষ্কাৰ কৰা হয়।
ইৰাণৰ প্ৰাক্তন উচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ কেইমাহমানৰ পাছত এতিয়া দেশখনে তেওঁৰ চূড়ান্ত বিদায়ৰ বাবে সাজু হৈছে। তেওঁৰ সন্মানত চৰকাৰে তিনিদিনীয়াকৈ এক বৃহৎ ৰাজহুৱা জানাজাৰ কথা ঘোষণা কৰি সমগ্ৰ দেশতে নৱীকৃত আলোচনা আৰু উত্তেজনাৰ সূচনা কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে, তেহৰাণ, ক’ম, মাছহাদকে ধৰি কেইবাখনো ডাঙৰ চহৰত অন্তিম বিদায়ৰ সভা অনুষ্ঠিত হ’ব। বিষয়াসকলে কয় যে এই অনুষ্ঠানসমূহত বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
Tags: Latest newsmorning newsnews update

Related Posts

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

মুখ্যমন্ত্ৰী হৈয়ে প্ৰতিশ্ৰুতি পালন বিজয়ৰ! ১৩ গৰাকী মহিলা IAS বিষয়াক গধুৰ দ্বায়িত্ব, কি পৰিকল্পনা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ?

June 3, 2026
প্ৰাক্তন সৰ্বোচ্চ নেতাৰ মৃত্যুৰ ৩মাহৰ পিছত ৰাজ্যিক শোক পালন কৰিব ইৰাণে, কিন্তু কিয়?
Top News

প্ৰাক্তন সৰ্বোচ্চ নেতাৰ মৃত্যুৰ ৩মাহৰ পিছত ৰাজ্যিক শোক পালন কৰিব ইৰাণে, কিন্তু কিয়?

June 3, 2026
এতিয়াও জীৱিত অৱস্থাত আছে নেকি ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেনেই? মাৰ্কো ৰুবিঅ’ৰ ডাঙৰ দাবী
Top News

এতিয়াও জীৱিত অৱস্থাত আছে নেকি ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেনেই? মাৰ্কো ৰুবিঅ’ৰ ডাঙৰ দাবী

June 3, 2026
কোটি টকাৰ এটা কল অন্তৰ্ধান! সংগ্ৰহালয়ৰ পৰা চুৰি এক বিখ্যাত শিল্পকৰ্ম, আৰক্ষীৰ তদন্ত আৰম্ভ
Top News

কোটি টকাৰ এটা কল অন্তৰ্ধান! সংগ্ৰহালয়ৰ পৰা চুৰি এক বিখ্যাত শিল্পকৰ্ম, আৰক্ষীৰ তদন্ত আৰম্ভ

June 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

June 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

June 3, 2026

শীৰ্ষ সংবাদ

মুখ্যমন্ত্ৰী হৈয়ে প্ৰতিশ্ৰুতি পালন বিজয়ৰ! ১৩ গৰাকী মহিলা IAS বিষয়াক গধুৰ দ্বায়িত্ব, কি পৰিকল্পনা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ?

প্ৰাক্তন সৰ্বোচ্চ নেতাৰ মৃত্যুৰ ৩মাহৰ পিছত ৰাজ্যিক শোক পালন কৰিব ইৰাণে, কিন্তু কিয়?

এতিয়াও জীৱিত অৱস্থাত আছে নেকি ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেনেই? মাৰ্কো ৰুবিঅ’ৰ ডাঙৰ দাবী

কোটি টকাৰ এটা কল অন্তৰ্ধান! সংগ্ৰহালয়ৰ পৰা চুৰি এক বিখ্যাত শিল্পকৰ্ম, আৰক্ষীৰ তদন্ত আৰম্ভ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025