• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, June 3, 2026
29 °c
Guwahati
28 ° Thu
28 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰাক্তন সৰ্বোচ্চ নেতাৰ মৃত্যুৰ ৩মাহৰ পিছত ৰাজ্যিক শোক পালন কৰিব ইৰাণে, কিন্তু কিয়?

Nation NE by Nation NE
June 3, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
প্ৰাক্তন সৰ্বোচ্চ নেতাৰ মৃত্যুৰ ৩মাহৰ পিছত ৰাজ্যিক শোক পালন কৰিব ইৰাণে, কিন্তু কিয়?
Share on FacebookShare on TwitterWhatsApp

ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ কেইমাহমানৰ পাছত এতিয়া দেশখনে তেওঁৰ চূড়ান্ত বিদায়ৰ বাবে সাজু হৈছে। তেওঁৰ সন্মানত চৰকাৰে তিনিদিনীয়াকৈ এক বৃহৎ ৰাজহুৱা জানাজাৰ কথা ঘোষণা কৰি সমগ্ৰ দেশতে নৱীকৃত আলোচনা আৰু উত্তেজনাৰ সূচনা কৰিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে, তেহৰাণ, ক’ম, মাছহাদকে ধৰি কেইবাখনো ডাঙৰ চহৰত অন্ত্যেষ্টিক্ৰিয়া সম্পৰ্কীয় অনুষ্ঠান অনুষ্ঠিত হ’ব। বিষয়াসকলে কয় যে, এই অনুষ্ঠানসমূহত বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ ওপৰত যৌথ আক্ৰমণ চলাই ইৰাণৰ উচ্চতম নেতা আলী খামেনেই নিহত হয়। এই আক্ৰমণ পূৰ্ব পৰিকল্পিত আছিল, আৰু দোষীসকলে জানিছিল যে সেই সময়ত আলী খামেনেই তেওঁৰ আৱাসিক কাৰ্যালয়ত থাকিব। সেই সময়ত ইৰাণৰ বিষয়াসকলে নিৰাপত্তাজনিত উদ্বেগ আৰু আশা কৰা ধৰণে বৃহৎ জনসমাগমৰ সুৰক্ষাৰ কথা উল্লেখ কৰি তৎক্ষণাত অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠিত কৰাৰ পৰা বিৰত আছিল। ফলত বহুদিনলৈ এই অনুষ্ঠান স্থগিত ৰখা হয়।

ইছলাম ধৰ্মাৱলম্বী পৰম্পৰাত এজন ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া সাধাৰণতে মৃত্যুৰ কেইদিনমানৰ ভিতৰতে কৰা হয়। কিন্তু ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামেনেইৰ মৃত্যুৰ পৰিস্থিতি কিছু বেলেগ আছিল। ফলস্বৰূপে প্ৰশাসনে কেইবামাহো পিছত ৰাজহুৱা স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। ইৰাণৰ সংবাদ সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি জুন মাহৰ মাজভাগত চৰকাৰী পৃষ্ঠপোষকতাত এই অনুষ্ঠানসমূহ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু চৰকাৰে এতিয়াও আনুষ্ঠানিকভাৱে চূড়ান্ত তাৰিখ ঘোষণা কৰা নাই।

তেহৰানৰ উপ-মেয়ৰ মহম্মদ আমিন টাভাকোলি-জাদেৰ মতে, বিভিন্ন চহৰত অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা অনুষ্ঠিত হ’ব আৰু লাখ লাখ লোক আহিব বুলি আশা কৰা হৈছে। ৰাজধানী তেহৰাণত সৰ্ববৃহৎ অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে। কমেও ২৪ ঘণ্টা ধৰি চলিবলগীয়া স্মৃতিচাৰণ অনুষ্ঠানৰ বাবে প্ৰস্তুতি চলাইছে প্ৰশাসনে। চৰকাৰী হিচাপ অনুসৰি কেৱল তেহৰাণতে উপস্থিতি লাখ লাখ হ’ব পাৰে। সেয়েহে নিৰাপত্তা, যাতায়ত আৰু অন্যান্য ব্যৱস্থাৰ বাবে ব্যাপক প্ৰস্তুতি চলি আছে।

৮৬ বছৰীয়া আলী খামেনেই তিনি দশকৰো অধিক সময় ইৰাণৰ উচ্চতম নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি দেশখনৰ ৰাজনৈতিক আৰু ধৰ্মীয় ব্যৱস্থাৰ অন্যতম প্ৰভাৱশালী ব্যক্তি হিচাপে গণ্য কৰা হৈছিল। তেওঁৰ মৃত্যুত সমগ্ৰ দেশতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বহুতে শোক প্ৰকাশ কৰাৰ বিপৰীতে আন কিছুমানেও বেলেগ প্ৰতিক্ৰিয়াৰ সাক্ষী হ’ল।

তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ আয়াতুল্লাহ মোজতাবা খামেনেই তেওঁৰ উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত হয়। কিন্তু ক্ষমতা দখল কৰাৰ পিছৰে পৰা তেওঁৰ ৰাজহুৱা কাৰ্যকলাপ অত্যন্ত সীমিত হোৱাৰ বাবে তেওঁৰ অৱস্থান সম্পৰ্কে জল্পনা-কল্পনা আৰু বিতৰ্ক অব্যাহত আছে। এতিয়া দেশ আৰু বিশ্বই তিনিদিনীয়া অন্ত্যেষ্টিক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যাক ইৰাণে যোৱা কিছু বছৰত সৰ্ববৃহৎ ৰাজহুৱা অনুষ্ঠান বুলি অভিহিত কৰিছে।

Tags: Ayatollah Ali KhameneiIranWar

Related Posts

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

মুখ্যমন্ত্ৰী হৈয়ে প্ৰতিশ্ৰুতি পালন বিজয়ৰ! ১৩ গৰাকী মহিলা IAS বিষয়াক গধুৰ দ্বায়িত্ব, কি পৰিকল্পনা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ?

June 3, 2026
এতিয়াও জীৱিত অৱস্থাত আছে নেকি ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেনেই? মাৰ্কো ৰুবিঅ’ৰ ডাঙৰ দাবী
Top News

এতিয়াও জীৱিত অৱস্থাত আছে নেকি ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেনেই? মাৰ্কো ৰুবিঅ’ৰ ডাঙৰ দাবী

June 3, 2026
কোটি টকাৰ এটা কল অন্তৰ্ধান! সংগ্ৰহালয়ৰ পৰা চুৰি এক বিখ্যাত শিল্পকৰ্ম, আৰক্ষীৰ তদন্ত আৰম্ভ
Top News

কোটি টকাৰ এটা কল অন্তৰ্ধান! সংগ্ৰহালয়ৰ পৰা চুৰি এক বিখ্যাত শিল্পকৰ্ম, আৰক্ষীৰ তদন্ত আৰম্ভ

June 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

June 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

June 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

June 3, 2026

শীৰ্ষ সংবাদ

মুখ্যমন্ত্ৰী হৈয়ে প্ৰতিশ্ৰুতি পালন বিজয়ৰ! ১৩ গৰাকী মহিলা IAS বিষয়াক গধুৰ দ্বায়িত্ব, কি পৰিকল্পনা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ?

প্ৰাক্তন সৰ্বোচ্চ নেতাৰ মৃত্যুৰ ৩মাহৰ পিছত ৰাজ্যিক শোক পালন কৰিব ইৰাণে, কিন্তু কিয়?

এতিয়াও জীৱিত অৱস্থাত আছে নেকি ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেনেই? মাৰ্কো ৰুবিঅ’ৰ ডাঙৰ দাবী

কোটি টকাৰ এটা কল অন্তৰ্ধান! সংগ্ৰহালয়ৰ পৰা চুৰি এক বিখ্যাত শিল্পকৰ্ম, আৰক্ষীৰ তদন্ত আৰম্ভ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025