• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, June 3, 2026
30 °c
Guwahati
29 ° Thu
29 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৰণি কাপোৰ দান কৰাৰ সময়ত নকৰিব এই ভুল, অন্যথা পূণ্যৰ পৰিৱৰ্তে সমস্যাতহে পৰিব আপুনি…

Nation NE by Nation NE
June 3, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
পুৰণি কাপোৰ দান কৰাৰ সময়ত নকৰিব এই ভুল, অন্যথা পূণ্যৰ পৰিৱৰ্তে সমস্যাতহে পৰিব আপুনি…
Share on FacebookShare on TwitterWhatsApp

ধৰ্ম-শাস্ত্ৰত সকলো কামৰ বাবেই নিয়ম আৰু শুদ্ধ পদ্ধতিৰ ৰূপৰেখা দাঙি ধৰা হৈছে। ইয়াৰ ভিতৰত দান-বৰঙনি আগবঢ়োৱাৰ নিয়মো অন্তৰ্ভূক্ত কৰা হৈছে। প্ৰতিটো ধৰ্মতে দান দিয়াটো অতি উত্তম কাম বুলি গণ্য কৰা হয়, কিন্তু কিছুমান সাৱধানতালৈ লক্ষ্য নকৰিলে এই দান কাৰ্য্যই কোনো পূণ্য নকৰে। ইয়াৰ বিপৰীতে কেতিয়াবা ক্ষতিও কৰিব পাৰে।

দান দিয়াৰ আগতে কিছুমান নিয়ম জানি ল’ব লাগে-

  • উৎসৱ-পাৰ্বনৰ সময়ত অথবা শীতকালত মানুহে নিজৰ পুৰণি কাপোৰ দুখীয়া অথবা আৰ্তজনৰ মাজত ভগাই দিয়ে। কিন্তু এইখিনি কাম কৰোঁতে কিছু নিয়ম মানি চলিব যাতে আপোনাৰ কাপোৰৰ সৈতে আপোনাৰ ভাগ্য বা উৰ্জা নাইকীয়া হৈ নাযায়।
  • পুৰণি কাপোৰ দান কৰাৰ পূৰ্বে কাপোৰখিনি ভালধৰণে নিমখৰ পানীত উতলাই ধুই লৈ শুকুৱাৰ পিছত দান কৰিব লাগে। কিয়নো কাপোৰত আমাৰ শৰীৰৰ সকাৰাত্মক-নকৰাত্মক উৰ্জা থাকে। নিমখৰ পানীৰে কাপোৰ ধুলে, সেই উৰ্জা শেষ হৈ যায়। ইয়াৰ পিছত যদি কোনো ব্যক্তিয়ে এই কাপোৰ পিন্ধে, তেন্তে ইয়াৰ কোনো প্ৰভাৱ তেওঁৰ ওপৰত হোৱা উচিত নহয়।
  • কেতিয়াও কোনো লেতেৰা অথবা ফাটি যোৱা কাপোৰ দান কৰিব নালাগে। এনেকুৱা কৰিলে পূণ্যৰ পৰিৱৰ্তে পাপ অৰ্জন কৰাহে হয়। সেয়েহে কাপোৰ দান কৰোঁতে ধুই লৈ, পৰিষ্কাৰ কাপোৰহে দিব লাগে। যদিহে ফটা-চিতা থাকে, সেয়াও চিলাইহে দিব লাগে। যাতে পিন্ধা ব্যক্তিজনেও ভাল পায়।
  • কেতিয়াও নিজৰ অনুদান দেখুৱাব নালাগে। ভিডিঅ’ বনাব নালাগে, ফটো তুলিব নালাগে, কাকো এই বিষয়ে নক’ব। কোৱা হয় যে দান এনে হ’ব লাগে যে বাওঁহাতেৰে দিলে সোঁহাতেও ইয়াৰ বিষয়ে অজ্ঞাত হৈ থাকে। অন্যথা দানৰ পৰা ফল পোৱা নাযায়। সেয়েহে ধৰ্মশাস্ত্ৰত গোপন দানক শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়।
  • জ্যোতিষৰ মতে কাপোৰ দানৰ বাবে আটাইতকৈ শুভ দিন হ’ল পুৱাৰ সময়ত অমাৱস্যাৰ দিন, পূৰ্ণিমাৰ দিন আৰু শনিবাৰ।
Tags: ClothDonateVastu

Related Posts

৫০০ বছৰলৈকে ৰজাৰ বাহিৰে আন সকলোৰে প্ৰৱেশ নিষেধ এই ৰহস্যময় চহৰত! ডাঙৰ ৰহস্যৰ উদঘাটন
Top News

৫০০ বছৰলৈকে ৰজাৰ বাহিৰে আন সকলোৰে প্ৰৱেশ নিষেধ এই ৰহস্যময় চহৰত! ডাঙৰ ৰহস্যৰ উদঘাটন

June 3, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

মুখ্যমন্ত্ৰী হৈয়ে প্ৰতিশ্ৰুতি পালন বিজয়ৰ! ১৩ গৰাকী মহিলা IAS বিষয়াক গধুৰ দ্বায়িত্ব, কি পৰিকল্পনা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ?

June 3, 2026
প্ৰাক্তন সৰ্বোচ্চ নেতাৰ মৃত্যুৰ ৩মাহৰ পিছত ৰাজ্যিক শোক পালন কৰিব ইৰাণে, কিন্তু কিয়?
Top News

প্ৰাক্তন সৰ্বোচ্চ নেতাৰ মৃত্যুৰ ৩মাহৰ পিছত ৰাজ্যিক শোক পালন কৰিব ইৰাণে, কিন্তু কিয়?

June 3, 2026
এতিয়াও জীৱিত অৱস্থাত আছে নেকি ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেনেই? মাৰ্কো ৰুবিঅ’ৰ ডাঙৰ দাবী
Top News

এতিয়াও জীৱিত অৱস্থাত আছে নেকি ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেনেই? মাৰ্কো ৰুবিঅ’ৰ ডাঙৰ দাবী

June 3, 2026
কোটি টকাৰ এটা কল অন্তৰ্ধান! সংগ্ৰহালয়ৰ পৰা চুৰি এক বিখ্যাত শিল্পকৰ্ম, আৰক্ষীৰ তদন্ত আৰম্ভ
Top News

কোটি টকাৰ এটা কল অন্তৰ্ধান! সংগ্ৰহালয়ৰ পৰা চুৰি এক বিখ্যাত শিল্পকৰ্ম, আৰক্ষীৰ তদন্ত আৰম্ভ

June 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

June 3, 2026

শীৰ্ষ সংবাদ

পুৰণি কাপোৰ দান কৰাৰ সময়ত নকৰিব এই ভুল, অন্যথা পূণ্যৰ পৰিৱৰ্তে সমস্যাতহে পৰিব আপুনি…

৫০০ বছৰলৈকে ৰজাৰ বাহিৰে আন সকলোৰে প্ৰৱেশ নিষেধ এই ৰহস্যময় চহৰত! ডাঙৰ ৰহস্যৰ উদঘাটন

মুখ্যমন্ত্ৰী হৈয়ে প্ৰতিশ্ৰুতি পালন বিজয়ৰ! ১৩ গৰাকী মহিলা IAS বিষয়াক গধুৰ দ্বায়িত্ব, কি পৰিকল্পনা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ?

প্ৰাক্তন সৰ্বোচ্চ নেতাৰ মৃত্যুৰ ৩মাহৰ পিছত ৰাজ্যিক শোক পালন কৰিব ইৰাণে, কিন্তু কিয়?

এতিয়াও জীৱিত অৱস্থাত আছে নেকি ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেনেই? মাৰ্কো ৰুবিঅ’ৰ ডাঙৰ দাবী

কোটি টকাৰ এটা কল অন্তৰ্ধান! সংগ্ৰহালয়ৰ পৰা চুৰি এক বিখ্যাত শিল্পকৰ্ম, আৰক্ষীৰ তদন্ত আৰম্ভ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025