• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 6, 2026
28 °c
Guwahati
27 ° Mon
26 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
June 6, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • অৰুণোদয়, ৰেচন, চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ১ আগষ্টৰ পৰা ৰাইজে নিয়মীয়াকৈ পাব প্ৰতিখন চৰকাৰী আঁচনিৰ সুবিধা। প্ৰতিটো যোগ্য পৰিয়ালে পাব অৰুণোদয়, ৰেচন, চৰকাৰী ঘৰ। ঘৰে ঘৰে গৈ পৰীক্ষা কৰি চৰকাৰী আঁচনি প্ৰদান কৰিব চৰকাৰে। লগতে অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন। লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। আগন্তুক বাজেট অধিৱেশনৰ পিছৰ পৰা লাভ কৰিব আঁচনিৰ সুবিধা।
  • মন্ত্ৰীসভাৰ শপতগ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। বিদ্যালয়সমূহৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে ৩য় বৰ্গৰ কৰ্মচাৰীলৈ পদোন্নতি পাব। ৰাজ্যিক কৰ্মচাৰীৰ ২ শতাংশকৈ মৰগীয়া বানচ বৃদ্ধি। এতিয়াৰেপৰা ৬০% মৰগীয়া বানচ লাভ কৰিব ৰাজ্যিক কৰ্মচাৰীসকলে। বান পৰিস্থিতিৰ বাবে ২% শতাংশ অতিৰিক্ত মৰগীয়া বানচ দিয়াৰ সিদ্ধান্ত। ৫০০ কোটি টকা ব্যয় সাপেক্ষে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী চহৰ হিচাপে গঢ়ি তোলা হ’ব। ৬ জুলাইত অসম বিধানসভাৰ বাজেট অধিবেশন অনুষ্ঠিত হ’ব। পূৰ্বৰ ১ কোটি টকা বিধায়ক পুঁজিৰ বিপৰীতে এতিয়াৰে পৰা ডেৰ কোটি টকাকৈ বিধায়ক পুঁজি লাভ কৰিব।
  • নগাঁৱত লাভ জেহাদৰ বলি অসমীয়া যুৱতী। বেবেজীয়াৰ এগৰাকী উচ্চশিক্ষিতা অসমীয়া যুৱতী বলি হ’ল লাভ জেহাদৰ। আশ্বাদুল ইছলাম নামৰ মুছলমান যুৱকৰ সৈতে যুৱতীগৰাকীৰ হৈছিল প্ৰেমৰ সম্পৰ্ক। পূৰ্বৰে পৰা বিবাহিত আৰু এটি সন্তানৰ পিতৃ আছিল আশ্বাদুল। নিজকে অবিবাহিত বুলি পৰিচয় দি যুৱতীগৰাকীক বিয়া কৰাইছিল আশ্বাদুলে। বিয়াৰ পিছৰে পৰা যুৱতীগৰাকীৰ চলাইছিল শাৰিৰীক আৰু মানসিক নিৰ্যাতন। বিয়াৰ পিছতে ধৰ্মান্তৰকৰণ কৰা হৈছিল যুৱতীগৰাকীক। ন্যায় বিচাৰি যুৱতীগৰাকীয়ে নগাঁও সদৰ থানাত দাখিল কৰিছে এজাহাৰ।
  • পশ্চিম এছিয়াত আমেৰিকা আৰু ইজৰাইলৰ সৈতে চলি থকা সংঘাত আৰু উত্তেজনাৰ মাজতে ৫ জুনত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ মোজতাবা খামেনেই এক বৃহৎ সিদ্ধান্তৰ কথা ঘোষণা কৰে। ইৰাণৰ চৰকাৰী নিউজ চেনেল প্ৰেছ টিভিৰ তথ্য অনুসৰি শুকুৰবাৰে সৰ্বোচ্চ নেতাই ২০০০ৰো অধিক কয়দীৰ শাস্তি ক্ষমা বা হ্ৰাস কৰে।
Tags: morning newsnews updateWorld news

Related Posts

T20I দলত স্থান লাভ Youth Sensation বৈভৱ সূৰ্যবংশীৰ, অধিনায়কত্ব বৃহৎ পৰিৱৰ্তন
Top News

T20I দলত স্থান লাভ Youth Sensation বৈভৱ সূৰ্যবংশীৰ, অধিনায়কত্ব বৃহৎ পৰিৱৰ্তন

June 6, 2026
ধ্বংসৰ দিশলৈ মগজুৰ কাৰ্যক্ষমতা; টোপনি আৰু ক্লান্তিৰ বিষয়ে ভয়ংকৰ সত্য উদঙালে বিশেষজ্ঞই
Top News

ৰাছিয়াৰ এটা লেবত প্ৰস্তুত “চিৰজৌৱনা ঔষধ”! ১৫০ বছৰীয়া জীৱনকালৰ দাবীত স্তম্ভিত বিশ্ব

June 6, 2026
ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা বৃদ্ধি, BGB-BSFৰ মাজত সংঘৰ্ষ, অবৈধ অনুপ্ৰৱেশৰ সুবিধা প্ৰদান কৰাৰ অভিযোগ
Top News

ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা বৃদ্ধি, BGB-BSFৰ মাজত সংঘৰ্ষ, অবৈধ অনুপ্ৰৱেশৰ সুবিধা প্ৰদান কৰাৰ অভিযোগ

June 6, 2026
TMCৰ প্ৰাক্তন বিধায়ক সৌকত মোল্লাক  গ্ৰেপ্তাৰ, কি গোচৰত গ্ৰেপ্তাৰ এই বিধায়কগৰাকী?
Top News

TMCৰ প্ৰাক্তন বিধায়ক সৌকত মোল্লাক গ্ৰেপ্তাৰ, কি গোচৰত গ্ৰেপ্তাৰ এই বিধায়কগৰাকী?

June 6, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

June 6, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

June 6, 2026

শীৰ্ষ সংবাদ

T20I দলত স্থান লাভ Youth Sensation বৈভৱ সূৰ্যবংশীৰ, অধিনায়কত্ব বৃহৎ পৰিৱৰ্তন

ৰাছিয়াৰ এটা লেবত প্ৰস্তুত “চিৰজৌৱনা ঔষধ”! ১৫০ বছৰীয়া জীৱনকালৰ দাবীত স্তম্ভিত বিশ্ব

ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা বৃদ্ধি, BGB-BSFৰ মাজত সংঘৰ্ষ, অবৈধ অনুপ্ৰৱেশৰ সুবিধা প্ৰদান কৰাৰ অভিযোগ

TMCৰ প্ৰাক্তন বিধায়ক সৌকত মোল্লাক গ্ৰেপ্তাৰ, কি গোচৰত গ্ৰেপ্তাৰ এই বিধায়কগৰাকী?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025