• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইছলাম ধৰ্মৰ প্ৰতি অনিহা বহু মুছলমানৰ; চিন্তিত মুছলমান ধৰ্মগুৰু

Nation NE by Nation NE
August 22, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইছলাম ধৰ্মৰ প্ৰতি অনিহা বহু মুছলমানৰ; চিন্তিত মুছলমান ধৰ্মগুৰু

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

পৃথিৱীৰ দ্ৰুততম বিস্তাৰিত ধৰ্ম হৈছে ইছলাম। পিউ ৰিচাৰ্চ চেণ্টাৰৰ প্ৰতিবেদন অনুসৰি, যিটো গতিত মুছলমানসকলৰ জনসংখ্যা বৃদ্ধি পাইছে, ২০৭০ চনলৈ বিশ্বত এই ধৰ্মত বিশ্বাস কৰা লোকৰ সংখ্যা সৰ্বাধিক হ’ব।

কিন্তু এনে বহুতো দেশ আছে, য’ত বহুসংখ্যক লোকে ইছলাম ত্যাগ কৰিছে। ইয়াৰ ভিতৰত কিছুমান মুছলমান দেশো অন্তৰ্ভুক্ত আছে। এই দেশবোৰৰ বিষয়ে আপোনাক জানো আহক।

২০১৯ চনৰ পিউ ৰিচাৰ্চ চেণ্টাৰৰ প্ৰতিবেদন অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুছলমান পৰিয়ালত ডাঙৰ-দীঘল হোৱা প্ৰায় ২৩ শতাংশ প্ৰাপ্তবয়স্কই ইছলামধৰ্মৰ সৈতে জড়িত হোৱা নাছিল। অৰ্থাৎ, ১.৩ নিযুত মুছলমানে ইছলাম ত্যাগ কৰিছিল। এই প্ৰাপ্তবয়স্কসকলৰ প্ৰায় ৭ শতাংশই কৈছিল যে, তেওঁলোকে ইছলামৰ শিক্ষাৰ সৈতে একমত নহয়।

একে সময়তে, ২০২০ চনত জাৰ্মানীৰ এখন বাতৰি কাকত ডাই ৱেল্টৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে, প্ৰতি বছৰে প্ৰায় ১৫-২০ হাজাৰ লোকে জাৰ্মানীত ইছলাম ত্যাগ কৰি আছে।

একে সময়তে, ইউনাইটেড কিংডমৰ বহুলোকেও ইছলাম ত্যাগ কৰিছে। টাইমছ বাতৰি কাকতৰ মতে, ইউকেত প্ৰতি বছৰে প্ৰায় ১ লাখ লোকে ইছলাম ত্যাগ কৰে।

কেৱল এয়াই নহয়,  মুছলমান দেশ ইৰাণৰো বহুতো লোকে ইছলাম ত্যাগ কৰি আন ধৰ্ম গ্ৰহণ কৰিছে। ইৰাণৰ এজন ধৰ্মীয় নেতাই ২০২৩ চনত কৈছিল যে, বখতিয়াৰী জনজাতিৰ লোকসকলে পাৰ্চী ধৰ্ম গ্ৰহণ কৰি আছে, আনহাতে বহুলোকে ইতিমধ্যে খ্ৰীষ্টান ধৰ্মগ্ৰহণ কৰিছে।

মধ্য প্ৰাচ্যত ধৰ্মৰ এই সৰ্ববৃহৎ জৰীপ ১৯৮১ চনৰ পৰা ২০২০ চনলৈ সংঘটিত হৈছিল। মিচিগান বিশ্ববিদ্যালয়ৰ এক জৰীপত দেখা গৈছে যে; টিউনিচিয়া, মৰক্কো আৰু ইৰাকৰ দৰে মুছলমান দেশসমূহত ইছলাম ধৰ্ম অনুসৰণ কৰা লোকসকলে এতিয়া নিজকে নাস্তিক বুলি পৰিচয় দিয়ে।

ইয়াকে লৈ মুছলমান ধৰ্মগুৰুসকল চিন্তিত হৈ পৰিছে। অতিমাত্ৰা গোড়ামিৰ তথা শাসন ব্যৱস্থাৰ নামত সাধাৰণ মানুহৰ ওপৰত চলা শোষণৰ বাবেই মুছলমান লোকসকলৰ ইছলাম ধৰ্মৰ প্ৰতি অনিহা আহিছে।

Tags: HajIslamSaudi

Related Posts

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025

শীৰ্ষ সংবাদ

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025