• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধিং কাণ্ডৰে জড়িত মূল অভিযুক্তৰ শেষ পৰিণতি!

Nation NE by Nation NE
August 24, 2024
in Top News, অসম
0 0
ধিং কাণ্ডৰে জড়িত মূল অভিযুক্তৰ শেষ পৰিণতি!

প্ৰতিনিধিত্বমূৱক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

দেশ কঁপাই যোৱা কলকাতাৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ অসমত সংঘটিত হয় এক জঘন্য কাণ্ড। ধিঙত এগৰাকী দশম শ্ৰেণী ছাত্ৰীৰ সৈতে ৩ পাষণ্ডই সংঘটিত কৰে এক ভয়ানক কাণ্ড।

উল্লেখ্য যে, ২২ আগষ্ট অৰ্থাৎ বৃহস্পতিবাৰে সন্ধিয়া টিউচনৰ পৰা ওভতাৰ সময়তে এগৰাকী নাবালিকাৰ সৈতে অপকৰ্ম সংঘটিত কৰি পথৰ দাঁতিত পেলাই থৈ যায় তিনি দুৰ্বৃত্তই। বৰ্তমান ছাত্ৰীগৰাকী চিকিৎসাধীন হৈ আছে।এই ঘটনাৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ধিং কন্যাৰ ন্যায় বিচাৰি ওলাই আহে ৰাইজ।বটদ্ৰৱা থানৰ জাপি বাটচৰাৰ সন্মুখৰ পৰা উলাই আহি “নাৰকীয় ঘটনাৰ দোষীক উচিত শাস্তি দিয়ক” “নাৰীক সুৰক্ষা দিয়ক”, “আমাৰ দাবী মানিব লাগিব” আদি শ্লোগানেৰে উত্তাল কৰি তোলে শ শ মহিলাই।

ইতিমধ্যে শুকুৰবাৰে, আৰক্ষীয়ে ধিং কাণ্ডৰ সৈতে জড়িত মূল অভিযুক্ত তফাজ্জুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল।প্ৰকাশিত খবৰ অনুসৰি, আৰক্ষীয়ে অভিযুক্ত তফাজ্জুলক পুৱা প্ৰায় চাৰি বজাত এই জঘন্য কাণ্ড সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে লৈ গৈছিল। সেই সময়তে আৰক্ষীৰ বেহু ফালি পলাবলৈ চেষ্টা কৰে তফাজ্জুলে আৰু ঘটনাস্থলীৰ সমীপৰ এটা পুখুৰীত জাঁপ দিয়ে।

ইয়াৰ পাছতেই অভিযুক্ত তফাজ্জুল ইছলামৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে শনিবাৰে পুৱাৰভাগত পুখুৰীটোৰ পৰা অভিযুক্ত তফজ্জুলৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। প্ৰায় দুই ঘণ্টাজোৰা এই অভিযানৰ অন্তত: অভিযুক্তৰ মৃতদেহ উদ্ধাৰ কৰা হয় বুলি প্ৰকাশ কৰে আৰক্ষীয়ে।

আনহাতে, এই ঘটনাৰ লগত জড়িত আন দুই অভিযুক্ত সম্প্ৰতি পলাতক অৱস্থাত আছে। পলাতক এই দুই অভিযুক্তৰ অনুসন্ধান অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। তদন্তৰ খাতিৰতে পলাতক দুই অভিযুক্তৰ নাম প্ৰকাশৰ পৰা বিৰত আছে আৰক্ষী।

ইফালে এই ঘটনাৰ পিছতে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ নিৰ্দেশনা দিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষী সঞ্চালক প্ৰধানক ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ দিয়ে।শুকুৰবাৰে ডিজিপি জি পি সিঙৰ লগতে মন্ত্ৰী পীযূষ হাজৰিকাও ধিঙলৈ যায়।

ইফালে ধিং কাণ্ডৰ সৈতে জড়িত মূল অভিযুক্তৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই গাঁওবাসীয়ে লয় এক ডাঙৰ সিদ্ধান্ত। ছাত্ৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰা তফাজুলক জানাজাৰ বাবে স্থান নিদিয়াৰ সিদ্ধান্ত লয় বৰভেটিৰ ৰাইজে। লগতে তফাজ্জুলৰ এই কাণ্ডত লজ্জিত বৰভেটিৰ ৰাইজে তেওঁৰ পৰিয়ালক এঘৰীয়া কৰে।

Tags: #AssamAssam PoliceDhing

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025