• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সাৱধান! পুৰুষৰ পৰা মহিলাৰ দেহলৈ বিয়পে এইবিধ কৰ্কট ৰোগ

Nation NE by Nation NE
August 26, 2024
in Top News, অসম, ৰাষ্ট্ৰীয়
0 0
সাৱধান! পুৰুষৰ পৰা মহিলাৰ দেহলৈ বিয়পে এইবিধ কৰ্কট ৰোগ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ভাৰতত প্ৰতি বছৰে কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাই আহিছে। এই ৰোগৰ ফলত হোৱা মৃত্যুৰ হোৱা লোকৰ সংখ্যাও বাঢ়ি আহিছে।

ভাৰতত কৰ্কট ৰোগ এটা ডাঙৰ সমস্যা হৈ পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ২০২৩ চনত ভাৰতত ১.৪ নিযুতৰো অধিক কৰ্কট ৰোগৰ কেছ প্ৰতিবেদিত হৈছিল। এই কৰ্কট ৰোগৰ ঘটনা সমগ্ৰ বিশ্বতে বাঢ়ি আহিছে আৰু প্ৰতি বছৰে লাখ লাখ লোক ইয়াৰ বাবে মৃত্যুমুখত পৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ২০২২ চনত বিশ্বজুৰি চাৰ্ভিকেল কৰ্কট ৰোগৰ ফলত ৩,৫০,০০০লোকৰ মৃত্যু হৈছিল। এই সংখ্যা প্ৰতি বছৰে বৃদ্ধি হৈ আহিছে।

পুৰুষৰ দেহৰ পৰা এবিধ ভাইৰাছ মহিলাৰ শৰীৰলৈ বিয়পে, যিয়ে কৰ্কট ৰোগৰ সৃষ্টি কৰে। এই কৰ্কট ৰোগ ইমানেই গুৰুত্বৰ যে, আজিৰ সময়ত ই মহিলাৰ মৃত্যুৰ এটা মুখ্য কাৰণ হৈ পৰিছে।

এই কৰ্কট ৰোগটো কি আৰু ই পুৰুষৰ পৰা মহিলালৈ কেনেকৈ বিয়পে? এই বিষয়ে জানো আহক সবিশেষ-

এই কৰ্কট ৰোগক চাৰ্ভিকেল কৰ্কট ৰোগ বুলি কোৱা হয়। চাৰ্ভিকেল কৰ্কট HPV ভাইৰাছৰ ফলত হয়, যাক মানৱ পিপলোমা ভাইৰাছ বুলি কোৱা হয়। এই ভাইৰাছ পুৰুষৰ ক্ষেত্ৰত হয় আৰু যৌন সম্ভোগৰ সময়ত পুৰুষৰ পৰা মহিলাৰ দেহলৈ বিয়পে। সেয়েহে, যৌনভাৱে সক্ৰিয় মহিলাসকলৰ ক্ষেত্ৰত এই কৰ্কট ৰোগ বেছিকৈ দেখিবলৈ পোৱা যায়।

আজিৰ সময়ত, এই কৰ্কট ৰোগ মহিলাৰ মৃত্যুৰ অন্যতম কাৰক হৈ পৰিছে। অৱশ্যে উচিত সময়ত টিকাকৰণ কৰিলে, এই ৰোগ প্ৰতিৰোধ কৰা সম্ভৱ।

চাৰ্ভিকেল কৰ্কট কেনেদৰে বিয়পে?

দিল্লীৰ ৰাজীৱ গান্ধী কৰ্কট চিকিৎসালয়ৰ অংক’লজী বিভাগৰ এইচ.ও.ডি. ডাঃ বিনীত তলৱাৰে ব্যাখ্যা কৰিছে যে, HPV ভাইৰাছ পুৰুষৰ শৰীৰৰ পৰা মহিলাৰ জৰায়ুলৈ বিয়পে আৰু তাত বিকশিত হয়। ই ৫ ৰ পৰা ১০ বছৰত চাৰ্ভিকেল কৰ্কট ৰোগত পৰিণত হয়। আৰম্ভণিতে, এই ভাইৰাছ পুৰুষৰ পৰা মহিলাৰ সংক্ৰমণ হয়, যাৰ পিছত ই দীঘলীয়া সময়ৰ অন্তত: কৰ্কট ৰোগত পৰিণত হয়। এই কৰ্কট ৰোগৰ ফলত ভাৰতত প্ৰতি বছৰে লাখ লাখ মহিলাই প্ৰাণ হেৰুৱায়।

ডাঃ তলৱাৰে ব্যাখ্যা কৰে যে, HPV ভাইৰাছ পুৰুষৰ শৰীৰত থাকে, কিন্তু ইয়ে পুৰুষৰ দেহত কৰ্কট ৰোগ সৃষ্টি নকৰে। কোনো সুৰক্ষা অবিহনে শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰিলে এই ভাইৰাছবিধ মহিলাৰ শৰীৰলৈ বিয়পে আৰু পিছলৈ ই কৰ্কট ৰোগলৈ ৰূপান্তৰিত হয়। অৱশ্যে, প্ৰতিগৰাকী মহিলাৰ ক্ষেত্ৰত এই ৰোগ কৰ্কটলৈ পৰিণত নহয়।

ডাঃ তলৱাৰে ব্যাখ্যা কৰিছে যে, মহিলাসকলৰ জৰায়ুৰ ৰোগ, পিচিঅ’ডিৰ সমস্যা আৰু ব্যক্তিগত পৰিচ্ছন্নতাৰ ওপৰত যত্ন নলোৱাৰ বাবেও এই কৰ্কট ৰোগৰ ভুক্তভোগী হ’ব পাৰে।

চাৰ্ভিকেল কৰ্কট ৰোগৰ লক্ষণ-

– যৌন সম্ভোগৰ পিছত যোনিৰ ৰক্তক্ষৰণ

– যোনিত অত্যাধিক বিষ

– যোনিৰ ৰক্তক্ষৰণৰ ফলত দুৰ্গন্ধ ওলোৱা

– যৌন সম্ভোগ কৰোঁতে বিষ অনুভৱ কৰা

– ঋতুস্ৰাৱৰ বাহিৰেও যোনিৰ ৰক্তক্ষৰণ

চাৰ্ভিকেল কৰ্কট ৰোগ প্ৰতিৰোধ–

প্ৰাৰম্ভিক পৰ্যায়ত চাৰ্ভিকেল কৰ্কট ৰোগৰ কোনো লক্ষণ দেখিবলৈ পোৱা নাযায়। এই কৰ্কট ৰোগ কেৱল তৃতীয় বা চতুৰ্থ পৰ্যায়তহে ধৰা পৰে, যাৰ ফলত ৰোগীৰ জীৱন ৰক্ষা কৰা কঠিন হৈ পৰে। চাৰ্ভিকেল কৰ্কট ৰোগ প্ৰতিৰোধ কৰিবলৈ হ’লে, এগৰাকী মহিলা যদি যৌনভাৱে সক্ৰিয় হয়, তেনেহ’লে তেওঁ পেপ স্মিয়াৰ পৰীক্ষা কৰাব পাৰে। ৩০ বছৰৰ পিছত যি মহিলাই যৌনভাৱে সক্ৰিয় হয়, তেতিয়াহ’লে তেওঁ প্ৰতি ৫ বছৰৰ মূৰে মূৰে পেপ স্মিয়াৰ পৰীক্ষা কৰিব পাৰে, যাতে তেওঁ সময়মতে এই কৰ্কট ৰোগ চিনাক্ত কৰিব পাৰে। চিকিৎসকৰ মতে, এই পৰীক্ষা ৬৫ বছৰ বয়সলৈকে কৰা উচিত।

চাৰ্ভিকেল কৰ্কট ৰোগৰ ভেকছিন

এই কৰ্কট ৰোগ প্ৰতিৰোধ কৰিবলৈ, কন্যা সন্তানক ৯ ৰ পৰা ১৪ বছৰ বয়সত যৌন সক্ৰিয়তা লাভ কৰাৰ আগতেই HPV ভেকছিন দিব লাগে। কিন্তু ৰোগত আক্ৰান্ত হোৱাৰ পাছত এই ভেকছিন লোৱাটো অৰ্থহীন। যিকোনো চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ৰ পৰা ইয়াক প্ৰাপ্ত কৰিব পাৰে।

Tags: DiseaseHealth BenefitsHealth NewsHealthy life

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?
Top News

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

April 29, 2026
নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস
Top News

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

April 29, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 29, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025