• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
23 °c
Guwahati
22 ° Sat
24 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দিল্লীত ধাৰাসাৰ বৰষুণ: কৃত্ৰিম বানত প্লাবিত বিস্তীৰ্ণ অঞ্চল

Nation NE by Nation NE
August 29, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
দিল্লীত ধাৰাসাৰ বৰষুণ: কৃত্ৰিম বানত প্লাবিত বিস্তীৰ্ণ অঞ্চল

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বুধবাৰে অৰ্থাৎ ২৭ আগষ্টৰ নিশা দেশৰ ৰাজধানী দিল্লী এনচিআৰৰ বহু ঠাইত ধাৰাসাৰ বৰষুণৰ পিছত কৃত্ৰিম বানত পোত যায় বিস্তৃত অঞ্চল। এনে পৰিস্থিতিত, পথচাৰীয়ে তীব্ৰ যান-জঁটৰ সন্মুখীন হ’ব লগা পাৰে বুলি সকীয়নী দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই।

তথ্য অনুসৰি, বুধবাৰে নিশাৰ পৰা দিল্লী এনচিআৰৰ বহু ঠাইত ধাৰাষাৰ বৰষুণৰ সৃষ্টি হয়। এই ধাৰাষাৰ বৰষুণৰ ফলত দিল্লীৰ মিণ্টো ৰোড, আইটিঅ’, মেহৰোলী-বদৰপুৰ ৰোড আৰু ধৌলা কুঁৱাৰ দৰে অঞ্চল বানপানীত প্লাবিত হয়।

এনে পৰিস্থিতিত, পুৱা বিদ্যালয় বাব কাৰ্যালয়লৈ যোৱা লোকসকলে তীব্ৰ যান-জঁটৰ সন্মুখীন হ’ব লগা হ’ব পাৰে বুলি সকীয়নী দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই। এফালে, য’ত বৰষুণৰ পিছত দিল্লী এনচিআৰৰ বতৰ মনোৰম হৈ পৰিছে, আনহাতে, বিভিন্ন ঠাইত পানী জমা হোৱাৰ ফলত জনসাধাৰণৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, দিল্লী এনচিআৰত সৰ্বাধিক তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা ২৪ ডিগ্ৰী ছেলছিয়াছ ৰেকৰ্ড কৰা হৈছিল। আই.এম.ডি.-ৰ পূৰ্বানুমান অনুসৰি, গোটেই দিনটো দিল্লী এন.চি.আৰ.-ৰ বহু ঠাইত ধাৰাসাৰ বৰষুণ হ’ব পাৰে।

ইয়াৰ উপৰিও, ২৯ আগষ্ট আৰু ৩০ আগষ্টত এই ধাৰাষাৰ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত, ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত পাতল ডাৱৰীয়া আকাশৰ সম্ভাৱনা কৰা হৈছে। ২ আৰু ৩ ছেপ্টেম্বৰত বজ্ৰপাতৰ সৈতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

গুজৰাট, মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ বহু ঠাইত হোৱা বৰষুণে মানুহৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে। ধাৰাসাৰ বৰষুণৰ বাবে গুজৰাটৰ বহু ঠাইত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। মধ্য প্ৰদেশতো একেই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। ৰাজস্থানৰ বহু ঠাইত ধাৰাসাৰ বৰষুণৰ বাবে জনসাধাৰণে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

Tags: Delhi-NCRIndiaWeather Report

Related Posts

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026

শীৰ্ষ সংবাদ

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025