• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 12, 2025
18 °c
Guwahati
18 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে ১৫টা গুৰুত্বপূৰ্ণ প্ৰশ্ন

Nation NE by Nation NE
September 12, 2024
in Top News, অসম, উত্তৰ পূৱ
0 0
৩য় আৰু ৪ৰ্থ বৰ্গৰ চৰকাৰী নিযুক্তিৰ বাবে ১৫টা সাম্ভাব্য গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

১. অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল ?
উ :ভট্টদেৱে।

২. জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল ?
উঃ অসমলৈ অহা চুফী সাধক আজানপীৰ নামে খ্যাত চাহ-মিলানে।

৩. আজানপীৰ কোন?
উঃ এজন চুফী সাধক। তেওঁ অসমত প্রচলিত জিকিৰ ৰচনা কৰিছিল।

৪. আজানপীৰ কেতিয়া অসমলৈ আহিছিল ?

উ : আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত।

৫. দ-পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নির্মিত হৈছিল?
উ : খ্রীষ্টিয় ষষ্ঠ শতিকাত।

৬. অসমৰ প্রাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা।
উঃ (ক)মহাভাৰত

(খ) কালিকা পুৰাণ

(গ) যোগিনী তন্ত্র।

৭. আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা।
উ : (ক) দেওধাই বুৰঞ্জী

(খ) তুংখুঙ্গীয়া বুৰঞ্জী

৮. উত্তৰ-পূৰ্বাঞ্চলৰ অষ্ট্রিক নৃ-গোষ্ঠীৰ অন্তর্ভূক্ত জনজাতিটো কি?
উঃ মেঘালয়ৰ খাছীয়া লোকসকল।

৯.‘চপচৰ কূট’ কোন জনগোষ্ঠীৰ উৎসব

উঃ মিজো

১০.বিহু উৎসৱ আৰ্যমূলীয় নে জনজাতিমূলীয়?

উঃ জনজাতিমূলীয়।

১১. ক্ষুদ্রাকাৰ চিত্রযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা।
উঃ (ক)হস্তিবিদ্যাৰ্ণৱ

(খ)চিত্র ভাগৱত

১২.ওজাপালিৰ দুটা ভাগৰ নাম লিখা।
উঃ (ক) সুন্নী ওজাপালি

(খ) ব্যাসৰ ওজাপালি।

১৩.মধ্যযুগৰ অসমৰ অন্যতম সাংস্কৃতিক বৈশিষ্ট্য কি?

উঃ বুৰঞ্জী সাহিত্যৰ সৃষ্টি।

১৪. অসমলৈ প্ৰব্ৰজিত নৃ-গোষ্ঠীকেইটাৰ ভিতৰত কোনটো নৃগোষ্ঠীক সর্বপ্রথম বুলিব পাৰি?

উঃ প্ৰট-অষ্ট্ৰলয়ড গোষ্ঠী।

১৫। অসমৰ হিন্দু ধৰ্মাৱলম্বীসকলৰ প্ৰধান ভাগ দুটা কি কি?

উঃ (ক)শাক্ত

(খ বৈষ্ণৱ

Tags: 3rd-4th GradeAssam GovernmentDirect Recruitment

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025