• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, February 6, 2026
20 °c
Guwahati
21 ° Sun
21 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

স্কোৱাড্ৰন লিদাৰ মোহনা সিঙে ৰচিলে ইতিহাস

Nation NE by Nation NE
September 18, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
স্কোৱাড্ৰন লিদাৰ মোহনা সিঙে ৰচিলে ইতিহাস
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় বায়ুসেনাৰ স্পেচিয়েল ১৮ ফ্লায়িং বুলেটছ স্কোৱাড্ৰনত যোগদান কৰা প্ৰথমগৰাকী মহিলা যুঁজাৰু পাইলট হিচাপে মোহনা সিঙে ইতিহাস ৰচিবলৈ সক্ষম হৈছে।

শেহতীয়াকৈ যোধপুৰত অনুষ্ঠিত হোৱা এক্সাৰচাইজ তৰংগ শক্তিৰ অংশ আছিল মোহনা সিং, য’ত তেওঁৰ সৈতে আছিল সশস্ত্ৰ বাহিনীৰ তিনিওজন উপ-প্ৰধান।

উল্লেখ্য যে অষ্ট্ৰেলিয়া, গ্ৰীচ, শ্ৰীলংকা, সংযুক্ত আৰব আমিৰশ্বাহী, জাপান, ছিংগাপুৰ আৰু আমেৰিকাৰ দৰে দেশৰ পাইলটসকলে এই অনুশীলনত অংশগ্ৰহণ কৰিছিল।

ইয়াৰ পূৰ্বে মোহনা সিঙে ২০১৬ চনত ভাৱনা কান্থ আৰু অৱনী চতুৰ্বেদীৰ সৈতে ভাৰতীয় বায়ুসেনাত প্ৰথম মহিলা যুঁজাৰু পাইলট হিচাপে নিযুক্তি লাভ কৰি ইতিহাস ৰচনা কৰিছিল।

১৯৯১ চনৰ পৰাই মহিলাসকলে হেলিকপ্টাৰ আৰু বিমান চলাই আহিছিল যদিও ২০১৬ চনলৈকে তেওঁলোকক আনুষ্ঠানিকভাৱে যুদ্ধ বিমান উৰুৱাবলৈ দিয়া হোৱা নাছিল।

বৰ্তমান মোহনা সিঙে মিগ-২১ বিমানৰ সৈতে জড়িত যদিও এতিয়া পাকিস্তান সীমান্তৰ সমীপৰ গুজৰাটৰ নলিয়া এয়াৰ বেছত এল চি এ স্কোৱাড্ৰনত নিযুক্তি কৰা হৈছে।

উল্লেখ্য যে মোহানা সিং ৰাজস্থানৰ ঝুনঝুনু জিলাৰ বাসিন্দা। তেওঁৰ ককাই এভিয়েশন ৰিচাৰ্চ চেণ্টাৰত ফ্লাইট গানাৰ হিচাপে কাম কৰিছিল আৰু পিতৃ আই এ এফৰ ৱাৰেণ্ট অফিচাৰ।

২০১৬ চনত চৰকাৰে মহিলাৰ বাবে যুঁজাৰু বিমানৰ ধাৰা মুকলি কৰাৰ পিছৰে ভাৰতীয় বায়ু সেনাত প্ৰায় ২০ গৰাকী মহিলা যুঁজাৰু পাইলট আছে।

Tags: Fighter PilotMohana SinghTejasWoman

Related Posts

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…
Top News

February 6, 2026
এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 6, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 6, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 6, 2026
প্ৰতিশোধ সম্পূৰ্ণ! গাজাত ইজৰাইলৰ ব্যাপক আ*ক্ৰমণ, হামাছৰ দুজন শীৰ্ষ সেনাপতি নিহত

February 5, 2026

শীৰ্ষ সংবাদ

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025