• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৪ বছৰৰ পিছত আমেৰিকাই ল’লে এক ডাঙৰ সিদ্ধান্ত, যিয়ে প্ৰভাৱ পেলাব ভাৰতৰ অৰ্থনীতিৰ ওপৰত

ফেড ৰিজাৰ্ভে সূতৰ হাৰ ৫০ বেছিছ পইণ্টলৈ হ্ৰাস কৰিছে, যিয়ে সমগ্ৰ বিশ্বক আচৰিত কৰিছে। ইয়াৰ পিছতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ সূতৰ হাৰ ৫ শতাংশলৈ হ্ৰাস পাইছে। ফেড ৰিজাৰ্ভে ৪ বছৰৰ পিছত সূতৰ হাৰ হ্ৰাস কৰিছে।

Nation NE by Nation NE
September 19, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
৪ বছৰৰ পিছত আমেৰিকাই ল’লে এক ডাঙৰ সিদ্ধান্ত, যিয়ে প্ৰভাৱ পেলাব ভাৰতৰ অৰ্থনীতিৰ ওপৰত
Share on FacebookShare on TwitterWhatsApp

বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি আমেৰিকাৰ কেন্দ্ৰীয় বেংক ফেড ৰিজাৰ্ভে সূতৰ হাৰ ৫০ বেছিছ পইণ্টলৈ হ্ৰাস কৰিছে, যিয়ে সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছে। যাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ সূতৰ হাৰ ৫ শতাংশলৈ হ্ৰাস পাইছে। ফেড ৰিজাৰ্ভে সুদীৰ্ঘ ৪ বছৰৰ পিছত সূতৰ হাৰ হ্ৰাস কৰিছে।

বিশেষজ্ঞসকলৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংকৰ মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজ এক প্ৰকাৰ সমাপ্ত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছত, বিশ্বৰ আন কেন্দ্ৰীয় বেংকবোৰেও সূতৰ হাৰ হ্ৰাস কৰাৰ বিষয়ে বিবেচনা কৰিব বুলি তেওঁলোকে জানিবলৈ দিছে।

ফেডাৰেল ৰিজাৰ্ভৰ এই সিদ্ধান্তৰ পিছত এতিয়া আমেৰিকাৰ শ্বেয়াৰ বজাৰত উত্থান ঘটিছে। কৰোণা মহামাৰীৰ পিছত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ হ্ৰাস কৰিছে। চলিত বৰ্ষত  ফেডাৰেল ৰিজাৰ্ভে সূতৰ হাৰ ০.৫০ শতাংশ কৰ্তন কৰি সকলোকে আচৰিত কৰি তুলিছে।

আমেৰিকান ডলাৰত হ্ৰাস

আনহাতে, আমেৰিকান ডলাৰ সূচকত এক ডাঙৰ হ্ৰাস দেখা গৈছে। ফেড ৰিজাৰ্ভৰ সিদ্ধান্তৰ পিছত, ডলাৰ সূচক ০.৫৪ শতাংশ হ্ৰাস পাইছে।মুদ্ৰা বিশেষজ্ঞসকলৰ মতে, ডলাৰ সূচকো ১০০ স্তৰৰ তললৈ আহিব পাৰে। বিগত ৩ মাহত, ডলাৰ সূচক প্ৰায় ৫ শতাংশ হ্ৰাস পাইছে। একে সময়তে, যোৱা এসপ্তাহত ডলাৰ সূচক ১.৩১ শতাংশ হ্ৰাস পাইছে।

ইউএছ ফেড ৰিজাৰ্ভৰ সূতৰ হাৰ হ্ৰাস হোৱাৰ পিছত বৃহস্পতিবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰত বৃদ্ধি হ’ব পাৰে। আইটি আৰু বেংকিং ষ্টকত  ইয়াৰ ডাঙৰ প্ৰভাৱ দেখা যাব। ডলাৰ সূচকৰ পতনে টকাৰ মূল্য বৃদ্ধি কৰিব। ভাৰতৰ আইটি কোম্পানী যেনে টিচিএছ, ইনফোচিছ, উইপ্ৰো, এইচচিএল টেকৰ শ্বেয়াৰ বৃদ্ধি পাব পাৰে। আনহাতে, কোমেক্সত সোণ আৰু ৰূপৰ মূল্য অভিলেখ স্তৰত উপনীত হৈছে। যাৰ ফলত ভাৰতৰ এমচিএক্স বজাৰত সোণৰ মূল্য বৃদ্ধি হ’ব পাৰে।

Tags: Americabusiness relationDollar

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025