• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিদ্যালয়ৰ শ্ৰেণীকোঠাত মাতাল শিক্ষকৰ সুখনিদ্ৰা, “অ’ ছাৰ উঠক, অ’ ছাৰ উঠক” বুলি হায়ৰাণ কণ-কণ শিক্ষাৰ্থী

Nation NE by Nation NE
September 22, 2024
in Top News, অসম
0 0
বিদ্যালয়ৰ শ্ৰেণীকোঠাত মাতাল শিক্ষকৰ সুখনিদ্ৰা, “অ’ ছাৰ উঠক, অ’ ছাৰ উঠক” বুলি হায়ৰাণ কণ-কণ শিক্ষাৰ্থী
Share on FacebookShare on TwitterWhatsApp

শিক্ষকতাৰ পৱিত্ৰ বৃত্তিত চূড়ান্ত কালিমা সানিলে এগৰাকী প্ৰধান শিক্ষকে। শ্ৰেণীৰ কোঠাৰ ভিতৰতে হঠাতে মাটিত শুই পৰিল এগৰাকী প্ৰধান শিক্ষক।

পিছে শ্ৰেণী কোঠাত প্ৰধান শিক্ষক গৰাকী হঠাতে এইদৰে শুই পৰাৰ কাৰণ জানি আচৰিত হব আপুনি। তেওঁ এনেকৈ শ্ৰেণী কোঠাত হঠাতে শুই পৰিল, কিয়নো তেওঁ অত্যাধিক মদ্যপান কৰি আহিছিল। যাৰবাবে ছাৰে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি, পাঠদান কৰাই থকাৰ মাজতেই শ্ৰেণীকোঠাৰ মাটিত শুই পৰে৷

এই ঘটনা কাছাৰ জিলাৰ নৰসিংপুৰ শিক্ষাখণ্ডৰ ৯৫৮নং উত্তৰ ৰাখালটিলা এল.পি স্কুলৰ। মদ্যপান কৰি মাটিত শুই পৰা শিক্ষক গৰাকী হৈছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক। তেওঁৰ নাম হৈছে আলতাফ হুছেইন লস্কৰ।

এই ঘটনাৰ খৱৰ পাই স্থানীয় লোকসহ অভিভাৱক সকলো বিদ্যালয়ত উপস্থিত হৈ মাতাল ছাৰক উঠোৱাৰ চেষ্টা চলায় যদিও বিফল হয় সকলো। অভিভাৱক সকলে “অ’ ছাৰ উঠক, অ’ ছাৰ উঠক” বুলি মতাৰ পাছতো মাটিত এইদৰে সুখনিদ্ৰাত ব্যস্ত থাকে শিক্ষক গৰাকী । পিছে মদৰ নিচা কিছু কম হোৱাৰ পাছত ছাৰৰ সুখনিদ্ৰা ভংগ হয়।

পিছে টোপনি ভংগ হোৱাৰ পাছত কেমেৰা দেখি খং উঠি যায় ছাৰৰ। বিনা অনুমতিত বিদ্যালয়ত প্ৰৱেশ কৰাৰ বাবে অভিভাৱকসহ স্থানীয় ৰাইজৰ সৈতে তৰ্কা-তৰ্কিত লিপ্ত হয়।

বিদ্যালয়খনৰ ছাত্ৰছাত্ৰী সহ অভিভাৱক সকলৰ অভিযোগ মতে, আলতাফ হুছেইন নামৰ প্ৰধান শিক্ষক গৰাকীয়ে প্ৰতিদিনেই মদ্যপান কৰি বিদ্যালয়ত প্ৰৱেশ কৰে। আনকি বিদ্যালয়ৰ ভিতৰত কণকণ ছাত্ৰছাত্ৰীৰ সম্মুখতো মদ্যপান কৰে এইগৰাকী প্ৰধান শিক্ষকে। প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয়ত প্ৰত্যেক দিনেই ছাত্ৰছাত্ৰীৰ সম্মুখত মদ্যপান কৰি থাকে বুলি কেমেৰাৰ সম্মুখত নিজ মূখে জনাই বিদ্যালয়খনৰ কণকণ ছাত্ৰছাত্ৰী সকলে।

বিগত কেইবাবছৰ ধৰি এইদৰে প্ৰত্যেক দিনেই মদ্যপান কৰি বিদ্যালয়ত প্ৰধান শিক্ষক গৰাকী আহে, যাৰ ফলত বিদ্যালয়ৰ শিক্ষিক পৰিবেশ বিনষ্ট হৈ পৰিছে৷ এই সন্দৰ্ভত শিক্ষা বিভাগ সম্পূৰ্ণ অৱগত যদিও আজি পৰ্যন্ত মদাহী প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে কোনো ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ অভিভাৱক সহ স্থানীয় ৰাইজৰ।

Tags: #CacharAssam PoliceSchool

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025