• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
24 °c
Guwahati
23 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শতৰৰ আগমনে ধৰালৈ আনিছে উৎসাহৰ বতৰা! আহিনৰ আচলত ধৰি ধৰালৈ আহিল দুৰ্গতি নাশিনী

Nation NE by Nation NE
September 28, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
দুৰ্গোৎসৱৰ বাবে সাজু ৰাজ্যবাসী; বিজয়া দশমীৰ বাবে ডাঙৰ ঘোষণা কাছাৰ জিলা প্ৰশাসনৰ
Share on FacebookShare on TwitterWhatsApp

যঃ দেৱী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতা।

নমঃতস্মৈ নমঃতস্মৈ নমঃতস্মৈ নমোনমঃ।।

উখল মাখল পথাৰত এতিয়া সেউজীয়াৰ ঢল। কহুৱা ফুলাৰ বতৰত শেৱালীৰ সুৱাসেৰে আকৌ আগমন ঘটিল শৰতৰ। আকাশে বতাহে চাৰিওফালে মাদকতা ছটিয়াই পুনৰ ধৰালৈ অহাৰ প্ৰস্তুতি চলাইছে শৰতে।

শাৰদীয় দুৰ্গোতসৱলৈ মাজত মাথোঁ আৰু কেইটামান দিন। ৰাজ্যৰ চৌদিশে চলিছে শাৰদীয় দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ব্যস্ততা বাঢ়িছে দুৰ্গা পূজা উদযাপন সমিতি সমূহৰ।শদিয়াৰ পৰা ধুবুৰীলৈকে চৌদিশে বৰ্তমান পূজাৰ আনন্দ। সমাজৰ দুষ্কৃতিকাৰী আৰু অশুভ শক্তিক নাশিবলৈ ধৰালৈ নামিব আদ্যাশক্তি মহামায়া। শক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰ শ্ৰীচৰণত দেৱীৰ অকাল-বোধনৰে আৰম্ভ হয় ভক্তৰ পূজা-অৰ্চনা।

শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথোঁ আৰু কেইটামান দিন। শংখ, ঘন্টা, বৈদিক মন্ত্ৰোচ্চাৰণেৰে মুখৰ হ’ব ৰাজ্যৰ আকাশ-বতাহ৷ দুৰ্গা পূজাক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই ৰাজ্যৰ মৃৎ শিল্পীসকলৰো৷ দিনে নিশাই ব্যস্ত হৈ পৰিছে এই শিল্পী সকল।

তদুপৰি এইবাৰ ৰাম মন্দিৰৰ আৰ্হিত অসমবাসীয়ে প্ৰত্যক্ষ কৰিব পাৰিব পূজাৰ মণ্ডপ।কামৰূপৰ বোৰ্কা দুৰ্গা পূজা উদযাপন সমিতিয়ে চলাইছে এক বিশাল আয়োজন। বোৰ্কা সাৰ্ব্বজনীন দুৰ্গা পূজাৰ খনিয়ে এইবাৰ উদযাপন কৰিব শতবৰ্ষ। প্ৰায় ৭০ লক্ষ্যাধিক টকাৰ ব্যয়বহুল বাজেটেৰে এঘাৰ দিনীয়াকৈ এইবাৰ অনুষ্টিত কৰিব বোৰ্কা সাৰ্ব্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা খনিৰ শতবৰ্ষ।

মা দূৰ্গাৰ শুভাগমনে এই ধৰাৰ বুকুলৈ কঢ়িয়াই আনক সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা। শাৰদীয় দূৰ্গোৎসৱৰ এই প্ৰাকমূহুৰ্তত সকলোলৈ থাকিল বিশেষ শুভকামনা।

Tags: Durga PujaFestivalWorship

Related Posts

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস
Top News

April 29, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026
পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

শীৰ্ষ সংবাদ

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025