• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
23 °c
Guwahati
22 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সতৰ্কবাণী দিয়াৰ পাছতো বাংলাদেশত অব্যাহত হিন্দুৰ ওপৰত আক্ৰমণ

Nation NE by Nation NE
October 12, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
সতৰ্কবাণী দিয়াৰ পাছতো বাংলাদেশত অব্যাহত হিন্দুৰ ওপৰত আক্ৰমণ
Share on FacebookShare on TwitterWhatsApp

দুৰ্গা পূজা উদযাপনৰ সময়তো ভাৰতৰ চুবুৰীয়া দেশ, বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে হিংসা বন্ধ হোৱা দেখা নাযায়। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, এতিয়ালৈকে এনে ধৰণৰ ৩৫ টা ঘটনা সংঘটিত হৈছে, য’ত ১৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু প্ৰায় ১২জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

সমগ্ৰ দেশতে ৩২,০০০ তকৈও অধিক পেণ্ডেলত দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। যোৱা মাহত, দুৰ্গা পূজা উদযাপনৰ আগতে, ইছলামবাদী গোটবোৰে হিন্দু সম্প্ৰদায়ক দুৰ্গা পূজা কৰাৰ বিৰুদ্ধে ভাবুকি দিছিল, যাৰ ফলত অন্তৱৰ্তীকালীন চৰকাৰৰ ধৰ্মীয় পৰিক্ৰমা উপদেষ্টা এ এফ এম খালিদ হুছেইনে কোনোবাই হিংসা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সতৰ্কবাণী দিছিল।

১ অক্টোবৰৰ পৰা দুৰ্গা পূজা উদযাপন সম্পৰ্কীয় ৩৫ টা ঘটনা সংঘটিত হৈছে য’ত ১১ টা গোচৰ ৰুজু কৰা হৈছে, ২৪ টা সাধাৰণ ডায়েৰী ৰেকৰ্ড কৰা হৈছে আৰু ১৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষী সঞ্চালক প্ৰধান মইনুল ইছলামে জানিবলৈ দিয়ে।

বাংলাদেশ হিন্দু বৌদ্ধ খ্ৰীষ্টান একতা পৰিষদৰ নেতা কৃষ্ণা মুখাৰ্জীয়ে চৰকাৰক যিমান সম্ভৱ সোনকালে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে।

বৃহস্পতিবাৰে বাংলাদেশৰ চট্টগ্ৰামৰ এটা দুৰ্গা পূজাৰ পেভিলিয়নত ৬ জনৰো অধিক লোকে প্ৰৱেশ কৰে আৰু ইছলামিক বিপ্লৱৰ বাবে গান গায়। ঘটনাটোৰ এটা ভিডিঅ’ ক্লিপ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যাৰ ফলত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছিল। চট্টগ্ৰাম আৰক্ষীয়ে এই গোচৰটোত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

পূজা সমিতিৰ সাধাৰণ সম্পাদক সজল দত্তকে ধৰি সাতজন লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। ঘটনাসন্দৰ্ভত বক্তব্য ৰাখি চট্টগ্ৰাম পূজা পৰিষদৰ সাধাৰণ সম্পাদক হিলোল সেন উজ্জলে কয় যে, এই ঘটনাই স্থানীয় হিন্দু সম্প্ৰদায়ৰ মাজত ভয়ৰ পৰিৱেশৰ সৃষ্টি কৰিছে। তেওঁ আশা কৰে যে, চৰকাৰে এই বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

দেশত পূজা পেণ্ডেলৰ ওপৰত বৰ্ধিত আক্ৰমণৰ পৰিপ্ৰেক্ষিতত তিনিওজন সেৱাৰ মুৰব্বী জেনেৰেল ৱাকাৰ উজ্জামান, নৌসেনা প্ৰধান এম ডব্লিউ নাজমুল হাছান আৰু বায়ু সেনাৰ মুৰব্বী এয়াৰ মাৰ্শ্বেল হাছান মাহমুদ খানে শুকুৰবাৰে ঢাকাৰ ৰামনা কালী মন্দিৰ পৰিদৰ্শন কৰে।

সেনা প্ৰধানসকলৰ উপৰিও যুৱ আৰু ক্ৰীড়া উপদেষ্টা আচিফ মাহমুদ সজিব ভূঞাই শুকুৰবাৰে খুলনাৰ গালামাৰী হৰিচান্দ ঠাকুৰ মন্দিৰ আৰু বাগমাৰা গোবিন্দা মন্দিৰত দুৰ্গা পূজাৰ মণ্ডপ পৰিদৰ্শন কৰে। চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে দেওবাৰে ৰাজধানীৰ ঢকেশ্বৰী মন্দিৰ পৰিদৰ্শন কৰাৰ কথা আছে।

Tags: BangladeshDurga PujaHindu

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?
Top News

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

April 29, 2026
নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস
Top News

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

April 29, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 29, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025