• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, October 28, 2025
26 °c
Guwahati
26 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি লক্ষ্মী পূজা, মা লক্ষ্মীৰ উপাসনাত ভুলতো নকৰিব এইকেইটা কাম

Nation NE by Nation NE
October 16, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
আজি লক্ষ্মী পূজা, মা লক্ষ্মীৰ উপাসনাত ভুলতো নকৰিব এইকেইটা কাম
Share on FacebookShare on TwitterWhatsApp

ওম শ্ৰী হৃীং শ্ৰী কমলে কমলালয়ে প্ৰসিদ্ধ প্ৰসিদ্ধ শ্ৰী হৃীং শ্ৰী ওম মহালক্ষ্মী নম:

আজি লক্ষ্মী পূজা। ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধানৰে মুখৰিত হ’ব ৰাজ্যৰ আকাশ-বতাহ। সুখ-সমৃদ্ধি, ধন-ঐশ্বৰ্য প্ৰাপ্তিৰ কামনাৰে আজি পালন কৰা হৈছে লক্ষ্মী পূজা। ধৰ্মীয় বিশ্বাস অনুসৰি লক্ষ্মী দেৱীৰ আশীৰ্বাদত অভাৱ-অনাটন, শোক-সন্তাপ, অপায়-অমগল, দুখ-অশান্তি দূৰ হয় আৰু ধন, ঐশ্বৰ্য-বিভূতি, সুখ-শান্তিৰে উপচি পৰে ভক্তৰ জীৱন।

আজি নিশা ৮ বাজি ৪০ মিনিটৰ পৰা লক্ষ্মী পূজাৰ লগ্ন আৰম্ভ হৈ কাইলৈ বিয়লি ৪ বাজি ৫৫ মিনিটলৈ অব্যাহত থাকিব এই লগ্ন।সেয়েহে আজি নিশা ঐশ্বৰ্য, বিভূতি, সুখ শান্তিদায়িনী দেৱী বিষ্ণুপ্ৰিয়া কমলালৈ ভক্তিঅৰ্ঘ নিবেদন কৰিব ভক্তপ্ৰাণ ৰাইজে।

হিন্দু দিনপঞ্জী পূব ভাৰতৰ পশ্চিমবংগ, অসম, ওড়িশা, ত্ৰিপুৰা আদি অঞ্চলত প্ৰচলিত স্থানীয় দিনপঞ্জী মতে, পাৰম্পৰিকভাৱে শাৰদ পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণমা তিথিত এই পূজা পালন কৰা হয়।

ইতিমধ্যে লক্ষ্মী পূজা উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীৰ বজাৰো উভৈনদী হৈ পৰিছে পূজাৰ সামগ্ৰীৰে। ধানৰ থোক, মাটিৰ চাকি, কলপুলি, তুলসী, দূবৰী আদি পূজাৰ সামগ্ৰীৰে উভৈনদী বজাৰ। ধন-ধানেৰে উপচি পৰাৰ কামনাৰে এগছি বন্তি, শৰাই আগবঢ়াই ৰাজ্যবাসীয়ে প্ৰাৰ্থনা জনাব ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক।পূৰ্ণিমাৰ সময়চোৱাত ভক্তসকলে দেৱীলৈ ষোড়শোপচাৰে আগবঢ়াই পূজা-অৰ্চনা।

পুৰাণত বর্ণনা কৰা অনুসৰি, সমুদ্র মন্থনত মা লক্ষ্মীৰ আৱিৰ্ভাৱ হৈছিল। সকলোৰে আৰাধ্যা ধ্যানমন্ত্ৰত থকা দেৱী পদ্মাসনত উপৱিষ্টা, ত্রিভুৱনৰ মাতা, গৌৰবর্ণা, সুৰূপা, সর্বালংকাৰ ভূষিতা। জনবিশ্বাস অনুসৰি, পূজাৰ দিনা লক্ষ্মী দেৱীয়ে তেওঁৰ ভক্ত সকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্ত সকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্ৰকাৰৰ মিষ্টান্ন আৰু ভোগ ৰান্ধে।

লক্ষ্মী দেৱী হিন্দুসকলৰ ত্ৰিদেৱী সমূহৰ অন্যতম ধন, সম্পদ, উন্নতি, পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। তেওঁ ভগৱান বিষ্ণুৰ ভাৰ্যা।

লক্ষ্মীপূজাৰ এই দিনটোত কি কি কৰা অনুচিত-

  • আমি সকলোৱে জানো যে, দেৱী লক্ষ্মী ভগৱান বিষ্ণুৰ অৰ্ধাংগিনী। এই দিনটোত দেৱী লক্ষ্মীৰ উপাসনা কৰিলে কেতিয়াও মাক বগা ফুল আৰু কাপোৰ আগবঢ়াব নালাগে। কিয়নো দেৱী লক্ষ্মী ধুনীয়া। এই কাৰণে, তেওঁলোকক বগা ফুল আৰু কাপোৰ আগবঢ়োৱা টো নিষিদ্ধ।
  • মা লক্ষ্মী সেই ঘৰতহে থাকে, য’ত পৰিষ্কাৰ পৰিচ্ছন্নতা থাকে। যদি আপুনি মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে। গতিকে সেইদিনটোত সকলোৱে নিজৰ ঘৰ-দুৱাৰ ভালদৰে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ পিছতহে দেৱী লক্ষ্মীৰ উপাসনা কৰা উচিত। য’ত কোনো পৰিষ্কাৰ-পৰিচ্ছন্নতা নাই, সেই ঠাইত মা লক্ষ্মী কেতিয়াও নাথাকে।
  • দেৱী লক্ষ্মীৰ উপাসনাৰ সময়ত ৰঙা গোলাপ বা যিকোনো ৰঙা ফুল আগবঢ়াব লাগে। দেৱী লক্ষ্মীয়ে ৰঙা ফুল বহুত ভাল পায়। দেৱী লক্ষ্মীয়ে দেৱী লক্ষ্মীক ৰঙা ফুল আগবঢ়োৱা সকলৰ ওপৰত তেওঁৰ অসীম অনুগ্ৰহ প্ৰদান কৰে। তেওঁলোকৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়।
  • পূজাৰ সময়ত কেতিয়াও দেৱী লক্ষ্মীক তুলসীৰ পাত দিব নালাগে। বিশ্বাস কৰা হয় যে, ভগৱান বিষ্ণুয়ে শালিগ্ৰাম ৰূপত তুলসীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। এই কাৰণে, দেৱী লক্ষ্মীৰ তুলসীৰ সৈতে শত্ৰুতা আছে।
  • যদি আপোনাৰ ওচৰত বৃহৎ পৰিমাণৰ ধন আছে, তেন্তে ইয়াক অসৎ কামত খৰচ কৰিব নালাগে। এনে কৰিলে দেৱী লক্ষ্মীক অপমান কৰা হয়, আৰু তেওঁক মায়ে দৰিদ্ৰ হৈ থাকিবলৈ অভিশাপ দিয়ে। দেৱী লক্ষ্মীৰ আশীৰ্বাদ নিজৰ জীৱনত চিৰকাল বৰ্তাই ৰাখিবলৈ হলে দুখীয়া-দৰিদ্ৰলোকসকলক ধনেৰে অধিক সহায় কৰা উচিত।
  • দেৱী লক্ষ্মীৰ সৈতে ভগৱান গণেশৰো উপাসনা কৰা উচিত। উপাসনা কৰাৰ আগতে পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে।
  • মাৰ উপাসনা কৰাৰ পূৰ্বে ঘৰৰ প্ৰাংগনত ৰংগোলী বনাব লাগে। বিশ্বাস কৰা হয় যে, যেতিয়া দেৱী লক্ষ্মী আহে, তেওঁ ৰংগোলী দেখি অতিশয় সুখী হয়।
Tags: FestivalLakshmi PujaWorship

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 28, 2025
হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত
Top News

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

October 27, 2025
হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…
Top News

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

October 27, 2025
৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025