• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

নিস্তাৰ নাই…হামাচৰ পিছত এইবাৰ হিজবুল্লা!

হিজবুল্লাক আক্ৰমণ কৰিবলৈ সাজু হৈছে ইজৰাইল

Nation NE by Nation NE
June 15, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
প্ৰতিনিধিত্বমূলক ফটো

প্ৰতিনিধিত্বমূলক ফটো

Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ এটা মাত্ৰ সংকেতৰ অপেক্ষা কৰিছে ইজৰাইলে। আমেৰিকাৰ সংকেত পোৱাৰ লগে লগে হামাচৰ দৰেই হিজবুল্লাৰ দুৰৱস্থা কৰাৰ সংকল্প লৈছে ইজৰাইলে। ইজৰাইলে মঙলবাৰে নিশা লেবাননৰ সীমাৰ পৰা ২৫ কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি আক্ৰমণ সংঘটিত কৰিছিল। এই ষ্ট্ৰাইকত হিজবুল্লাৰ কামাণ্ডাৰ তালিব আৰু চাৰিজন অন্য যুঁজাৰু নিহত হয়।

এই আক্ৰমণৰ পিছতে হিজবুল্লাই লেবানন সীমান্তৰ পৰা ধাৰাসাৰ নিক্ষেপ কৰে ৰকেট। এই ভয়ংকৰ আক্ৰমণ-প্ৰত্যাক্ৰমৰ পিছতে হিজবুল্লাৰ বিৰুদ্ধে ভয়ানক অপাৰেশ্যন চলাবলৈ সাজু হৈছে ইজৰাইল। হামাচৰ বিৰুদ্ধে যুঁজিবলৈ পাৰ্যমানে ইজৰাইলক সহায় কৰি আহিছে আমেৰিকাই। হামাচৰ পিছত এতিয়া হিজবুল্লাক নিশেষ কৰাৰ বাবে ইজৰাইে সহায় বিচাৰিছে আমেৰিকাৰ পৰা। অহা সপ্তাহসত ইজৰাইলৰ পৰা এটা প্ৰতিনিধিৰ দল ৰাওনা হ’ব আমেৰিকালৈ। এই দলটোত থাকিব ইজৰাইলৰ সুৰক্ষা উপদেষ্টা। ইজৰাইলী সেনাই পৰৱৰ্তী সময়ত কি যুদ্ধ আঁচনি তৈয়াৰ কৰিব সেই বিষয়ে আমেৰিকাৰ সৈতে গুৰুত্বপূৰ্ণ চৰ্চা কৰিব।

হিজবুল্লাৰ বিৰুদ্ধে অপাৰেশ্যন চলাবলৈ ইজৰাইলক প্ৰয়োজন হ’ব আমেৰিকাৰ অনুমতি। আমেৰিকাৰ মঞ্জুৰী অবিহনে ইজৰাইে হিজবুল্লাৰ ওপৰত আক্ৰমণ কৰাৰ পৰা দূৰৈত থাকিব। যদিহে আমেৰিকাই ইজৰাইলক অনুমতি দিয়ে, তেন্তে হিজবুল্লাক আক্ৰমণ কৰাৰ বাবে যোজনা তৈয়াৰ কৰিব ইজৰাইলী সেনাই।

ইজৰাইলে হিজবুল্লাক আক্ৰমণ কৰিবলৈ অত্যাধুনিক মাৰণাস্ত্ৰৰ বাবে আবেদন জনাব আমেৰিকাক। এতিয়া লক্ষণীয় বিষয়টো হ’ব আমেৰিকাই হিজবুল্লাক আক্ৰমণ কৰাৰ বাবে ইজৰাইক অনুমতি দিয়ে নে নিদিয়ে।

Tags: #hezbollah #israel #war

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

March 12, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
আন্তঃ ৰাষ্ট্ৰীয়

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

March 11, 2026
‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

শীৰ্ষ সংবাদ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025