• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
18 °c
Guwahati
18 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এছিয়া কাপত দুৰ্দান্ত আৰম্ভণি; পাকিস্তানৰ বিৰুদ্ধে অন্তিম অভাৰত ৰোমাঞ্চকৰ জয় ভাৰতৰ

Nation NE by Nation NE
October 20, 2024
in Top News, ক্ৰীড়া
0 0
এছিয়া কাপত দুৰ্দান্ত আৰম্ভণি; পাকিস্তানৰ বিৰুদ্ধে অন্তিম অভাৰত ৰোমাঞ্চকৰ জয় ভাৰতৰ
Share on FacebookShare on TwitterWhatsApp

শনিবাৰে ইমাৰ্জিং টিমছ এছিয়া কাপ ২০২৪ত মুখামুখি হৈছিল ভাৰত আৰু পাকিস্তান। ৰোমাঞ্চকৰ খেলখনত ইণ্ডিয়া এ দলে পাকিস্তান এ দলক ৭ ৰানত পৰাস্ত কৰি প্ৰতিযোগিতাখনত দুৰ্দান্ত আৰম্ভণি কৰে।

প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটত ১৮৩ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পাকিস্তানে ৭ উইকেটৰ বিনিময়ত ১৭৬ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম নহ’ল। শেষৰ তিনিটা অভাৰত ভাৰতীয় বলাৰৰ চমকপ্ৰদ প্ৰদৰ্শনৰ বাবেই মেচখন ৭ ৰানত জয়ী হয়।

আই পি এলৰ বিগত সংস্কৰণত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ আক্ৰমণাত্মক বেটিং কৰি উঝলি উঠা অভিষেক শৰ্মাই পাকিস্তানৰ বিৰুদ্ধে মাত্ৰ ২২টা বলত ৩৫ ৰান সংগ্ৰহ কৰে। আন এজন অ’পেনাৰ প্ৰভসিমৰন সিঙে মাত্ৰ ১৯টা বলত ৩৬ ৰান সংগ্ৰহ কৰে।

ইফালে অধিনায়ক তিলক বাৰ্মাৰ অৱদান ৩৫টা বলত ৪২ ৰান। নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৮৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

লক্ষ্যৰ পিছা কৰিবলৈ আহি পাকিস্তানে আৰম্ভণিতে হেৰুৱাই দুটাকৈ গুৰুত্বপূৰ্ণ উইকেট। প্ৰচণ্ড চাপৰ সন্মুখীন হৈছিল যদিও পিছত অৱশ্যে মেচখন কিছু নিয়ন্ত্ৰণ আনিবলৈ সক্ষম হয়।

কিন্তু ভাৰতীয় বলাৰ অংশুল কাম্বোজ, ৰাচিখ ডাৰ চালাম আৰু নিশান্ত সিন্ধুৰ সুন্দৰ বলিঙৰ সহায়ত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে। অংশুলে তিনিটা আৰু চালাম-সিন্ধুই দুটাকৈ উইকেট লাভ কৰে।

Tags: #T20Emerging Asia CupIndiaPakistan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

শীৰ্ষ সংবাদ

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025