• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তীব্ৰ গতিবেগেৰে আহিছে দানা! বতৰ বিজ্ঞান বিভাগে জাৰি কৰিলে সতৰ্কতা

Nation NE by Nation NE
October 25, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
তীব্ৰ গতিবেগেৰে আহিছে দানা! বতৰ বিজ্ঞান বিভাগে জাৰি কৰিলে সতৰ্কতা
Share on FacebookShare on TwitterWhatsApp

ভাৰতত অব্যাহত কাল ঘূৰ্ণি দানাৰ তাণ্ডৱ লীলা।পশ্চিম বংগ, ওড়িশাত অব্যাহত আছে দানাৰ তাণ্ডৱ। এই  ঘূৰ্ণীবতাহৰ বাবেই পশ্চিম বংগ, ওড়িশাত বাতিল কৰা হৈছে বিমান সেৱা।

পুৰণি দীঘা সমুদ্ৰ উপকূলত দানাই লৈছে ভয়াৱহ ৰূপ। দানাৰ এই তাণ্ডৱৰ বাবেই ক্ষতিসাধন হৈছে বিস্তৰ অঞ্চল। পথত উভালি পৰিছে গছ-গছনি, বৈদ্যুতিক খুঁটা।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ২৪ অক্টোবৰ অৰ্থাৎ বৃহস্পতিবাৰে মাজনিশাৰ পৰা ঘণ্টাত ১২০ কিলোমিটাৰ গতিবেগেৰে অহা দানাক তীব্ৰ ঘূৰ্ণীবতাহ হিচাপে শ্ৰেণীভুক্ত কৰিছে। এই সাগৰীয় ধুমুহাৰ ফলতেই পশ্চিম বংগ, ওড়িশাত প্ৰচণ্ড বতাহ আৰু বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হয়। আইএমডিৰ মতে, ২৫ অক্টোবৰ শুকুৰবাৰে পুৱালৈকে ইয়াৰ তাণ্ডৱ চলিয়েই থাকিব।

ওড়িশাৰ উপকূলীয় জিলা ভদ্ৰক, কেন্দ্ৰপাৰা, বালাসৌৰ আৰু নিকটৱৰ্তী জগতসিংপুৰ জিলাত হঠাতে বতাহৰ গতি বৃদ্ধি হোৱা দেখা গৈছে। ৰাজহ বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে, বিশেষ সাহায্য আয়ুক্তৰ কাৰ্যালয়তো গছ উভালি পৰাৰ খবৰ পোৱা গৈছে।প্ৰচণ্ড বতাহ আৰু মুষলধাৰ বৰষুণৰ ফলত গছ উভালি পেলোৱাৰ ফলত ওড়িশাৰ ভদ্ৰক জিলাত কেইবাটাও পথ অৱৰোধ হৈ পৰে।

আইএমডিয়ে দিয়া তথ্য অনুসৰি, আগন্তুক কেইবা ঘণ্টালৈ অব্যাহত থাকিব দানাৰ প্ৰভাৱ।সাগৰীয় উপকূলৰ পৰা ইতিমধ্যে প্ৰশাসনে স্থানান্তৰ কৰিছে ১০ লাখ লোকক। পশ্চিম বংগ আৰু ওড়িশাত ৩৪৮খন ৰে’লৰ চলাচলো বাতিল কৰা হৈছে।

অসমতো এই কাল ঘূৰ্ণি দানাৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে।কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়েল্লো এলাৰ্ট।কামৰূপ মহানগৰতো নিশাৰ ভাগৰ পৰাই কিনকিনীয়া বৰষুণ আৰম্ভ হৈছে।

Tags: cycloneDANAOdishaWeather

Related Posts

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?
Top News

March 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

শীৰ্ষ সংবাদ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025